মানৱ জীৱনত কৰ্ম, ভাগ্য আৰু বুদ্ধিৰ ভিতৰত কাৰ গুৰুত্ব বেছি ? যিমান চিন্তা কৰিলেও হয়তো এই তিনিটাৰ ভিতৰত কোনোবা এটাক নিশ্চিত কৰা খুব কঠিন। কিন্তু যদিহে এবাৰ তলৰ কথাখিনি ভালদৰে বুজা যায় তেতিয়া নিশ্চয় সঠিক উত্তৰ এটা পোৱা যাব। এবাৰ স্বৰ্গলোকত কৰ্ম, বুদ্ধি আৰু ভাগ্যৰ মাজত যুক্তি তৰ্ক হৈছিল কিয়নো
Category: Assamese News
বিভিন্ন পৰিস্থিতিক মানি লৈ চুপ হৈ থকাক এক মহৎ গুণ বুলি কোৱা হয়। ভাৰতীয় শাস্ত্ৰ সমূহতো মৌনব্ৰতৰ যথেষ্ট গুৰুত্ব আছে ; লগতে জীৱনৰ কিছুমান সময়ত এই মৌনতা পালনৰ বাবে শাস্ত্ৰ সমূহত উপদেশ দিয়া আছে , কিয়নো একমাত্ৰ মৌনতাৰ ফলতে বহুত ডাঙৰ সমস্যা সহজতে সমাধান হয়। কিন্তু প্ৰশ্ন ইয়াতেই উৎপন্ন হয়
৫০০০ বছৰ পূৰ্বে ভগৱান শ্ৰীকৃষ্ণই শ্ৰীমদ্ভাগৱত গীতাত মানুহৰ তিনিটা সৰ্বনাশৰ কাৰণ উল্লেখ কৰিছিল । আৰু সেই তিনিটা কাৰণ এটি সৰু ঘটনাৰ মাধ্যমৰে উল্লেখ কৰিব খোজা হৈছে। লগতে ভগৱান শ্ৰীকৃষ্ণই কৈছিল যে এই তিনিটা কাৰণ যদি কাৰোবাৰ লগত থাকে তেনেহলে তেওঁৰ সৰ্বনাশ হ’বলৈ বেছি সময় নালাগে। প্ৰাচীন কালত এক ৰাজ পৰিয়ালত
বলিউডৰ মহাতাৰকা অভিনেতা সম্প্ৰতি তেওঁৰ মুক্তিৰ অপেক্ষাত থকা চলচ্চিত্র ‘পঠান’ৰ জৰিয়তে সংবাদ শিৰোনামাত আছে। ‘পঠান’ৰ জৰিয়তে শ্বাহৰুখে চাৰি বছৰৰ পাছত চিত্ৰগৃহত আত্মপ্রকাশ কৰিব। ইতিমধ্যে ‘পঠান’ৰ অগ্রিম বুকিং আৰম্ভ হৈছে। শ্বাহৰুখৰ এজন অনুৰাগীয়ে ‘পঠান’ দৰ্শনৰ বাবে এটা চিত্ৰগৃহৰ সকলোবোৰ টিকট অনলাইনযোগে বুক কৰিলে| শ্বাহৰুখৰ এইজন অনুৰাগীয়ে মুম্বাইত বাস কৰে আৰু তেওঁ মুম্বাইৰ গেইটি গেলেক্সি
বিজেপি নেত্ৰীৰ ভাতৃৰ বাসগৃহত জব্দ বৃহৎ পৰিমাণৰ পহু মাংস ৷ বৰপেটাৰ বিজেপি নেত্ৰী নমিতা পাটগিৰিৰ ভাতৃৰ সৰুভোগৰ সুমাৰঘাটৰ বাসগৃহত আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত অৰ্তকিতে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ পহু মাংসৰ টোপোলা ৷ আটক কৰে বিজেপি নেত্ৰী গৰাকীৰ ভাতৃ ধৰ্মেন্দ্ৰ পাটগিৰি আৰু আন এজন যুৱক জ্যোতিষ দাস ৷ উল্লেখ্য যে , বিজেপি