যোৰহাটত এগৰাকী অধিবক্তাৰ কৰ্মকাণ্ডক লৈ বিভিন্ন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ন্যায়ালয়ৰ নথি-পত্ৰ, চহী-ছীল জালিয়াতি কৰি সংঘটিত কৰা এক প্ৰৱঞ্চনাৰ ঘটনাৰ পিছত ৰঙা ঘৰৰ আলহী হ’বলগা হ’ল যোৰহাটৰ এগৰাকী অধিবক্তা। যোৰহাটত অধিবক্তাগৰাকীৰ এই কাণ্ডক বহুতে দু:সাহসিক, অবিবেচক কাণ্ড ৰূপে অভিহিত কৰিছে। কাৰণ ন্যায়ালয়ৰ নথি-পত্ৰ, চহী-ছীল জাল কৰি ভুৱা গোচৰৰ নামত
Category: Assamese News
ভোট নিদিয়ে দিছপুৰৰ বিধায়ক অতুল বৰাই। ভোট দিয়াৰ পৰা বিৰত থাকিব দিছপুৰৰ বিধায়কগৰাকী। নিৰ্বাচনৰ দিনটোত নিজৰ ঘৰতে সোমাই থাকিব অতুল বৰা। এজন জনপ্ৰতিনিধি হোৱাৰ পিছতো কিয় অতুল বৰাই দিবলৈ নাযায় ভোট? নিৰ্বাচনৰ দিনটোত কিয় অতুল বৰা নোলায় ঘৰৰ পৰা? আজি ৰাজ্যত তৃতীয় তথা অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। অসমৰ চাৰিটা
মঙলবাৰে লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। ১০খন ৰাজ্য আৰু এখন কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ ৯৪খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হৈছে আজি। আজি পুৱাই গুজৰাটৰ আহমেদাবাদৰ গান্ধীনগৰৰ নিশান হায়াৰ ছেকেণ্ডাৰী স্কুল কেন্দ্ৰত একেলগে গৈ ভোটদান কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে। পুৱা ৭.৪৩ বজাত ভোটদান কৰে মোদীয়ে। ভোটদানৰ পূৰ্বে ছচিয়েল
বিমানখনত আছিল আই.পি.এল (KKR) ক্ৰিকেটাৰৰ দল। লক্ষ্ণৌ বিমান বন্দৰৰ পৰা কলিকতা বিমান বন্দৰত অৱতৰণ কৰিব লগা আছিল KKR IPL ৰ ক্ৰিকেট দলটো কঢ়িয়াই অনা বিমানখন। প্রতিকূল বতৰৰ বাবে কলিকতা বিমান বন্দৰত অৱতৰণকৰিব নোৱাৰি বৰঝাৰ বিমান বন্দৰত জৰুৰীকালীন অৱতৰণ কৰে বিশেষ বিমানখনে । IPL ৰ KKR ক্ৰিকেটৰ দলটি কঢ়িয়াই অনা বিমানখন
বিয়াৰ প্ৰস্তাৱত সন্মত নোহোৱা বাবে কিশোৰীক কুকাণ্ড সংঘটিত কৰাৰ অভিযোগ যুৱকৰ বিৰুদ্ধে। যুৱকজনৰ পৰিয়ালৰ সদস্যৰ সহায়তে এই ঘৃণনীয় কাম সংঘটিত হোৱাৰ অভিযোগ কিশোৰীৰ। আনকি, কিশোৰীগৰাকীয়ে আৰক্ষীক জনাইছে, যুৱকজনে গৰম লোহাৰে তেওঁৰ মুখত নিজৰ নামো লিখি দিয়ে। ১৭ বছৰীয়া কিশোৰীগৰাকীক অপহৰণ কৰি তিনিদিন ধৰি নিজৰ ঘৰত আবদ্ধ কৰি ৰাখে যুৱকজনে। তাতেই