Category: Assamese News

ৰাহুল গান্ধীয়ে এৰিলে আমেথি, প্ৰধানমন্ত্ৰী মোদীয়ে ক’লে – ডৰো মত! ভাগো মত!

ৰাহুল গান্ধীয়ে এৰিলে আমেথি, প্ৰধানমন্ত্ৰী মোদীয়ে ক’লে – ডৰো মত! ভাগো মত!

লোকসভা নিৰ্বাচনৰ বাবে ৭ মে’ত তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ইয়াৰ বাবে নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিম বংগৰ দুৰ্গাপুৰত এক জনসভাক সম্বোধন কৰে। সভাত মোদীয়ে কয় যে মোক দেশে আৰু আৰু আপোনালোকে বহুত আশীৰ্বাদ দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে মই পূৰ্বেই কৈছিলো যে ৰাজকুমাৰে ৱাইনাডত

শনিৰ ৰাশি পৰিৱৰ্তন! ৫ ৰাশিৰ জীৱনত হ’ব বৃহৎ পৰিৱৰ্তন!

শনিৰ ৰাশি পৰিৱৰ্তন! ৫ ৰাশিৰ জীৱনত হ’ব বৃহৎ পৰিৱৰ্তন!

জ্যোতিষত গ্ৰহৰ স্থানৰ বিশেষ গুৰুত্ব আছে। এটা নিৰ্দিষ্ট সময়সীমা সম্পূৰ্ণ কৰাৰ পিছত সকলো গ্ৰহই এটা ৰাশি এৰি আন এটা ৰাশিত প্ৰৱেশ কৰে। গ্ৰহবোৰৰ ৰাশি পৰিৱৰ্তনৰ ফলত কেৱল ১২টা ৰাশিৰ ওপৰতহে প্ৰভাৱ পৰে। এইবাৰ শনি ৰাশি সলনি কৰিবলৈ ওলাইছে। অযোধ্যাৰ জ্যোতিষী পণ্ডিত কল্কি ৰামে কয় যে জ্যোতিষত শনিদেৱক ন্যায়ৰ দেৱতা বুলি

কাইলৈৰ পৰা কেইবাটাও এলেকাত ড্ৰাই ডে ঘোষণা প্ৰশাসনৰ! কাইলৈৰ পৰা ৩দিনলৈ বন্ধ থাকিব সুৰা বিক্ৰী!

কাইলৈৰ পৰা কেইবাটাও এলেকাত ড্ৰাই ডে ঘোষণা প্ৰশাসনৰ! কাইলৈৰ পৰা ৩দিনলৈ বন্ধ থাকিব সুৰা বিক্ৰী!

ৰাজ্যত একেলগে ৩দিনলৈ কেইবাটাও অঞ্চলত ড্ৰাই ডে ঘোষণা প্ৰশাসনৰ। লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ কেইবাটাও অঞ্চলত সুৰা বিক্ৰীত নিষেধাজ্ঞা জাৰি প্ৰশাসনৰ। তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ পূৰ্বে ৪টাকৈ লোকসভা সমষ্টিত ড্ৰাই ডে ঘোষণা প্ৰশাসনৰ। গুৱাহাটী, ধুবুৰী, কোকৰাঝাৰ আৰু বৰপেটা লোকসভা সমষ্টিৰ এলেকাত ড্ৰাই ডে ঘোষণা প্ৰশাসনৰ। দেওবাৰে আবেলি ৫ বজাৰ পৰা মঙলবাৰে

ৰাজ্যত বতৰে ল’ব ভয়ংকৰ ৰূপ! ১৯খনকৈ জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে

ৰাজ্যত বতৰে ল’ব ভয়ংকৰ ৰূপ! ১৯খনকৈ জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে

শনিবাৰে গুৱাহাটীকে ধৰি ৰাজ্যৰ ভিন্নপ্ৰান্তত আহিছিল ভয়ংকৰ ধুমুহা। ভিন্নপ্ৰান্তত আহিছিল বৰষুণৰ লগতে ধূলিৰ ধুমুহা। পুনৰ ৰাজ্যৰ কেইবাখনো জিলা Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। দক্ষিণ শালমৰা, ধুবুৰী, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, কোকৰাঝাৰ, চিৰাং, বাক্সা, নলবাৰী জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। কামৰূপ, কামৰূপ(মহানগৰ), দৰং, ওদালগুৰি, শোণিতপুৰ, নগাঁও, মৰিগাঁও,

চতিয়াত পথ দুৰ্ঘটনা : ট্ৰাক চালকৰ মৃতদেহ উদ্ধাৰ…

চতিয়াত পথ দুৰ্ঘটনা : ট্ৰাক চালকৰ মৃতদেহ উদ্ধাৰ…

চতিয়া আৰক্ষীয়ে চলোৱা অভিযানৰ অন্তত উদ্ধাৰ হ’ল দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকত সোমাই থকা চালকৰ মৃতদেহ। আৰক্ষীয়ে দুখন ক্ৰেঙৰ সহায়ত ক্ষত-বিক্ষত অৱস্থাত চালকজনৰ মৃতদেহ উদ্ধাৰ কৰে। নিহত চালকজন ৰৌতাৰ নাছিৰ আলি বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে। উল্লেখ্য যে শনিবাৰে চতিয়াৰ ঘিলাধাৰী দলঙৰ কাষতে থকা ডিভাৰ্ছন ব’ৰ্ড ভাঙি তলত পৰিছিল ট্ৰাকখন। ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ