আমি সকলোৱে জানো যে কিচমিচ স্বাস্থ্যৰ কাৰণে খুবেই উপকাৰী । কাৰণ কিচমিচত প্ৰচুৰ পৰিমাণে কেলচিয়াম, পটাচিয়াম, মেগনেচিয়াম আৰু ফাইবাৰ থাকে । যি শৰীৰক অসাধাৰণ পুষ্টি যোগান ধৰি ৰোগৰ পৰা ৰক্ষা কৰে । ড্ৰাই ফ্ৰুটছ বহুত ধৰণৰ আছে যদিও কিচমিচ শৰীৰৰ বাবে বেছি উপকাৰী । বিশেষজ্ঞৰ মতে, পানীত তিয়াই ৰখা কিচমিচে
Category: Assamese News
নাহং প্ৰকাশঃ সৰ্বস্য যোগমায়াসমাদৃতঃ ৷ মূঢ়োহয়ং নাভিজানাতি লোকো মামজমব্যয়ম্ ৷৷ অৰ্থাৎ, বুদ্ধিহীন আৰু মূৰ্খবোৰৰ আগত মই কেতিয়াও আত্মপ্ৰকাশ নকৰো;সিহতৰ বাবে মই মোৰ অন্তৰঙ্গা শক্তি যোগমায়াৰ দ্বাৰা আবৃত হৈ থাকোঁ ৷ সেইবাবেই মই যে জন্মহীন আৰু অব্যয়, মোৰ মায়াৰ প্ৰভাৱত বিমোহিত হৈ থকা জগতবাসীয়ে সেই কথা বুজিব নোৱাৰে ৷ যেতিয়াই আমি
সংসাৰত সন্তানৰ আগমনে বহুক্ষেত্ৰত এক সুখৰ নিজৰা বোৱাই আনে যদিও চাকৰিয়াল সকলৰ জীৱনত বহুক্ষেত্ৰত এক অজান হতাশাই দেখা দিয়ে।পূৰ্বতে মাতৃ হোৱাৰ লগে লগে নাৰীগৰাকীয়ে ৬মাহৰ মাতৃত্বকালীন চুটি লাভ কৰিছিল যদিও পিতৃৰ ক্ষেত্ৰত কোনোধৰণৰ এনে নিয়ম বলব্যত হোৱা নাছিল। ভাৰতবৰ্ষত চৰকাৰী হওক বা বেচৰকাৰী দুইটা ক্ষেত্ৰতে মহিলা কৰ্মচাৰীক প্ৰসূতিকালীন অৱস্থাৰ পৰা
গুৱাহাটী, ১০ জানুৱাৰীঃ চাইন্স এণ্ড টেকনল’জি বিশ্ববিদ্যালয় মেঘালয় (ইউএছটিএম)ত অনুষ্ঠিত শেহতীয়াকৈ সমাপ্ত হোৱা ৩৬ সংখ্যক পূব মণ্ডল যুৱ মহোৎসৱত কেইবাটাও পদক অৰ্জন কৰি কটন বিশ্ববিদ্যালয়ৰ ৪৯ জনীয়া দলটোৱে অসমলৈ সুনাম কঢ়িয়াই আনিছে। দেওবাৰে সমাপ্ত হোৱা যুৱ উৎসৱটি ৪ জানুৱাৰীত আৰম্ভ হৈছিল আৰু ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ পৰা ১৫ খন বিশ্ববিদ্যালয়ে ইয়াত
কামাখ্যা ধামৰ অম্বুবাচী মেলাৰ সময়ত আমি প্ৰায়ে শুনা এটা শব্দ হৈছে নাগা সাধু। অম্বুবাচী মেলাৰ সময়ত সকলোৰে প্ৰায়ে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হয় নাগা সাধুসকল। কিন্তু আপুনি জানেনে পুৰুষৰ দৰে নাৰী নাগা সাধুও আছে, যিয়ে নিজৰ সমগ্ৰ জীৱন ঈশ্বৰৰ ওচৰত উৎসৰ্গা কৰে। মহিলা নাগা সাধুক প্ৰায়ে কেৱল কুম্ভ স্নান বা তেনে কোনো