Category: Assamese News

লক্ষ্মী দেৱীৰ কাষত কিয় ভগৱান গণেশক দখা পোৱা যায়?

লক্ষ্মী দেৱীৰ কাষত কিয় ভগৱান গণেশক দখা পোৱা যায়?

এক পৌৰাণিক কথা অনুসাৰি ভগৱান শ্রী বিষ্ণুৰ লগত দেৱী লক্ষ্মী শ্ৰীচ সাগৰত বিৰাজমান আছিল। সেই সময়ত দুয়োৰে মাজত কথোপকথন চলি আছিল। সেই কথোপকথনৰ মাজতে দেৱী লক্ষ্মীৰ মুখৰপৰা ওলাল, যে তেওঁক আৰাধনা কৰাৰ আগতে কাৰোৱে কথা নচলে। সংসাৰৰ প্ৰতিজন ব্যক্তিয়ে মোক প্ৰাপ্ত কৰিবৰ বাবে, মোৰ পূজা অৰ্চনা কৰে।  ভগৱান শ্রী বিষ্ণুৰ

লক্ষ্মী আইৰ আশীৰ্বাদ পাবলৈ শুক্ৰবাৰে কৰক মাত্ৰ এটা কাম

লক্ষ্মী আইৰ আশীৰ্বাদ পাবলৈ শুক্ৰবাৰে কৰক মাত্ৰ এটা কাম

আই লক্ষ্মীক সম্পদ, শান্তি আৰু সমৃদ্ধিৰ দেবী হিচাপে মনা যায়।বিশেষকৈ শুক্রবাৰৰ দিনটো দেবী লক্ষ্মীৰ প্রতি উৎসর্গীত আৰু মনা যায় যে শুক্রবাৰে দেবী লক্ষ্মীৰ পূজা কৰিলে অর্থ-ধন সংক্রান্তীয় সমস্যা দূৰ হয় বুলি।  শুক্রবাৰৰ সন্ধ্যা দেবী লক্ষ্মীৰ উপাসনা বা পূজা কৰাটো সৰ্বোত্তম বুলি মনা যায়,এনে কৰিলে ঘৰত সুখ- সমৃদ্ধি বৃদ্ধি পায়, মত-

শনিবাৰ দিনটোত কি কি ক্ৰয় কৰিব লাগে কি কি নালাগে

শনিবাৰ দিনটোত কি কি ক্ৰয় কৰিব লাগে কি কি নালাগে

শনিবাৰে শণিদেৱৰ দিন হয়। শাস্ত্ৰ অনুসাৰি শণিদেৱ সূৰ্য্যৰ পুত্র হয়। আৰু ব্ৰহ্মাৰ আৰ্শীবাদত শণিদেৱৰ প্ৰভাৱ সূৰ্য্য দেৱতকৈ বহু গুণ বেছি। আমাৰ সকলোৰে ৰাশিতে সূৰ্য্য দেৱ ১মাহৰ বাবে,চন্দ্ৰমা ২মাহ ২দিনৰ বাবে, মংগল ডেৰ মাহৰ বাবে, বুধ ১মাহ, বৃহস্পতি ১৩মাহ আৰু গুৰু ১মাহৰ বাবে থাকে কিন্তু শণিদেৱ যিকোনো ৰাশিতে ২বছৰৰপৰা চাৰে সাত বছৰ

দেৱী-দেৱতাসকলৰ বাহনৰ দ্বাৰা আমি জানিব লগা জ্ঞান

দেৱী-দেৱতাসকলৰ বাহনৰ দ্বাৰা আমি জানিব লগা জ্ঞান

মনুষ্যই ভগৱানৰ দ্বাৰা সকলো শিক্ষা পায়।লগতে ভগৱানৰ বাহনেও আমাক বহুতো শিকায়। ১/ দেৱী দূৰ্গাৰ বাহন সিংহ। দেৱী দূৰ্গাই সিংহৰ ওপৰত বহি থাকে। আৰু সকলোৱে জানে যে, সিংহ সকলো জন্তুৰে ৰজা।ৰজাৰ শক্তি তথা দৃঢ়তা থকাৰ বৰ প্ৰয়োজন। সিংহই সদায়ে নিজৰ চিকাৰ নিজে কৰি খায় পচন্দ কৰিছিল।আৰু আমি সকলোৱে জানো যে কিবা

মহানগৰীত পুনৰ নাবালিকা বলাৎকাৰ; ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত দুই যুৱকক আটক

মহানগৰীত পুনৰ নাবালিকা বলাৎকাৰ; ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত দুই যুৱকক আটক

মহানগৰীত পুনৰ নাবালিকাক বলাৎকাৰৰ ঘটনা ৷ উৰুকাৰ আনন্দ উছাহৰ মাজতে নিশা বৰ্ষাপাৰাত তিনি যুৱকে এগৰাকী নাবালিকাক উপৰ্যুপুৰি বলাৎকাৰৰ অভিযোগ উদ্থাপিত হৈছে ৷   উল্লেখ্য যে ধৰ্ষণকাৰী যুৱক তিনিজনে বলাৎকাৰৰ সমগ্ৰ দৃশ্য বন্দী কৰি ৰাখে ম’বাইলত । আনহাতে যুৱক কেইজনে ধৰ্ষণৰ কথা সদৰি কৰিলে ভিডিঅ’ ভাইৰেল কৰাৰ ভাবুকি দিয়ে ভুক্তভোগী নাবালিকা