ক্ৰমাৎ শান্তিৰ বাতাবৰণ অব্যাহত থকা কোকোৰাঝাৰত পুনৰ পৃথক ৰাজ্যৰ দাবীৰে আন্দোলনৰ হুংকাৰ সদ্য গঠিত সদৌ বড়ো প্ৰাক্তন ভলন্টিয়াৰ অৰ্গেনাইজেশ্বনৰ । সুকীয়া বড়োলেণ্ডৰ দাবীত আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰি বৃহস্পতিবাৰে সদ্য ভূমিস্থ সংগঠনটোৱে কোকৰাঝাৰ শিশু উদ্যানত এই ধৰ্ণা-প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ সদৌ বড়ো প্ৰাক্তন ভলন্টিয়াৰ অৰ্গেনাইজেশ্বনৰ নেতা-কৰ্মী সকলে হাতে হাতে প্লেকাৰ্ড লৈ ন’ বড়োলেণ্ড
Category: Assamese News
বিশ্ব স্বাস্থ্য সংস্থাই উজবেকিস্তানত ভাৰতীয় কফচিৰাপ খাই ১৯টা শিশুৰ মৃত্যুৰ পাছত এই কফচিৰাপৰ ব্যৱহাৰৰ বিষয়ে সকীয়াই দিছে। যাৰ পাছতে WHO কৈছে যে নয়ডা ভিত্তিক কোম্পানী মেৰিয়ান বায়’টেকৰ দ্বাৰা নিৰ্মিত দুটা কফ চিৰাপ ব্যৱহাৰ কৰা উচিত নহয়। উজবেকিস্তান চৰকাৰে শিশুৰ মৃত্যুৰ বাবে নয়ডাস্থিত মেৰিয়ান বায়’টেকৰ কফ চিৰাপ ‘ডক-১ মেক্স’ক দোষাৰোপ কৰে।
ৰাখী সাৱন্তে পুনৰ এবাৰ নিজৰ এক সিদ্ধান্তৰে সকলোকে আচৰিত কৰি তুলিছে। ৰাখীয়ে প্ৰেমিক আদিল দুৰানীৰ সৈতে বিবাহপাশত আবদ্ধ হৈ সকলোকে আচৰিত কৰিছে। ছচিয়েল মিডিয়াত নিজৰ নিকাহৰ ফটো শ্বেয়াৰ কৰি কয় যে তেওঁ আদিলৰ সৈতে ৭ মাহ পূৰ্বেই নিকাহ কৰিছিল, কিন্তু আদিলে এই নিকাহ গোপনে ৰাখিবলৈ চাপ দিছিল। ৰাখীয়ে
বয়স বাঢ়ি অহাৰ লগে আমাৰ হাড় ক্ষয় হোৱা ৰোগো হোৱা আৰম্ভ কৰে । যিটো প্ৰতিৰোধ কৰা ইমান সহজ নহয় । বিশেষকৈ নাৰীৰ এই ৰোগ সৰ্বাধিক হোৱা দেখা যায় । প্ৰধানকৈ হাড়ৰ ৰোগ বুলি কলেই আমাৰ মনলৈ আহে কেলচিয়ামযুক্ত আহাৰ খোৱা । এই ধাৰণা ভুল নহয় যদিও সমান্তৰালকৈ আৰু কিছু পুষ্টিকৰ
আজিকালি ডায়েবেটিছ ৰোগীৰ সংখ্যা অস্বাভাৱিকভাৱে বৃদ্ধি পাবলৈ ধৰিছে। আধুনিক জীৱন যাপনৰ নামত যিমানেই শৰীৰটোৰ ওপৰত অত্যাচাৰ চলোৱা হৈছে সিমানেই এই ৰোগবিধে গা কৰি উঠিবলৈ সুযোগ পাইছে। ৰোগ প্ৰতিৰোধৰ বাবে আমি কিছুমান ক্ষেত্ৰত সদায় গুৰুত্ব প্ৰদান কৰা উচিত। আমি দৈনন্দিন খাদ্য তালিকাত কেনেধৰণৰ খাদ্য সম্ভাৰ অন্তৰ্ভুক্ত কৰিছো সেই কথাত সদায় গুৰুত্ব