Category: Assamese News

অগ্নিক নহয়, পানীক সাক্ষী কৰিহে বিবাহ হয় ভাৰতৰ এইখন ৰাজ্যত, পিচে ক’ত ?

অগ্নিক নহয়, পানীক সাক্ষী কৰিহে বিবাহ হয় ভাৰতৰ এইখন ৰাজ্যত, পিচে ক’ত ?

ভাৰত এখন বৈচিত্ৰ্যময় দেশ, ইয়াত বহু জাতি-জনগোষ্ঠী, ভাষা-সম্প্ৰদায়ৰ মিলভূমি বুলিও কোৱা হয়। দেশৰ প্ৰতিখন ৰাজ্যতে, প্ৰতিটো অঞ্চলতে, প্ৰতিটো সম্প্ৰদায়তে ভিন্ন ৰীতি-নীতিৰে বিভিন্ন অনুষ্ঠান, বিয়া আদি কৰা হয়। কিন্তু ভাৰতীয় সনাতন পৰম্পৰাত যেতিয়াই বিবাহ সংঘটিত হয় তেতিয়াই দৰা-কইনাই অগ্নিক সাক্ষী হিচাপে বিবেচনা কৰি সাতটা পাক ঘুৰোৱা হয়, তেতিয়াহে বিবাহ সম্পূৰ্ণ বুলি

Saraswati Puja 2023: ২৫ নে ২৬ জানুৱাৰী? জানি লওঁক সৰস্বতী উপসনাৰ সঠিক সময়, শুভ যোগ

সৰস্বতী হ’ল জ্ঞান, সংগীত, শিল্পকলা, বুদ্ধি আৰু বিদ্যাৰ দেৱী।দেৱী সৰস্বতীৰ প্ৰথম উল্লেখ পোৱা যায় ঋক বেদত।বৈদিক যুগৰ পৰা আৰম্ভ কৰি আধুনিক যুগলৈকে হিন্দুধৰ্মৰ অন্যতম পূজনীয় দেৱী হিচাপে গণ্য কৰা হয় দেৱী সৰস্বতীক।দেৱী সৰস্বতী ত্ৰিদেৱীৰ অন্যতম।উল্লেখ কৰাৰ প্ৰয়োজন যে হিন্দু ধৰ্মালম্বী লোকসকলে লক্ষ্মী-পাৰ্বতী-সৰস্বতীক ত্ৰিদেৱী জ্ঞান কৰে।ত্ৰিদেৱীয়ে ব্ৰক্ষ্মা, বিষ্ণু আৰু শিৱক যথাক্ৰমে

মহাদেৱৰ আশীষ বিছাৰে যদি আজিয়ে জানি লওক

মহাদেৱৰ আশীষ বিছাৰে যদি আজিয়ে জানি লওক

শাওণ মাহৰ প্ৰত্যেক সোমবাৰেক কৰাহয় যদি, এই সৰু কামটি, তেন্তে মনে যি বিচাৰে, সেয়াই লাভ কৰিব পাৰিব। অৰ্থাৎ মহাদেৱৰ শুভ দৃষ্টি পৰিব আপোনাৰ ওপৰত। হিন্দু পুৰাণ আৰু শিৱ পুৰাণৰ অনুসৰি,শাওণ মাহ হৈছে দেৱাদিৱে মহাদেৱৰ অত্যন্ত প্ৰিয় মাহ। শাওণ মাহ, লক্ষ্য লক্ষ্য ভক্ত সকলৰ বাবে পৱিত্ৰ মাহ। সেয়ে আমি শাওণ মাহত

ঘৰখনত সুখ-সমৃদ্ধিৰ বাবে জানি লওক এইটো নিয়ম

ঘৰখনত সুখ-সমৃদ্ধিৰ বাবে জানি লওক এইটো নিয়ম

শাওন মাহৰ যিকোনো এটা সোমবাৰে এই কাম কৰিলেহে, মহাদেৱৰ আৰ্শীবাদ পাব। প্ৰবিত্ৰ শাওন মাহটি, মহাদেৱ শিৱ লিংগতে বিৰাজমান হৈ থাকে। সেয়হে এই প্ৰৱিত্ৰ শাওন মাহটিত যদি মহাদেৱক একান্ত বিশ্বাসেৰে পূজা অৰ্চনা কৰা হয়, তেতিয়া হাজাৰ গুণ মহাদেৱৰ  আৰ্শীবাদ লাভ কৰিব। এই শাওন মাহত হাজাৰ হাজাৰ ভক্তই, গংগাজল, পঞ্চামৃত, গাখীৰ আদি

ভগৱান ৰামচন্দ্ৰৰ মৃত্যু কেনেকৈ হৈছিল ? পৌৰাণিক ৰহস্যময় কথা।

ভগৱান ৰামচন্দ্ৰৰ মৃত্যু কেনেকৈ হৈছিল ? পৌৰাণিক ৰহস্যময় কথা।

ভগৱান ৰামচন্দ্ৰ হৈছে ভগৱান বিষ্ণুৰ সপ্তম অৱতাৰ। ভগৱান ৰামচন্দ্ৰ হৈছে পুৰুষোত্তম, তেওঁ অৱতীৰ্ণ হৈছিল ট্ৰেতা যুগত, অযোধ্যাৰ যুৱৰাজ হিচাপে। অপশক্তিৰ বিনাশ আৰু ধৰ্মৰক্ষাৰ বাবে তেওঁৰ আবিৰ্ভাৱ হৈছিল ; অৰ্থাৎ ভগৱান বিষ্ণুই মানৱ ৰূপী দেহ ধাৰণ কৰিছিল সেই কথা সকলোৰে অৱগত। আৰু জাগতিক নিয়ম অনুসৰি এক নিৰ্দিষ্ট সময়ৰ অন্তত তেওঁ দেহ