অষ্টিঅ’আর্থ্রাইটিছ বা অস্থিসন্ধিৰ বাত ৰোগত পুৰুষ-মহিলা সকলোৱে আক্রান্ত হ’ব পাৰে। অৱশ্যে বাস্তৱ ক্ষেত্ৰত দেখা যায় যে পুৰুষৰ তুলনাত মহিলাসকল এই ক্ষেত্ৰত আক্ৰান্ত হোৱাৰ আশংকা বেছি। ইয়াৰ আঁৰত কাৰণো আছে। শৰীৰৰ যিকোনো অস্থিসন্ধিত এনে সমস্যাই গা কৰি উঠিব পাৰে। প্রত্যেক ব্যক্তিৰ আঁঠুৰ নিৰ্দিষ্ট ওজন সহিব পৰা ক্ষমতা থাকে। যেতিয়া শৰীৰৰ ওজন
Category: Assamese News
বৰ্তমান সময়ত বিশ্বজুৰি লিভাৰৰ ৰোগ বৃদ্ধি পাইছে । বেছিভাগ লোকৰে নিজৰ বদ অভ্যাসে লিভাৰৰ বেছি ক্ষতি কৰে । বিশেষকৈ শিশুৰ ক্ষেত্ৰত যদি পিতৃ-মাতৃয়ে সচেতনতা অৱলম্বন নকৰে ,তেন্তে শিশুৰ ক্ষেত্ৰতো এই ৰোগ হ’ব পাৰে । বহুতৰ মতে বেছি তেল-মছলা খাদ্য গ্ৰহণ নকৰা , মদ নাখালে বা বাহিৰৰ খাদ্য গ্ৰহণ নকৰিলে লিভাৰৰ ৰোগ হয় । কথাটো
ড্ৰাই ফ্ৰুইটৰ ভিতৰত খেজুৰ এটা অন্যতম খাদ্য। ইয়াত কিছুমান গুৰুত্বপূৰ্ণ ভিটামিন, খনিজ আৰু প্ৰচুৰ আঁহ থাকে। প্ৰতি ১০০ গ্ৰাম খেজুৰত ২৭৭ কয়ালোৰি, ৭৫ গ্ৰাম কাৰ্বোহাইড্ৰেট, সাত গ্ৰাম আঁহ, দুই গ্ৰাম প্ৰটিনৰ উপলব্ধ। সেয়েহে, এইটো বিশ্বাস কৰা হয় যে যদি দৈনিক আহাৰত তিনিটা খেজুৰ ৰাখিব পাৰি, তেন্তে বহুতো জটিল স্বাস্থ্য সমস্যাৰ
আমাৰ সকলোৰে পচন্দৰ এবিধ অতিকৈ উপকাৰী ফল হৈছে ডালিম । আমি বহুতেই হয়তো ইয়াৰ উপকাৰী গুণৰ বিষয়ে সঠিককৈ জ্ঞাত নহয় । গতিকে আজি আমি আপোনালোকক ইয়াৰ উপকাৰী গুণৰ বিষয়ে অৱগত কৰিম । ডালিমত থকা কিছু উপাদানে শৰীৰত পেশীৰ শক্তি বৃদ্ধি কৰি বয়সৰ চাপ পৰাৰ পৰা ৰক্ষা কৰে । ইয়াৰোপৰি ডালিমৰ ৰসত উৰোলিথিনৰ অনু
শিশুসকলৰ পৰা আৰম্ভ কৰি প্ৰাপ্তবয়স্কলৈকে বহু লোকে কিন্তু গাখীৰ খাই বেয়া পায় । কিছুমান লোকে অৱশ্যে ভাতৰ লগত গাখীৰ খাই ভাল পায় । আকৌ কিছু লোকে জলপানৰ লগত গাখীৰ খায় । কিন্তু এই গাখীৰক চুপাৰ ফুড বুলি কোৱা হয় । সৰ্বগুণসম্পন্ন এই গাখীৰ সকলো পুষ্টিৰ আধাৰ আৰু শক্তিৰ উৎস । গৰুৰ গাখীৰৰ কম্পজিচনত