ঠাণ্ডা দিনত গৰম দিনৰ তুলনাত পানী কমকৈ পান কৰা হয় । যাৰবাবে বহুতৰে কোষ্ঠকাঠিন্যৰ দৰে সমস্যাৰ সৃষ্টি হয় । সমান্তৰালকৈ শীতকালত যিমানেই খোৱা-বোৱা বেছি হয় ,সিমানেই হজমী শক্তি কমি আহে । সমগ্ৰ বছৰটোৰ তুলনাত শীতকালত হজমী শক্তি কমি যোৱাৰ লগতে কোষ্ঠকাঠিন্য বাঢ়ি যায় । বিশেষজ্ঞৰ মতে , শীতকালত যিমানপাৰে অখাদ্য
Category: Assamese News
কোন হ’ব বিজেপিৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় সভাপতি ? বিজেপিৰ সভাপতি জে পি নাড্ডাৰ কাৰ্যকাল চলিত বৰ্ষৰ ২০ জানুৱাৰীত শেষ হ’ব। লোকসভা নিৰ্বাচন ২০২৪ৰ পৰিপ্ৰেক্ষিতত, বিজেপিয়ে নতুন সভাপতি লাভ কৰিব নে জে পি নাড্ডাই দ্বিতীয়বাৰৰ বাবে দলটোৰ দায়িত্ব ল’ব সেয়া অতি গুৰুত্বপূৰ্ণ। ৰাজনৈতিক পৰ্যায়ত এই আলোচনা হৈয়েই আছে। বিজেপিৰ লগতে অন্য দল
অৰ্ণমাই বৰাৰ হত্যা আৰু ধৰ্ষণ কাণ্ডৰ তদন্তত আৰক্ষী ভুল আছিল বুলি স্বীকাৰ কৰিলে, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই। উল্লেখ্য যে, অৰ্ণমাই বৰা হত্যা কাণ্ডই ৰাজ্যজুৰি তোলপাৰ লগাইছিল। হোজাইৰ যমুনামুখৰ শিক্ষয়িত্ৰী অৰ্ণমাই বৰাক বিদ্যালয়ৰ পৰা উভতি অহাৰ পিছত ধৰ্ষণ আৰু হত্যা কৰা হৈছিল। এই হত্যা কাণ্ডৰ পিছতে ৰাজ্যজুৰি অৰ্ণমাই
অসমৰ জোঁৱাই হ’ল জনপ্ৰিয় কৰিঅ’গ্ৰাফাৰ তুষাৰ কালিয়া,সামাজিক মাধ্যমত ভাইৰেল ফটো তুষাৰক বগা আৰু ত্ৰিবেণীক ৰঙা ৰঙৰ পোছাক পিন্ধি ৰোমান্টিক ভংগীমাত ফটো উঠা দেখা গৈছে। তুষাৰে তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰিছে বিবাহৰ ফটো। তুষাৰ কালিয়া! নামেই যাৰ পৰিচয়। বলীউদৰ জনপ্ৰিয় কৰিঅ’গ্ৰাফাৰ তথা Khatron Ke Khiladi 12 ৰ বিজয়ী তুষাৰ কালিয়াই
গুৱাহাটী মহানগৰীত ভয়াৱহভাৱে বৃদ্ধি পাইছে বায়ু প্ৰদূষণ । বিগত প্ৰায় দুসপ্তাহ ধৰি গুৱাহাটীৰ বায়ু প্ৰদূষণ সূচাংক ‘অতি বেয়া’ অৰ্থাৎ ৩৫০-৩৬০ লৈকে বৃদ্ধি পাইছে । অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে সদৰী কৰিছে এই উদ্বেগজনক তথ্য । গুৱাহাটীত বায়ু প্ৰদূষণ সূচাংক ৪০০ৰ ওপৰত গ’লেই বিপজ্জনক সীমা অতিক্ৰম কৰিব । মহানগৰীৰ বায়ু প্ৰদূষণ ৰোধৰ