Category: Assamese News

নগাঁৱত বৰঘাট বাইপাছ চ’কৰ সমীপত দুৰ্ঘটনাত দুজন বাইক আৰোহী নিহত

নগাঁৱত বৰঘাট বাইপাছ চ’কৰ সমীপত দুৰ্ঘটনাত দুজন বাইক আৰোহী নিহত

নিউজ ব্যুৰ’,নগাঁও,২মে’:–নগাঁও জিলাৰ বৰঘাট আৰক্ষী পহৰা চকীৰ অন্তৰ্গত নগাঁও বাইপাছ চ’কৰ সমীপত আজি সংঘটিত এক পথ দুৰ্ঘটনাত দুজন লোক থিতাতে নিহত হয় । দুৰ্ঘটনাত নিহত বাইক আৰোহীদ্বয় হৈছে সুবিদ্ৰা দাস (২৭) আৰু আমিন আলি (৩২)। সুবিদ্ৰা দাসৰ ঘৰ গোঁসাইগাঁৱত আৰু আমিন আলিৰ ঘৰ ৰহাত। প্ৰাপ্ত বাতৰি মতে,নগাঁও চহৰৰ সমীপৰ উৰিয়াগাঁৱৰ

কচুৱা তিনিআলি পৰিবহন শ্ৰমিক সন্থা আৰু যুৱ ব্যৱসায়ী উৎপল বণিয়া উদ্যোগত শ্ৰমিক দিৱস উদযাপন

কচুৱা তিনিআলি পৰিবহন শ্ৰমিক সন্থা আৰু যুৱ ব্যৱসায়ী উৎপল বণিয়া উদ্যোগত শ্ৰমিক দিৱস উদযাপন

নিউজ ব্যুৰ’,নগাঁও,১মে’:–আজি ১মে’। সমগ্ৰ বিশ্বতে উদযাপন কৰা হৈছে শ্ৰমিক দিৱস। শ্ৰমিক দিৱসটি কচুৱা তিনিআলি পৰিবহন শ্ৰমিক সন্থাৰ উদ্যোগত দিনযোৰা বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা হয় । শ্ৰমিক দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলনৰে শুভাৰম্ভ কৰে সন্থাৰ সভাপতি চইদুৰ ৰহমানে। দুপৰীয়া কচুৱা তিনিআলি পৰিবহন শ্ৰমিক সন্থাই দিৱসৰ লগত সংগতি ৰাখি সদ্যঘোষিত উচ্চ

ৰাণীত মৃত পশুৰ মাংস ভক্ষণ কৰি পুনৰ ৯ টাকৈ শগুনৰ মৃত্যু

ৰাণীত মৃত পশুৰ মাংস ভক্ষণ কৰি পুনৰ ৯ টাকৈ শগুনৰ মৃত্যু

গুৱাহাটী, ২ মে : প্ৰকৃতিৰ জামাদাৰ হিচাপে পৰিচিত আৰু সম্প্ৰতি বিলুপ্তিৰ দিশলৈ গতি কৰা শগুনৰ অৱশিষ্টখিনীও এতিয়া মানৱসৃষ্ট ভুলৰ বাবে মৃত্যুৰ মুখলৈ গতি কৰিছে। আনকি বৃহস্পতিবাৰে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাৰ পৰা কিছু নিলগৰ ৰাণীৰ কাষৰীয়া গুইমাৰী অঞ্চলৰ পথাৰত মৃত পশুৰ মাংস ভক্ষণ কৰি ৯ টাকৈ শগুন কৰুণভাবে মৃত্যুমুখত পৰিছে ।

অসমৰ যুৱসকলৰ বাবে বিশেষ সুবিধা! ৰাজ্যত আৰম্ভ সেনাৰ নিযুক্তি প্ৰক্ৰিয়া, অগ্নিবীৰ পদৰ বাবে কোনে আৰু কেনেকৈ আবেদন কৰিব জানক

অসমৰ যুৱসকলৰ বাবে বিশেষ সুবিধা! ৰাজ্যত আৰম্ভ সেনাৰ নিযুক্তি প্ৰক্ৰিয়া, অগ্নিবীৰ পদৰ বাবে কোনে আৰু কেনেকৈ আবেদন কৰিব জানক

ভাৰতীয় সেনাৰ অগ্নিপথ আঁচনিৰ অন্তৰ্গত অগ্নিবীৰ পদৰ বাবে অসমত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে। অসমৰ যোৰহাট, মাজুলী, তিনিচুকীয়া, ডিব্ৰুগড়, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, ধেমাজি আৰু লখিমপুৰৰ অবিবাহিত পুৰুষ প্ৰাৰ্থীৰ পৰা ভাৰতীয় সেনাই অগ্নিবীৰ পদৰ বাবে আবেদন বিচাৰিছে। আৱশ্যকীয় যোগ্যতা আৰু আনুষংগিক তথ্যৰ বাবে উচ্ছুক প্ৰাৰ্থীসকলক www.joinindia.nic.inত অনুসন্ধান কৰিবলৈ আহ্বান জনোৱা হৈছে। লগতে ভাৰতীয়

টকা পালে তিনি গগৈয়ে মোৰ পক্ষলৈ আহিব: বদৰুদ্দিন আজমল

টকা পালে তিনি গগৈয়ে মোৰ পক্ষলৈ আহিব: বদৰুদ্দিন আজমল

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মাজত মাত্ৰ কেইটামান দিন বাকী থকাৰ সময়তে বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। ধুবুৰী লোকসভা সমষ্টিতো অগপ, কংগ্ৰেছ আৰু AIUDFৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। গোৱালপাৰা চহৰৰ ময়লাপথাৰ বজাৰৰ সমীপৱৰ্তী মৰিয়মনগৰৰ গ্ৰীণ ভেলী ক্লাৱৰ খেলপথাৰত AIUDFৰ প্ৰচাৰ সভা অনুষ্ঠিত হয়। সভাত AIUDFৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলে নিৰ্বাচনী প্ৰচাৰ