Category: Assamese News

যৌন ৰোগ অৱহেলা কৰিলে মাৰাত্মক ৰূপ ধাৰণ কৰিব পাৰে….

যৌন ৰোগ অৱহেলা কৰিলে মাৰাত্মক ৰূপ ধাৰণ কৰিব পাৰে….

যৌন ৰোগ কেৱল অসুৰক্ষিত যৌন সম্বন্ধৰ ফলতেই নহয়, অন্য কাৰণতো হয়। সেয়ে সময় থাকোঁতেই ইয়াৰ পৰীক্ষা আৰু চিকিৎসা কৰাব লাগে, অন্যথা ইয়াৰ পৰিণাম ভয়ানক হ’বগৈ পাৰে। যৌন ৰোগত সংক্ৰমিত মহিলা বা যুৱতীৰ সৈতে যদি কোনো লোকে অসুৰক্ষিত যৌন সম্পৰ্ক স্থাপন কৰে তেন্তে তেওঁৰ শৰীৰলৈ যৌন ৰোগৰ সংক্ৰমণ হ’ব পাৰে। যৌন

যৌন দুৰ্বলতাৰ কাৰণ আৰু নিৰাময়ৰ উপায়…..

যৌন দুৰ্বলতাৰ কাৰণ আৰু নিৰাময়ৰ উপায়…..

‘যৌন শক্তি’ হৈছে জীৱনৰ অতি গুৰুত্বপূৰ্ণ আৰু পৰম আকাংক্ষিত এক মহামূল্য সম্পদ। মানৱ জীৱনৰ সকলো আনন্দ এই যৌন ক্ষমতাৰ সন্তুষ্টিৰ পৰাই আৰম্ভ হৈছে। সুস্থ জীৱন-যাপনৰ কাৰণে সফল যৌন সন্তুষ্টিৰ প্ৰয়োজন আছে। যৌন অসন্তুষ্টি বিভিন্ন ৰোগ ব্যাধিৰ কাৰক হ’ব পাৰে। মানসিক অৱসাদ, হতাশা, অযথা ভয়, অযথা শংকা আৰু সংশয়, সন্দেহ আৰু

পুৰুষ-মহিলাই যৌন ক্ষমতা বৃদ্ধি কৰিবলৈ কি কি খাদ্য খোৱা উচিত?….

পুৰুষ-মহিলাই যৌন ক্ষমতা বৃদ্ধি কৰিবলৈ কি কি খাদ্য খোৱা উচিত?….

স্বাস্থ্য ভালদৰে বজাই ৰাখিবলৈ, সঠিক সময়ত সঠিক খাদ্য খোৱা প্ৰয়োজন। ওজন হ্ৰাস শেহতীয়াকৈ নতুন প্ৰৱণতাৰ এটা অংশ হৈ পৰিছে। সেইদৰে আজিকালি বৈবাহিক জীৱন সুখকৰ কৰি তুলিবলৈও বহুতে এটা নিৰ্দিষ্ট ডায়েট প্লেন ফলো কৰি আহিছে। যদি আপুনি ডায়েট চাৰ্টখন ভালদৰে মেইনটেইন কৰিব পাৰে তেন্তে আপুনি বিবাহৰ পিছত শাৰীৰিক সুখ অনুভৱ কৰিব

নগাঁৱৰ বুক নুক কেফেট ৰাতুল কুমাৰ শ‌ইকীয়াৰ অনুবাদিত ‘ফৰাচী কবিতা’ কাব্যগ্ৰন্থ উন্মোচন

নগাঁৱৰ বুক নুক কেফেট ৰাতুল কুমাৰ শ‌ইকীয়াৰ অনুবাদিত ‘ফৰাচী কবিতা’ কাব্যগ্ৰন্থ উন্মোচন

নিউজ ব্যুৰ’,নগাঁও,১৪জানুৱাৰী :–বৌদ্ধিক তথা গ্ৰন্থানুৰাগী লোকৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰা নগাঁও চহৰৰ “বুক নুক কেফে”ত আজি লেখক ৰাতুল কুমাৰ শইকীয়াৰ অসমীয়া ‘ফৰাচী কবিতা’ শীৰ্ষক এখন ফৰাচী কবিতাৰ অনুবাদ গ্ৰন্থ উন্মোচন কৰা হয় । গ্ৰন্থখনি উন্মোচন কৰি “বুক নুক কেফে”ৰ স্বত্বাধিকাৰী প্ৰশান্ত বৰাই কয় যে সাহিত্যৰ কাৰণে এইটো এটা শুভ সংকেত

অন্যায় সহ্য কৰা অন্যায় কৰাতকৈ বেছি পাপ ! – শ্ৰী কৃষ্ণ গীতা জ্ঞান।

অন্যায় সহ্য কৰা অন্যায় কৰাতকৈ বেছি পাপ ! – শ্ৰী কৃষ্ণ গীতা জ্ঞান।

বিভিন্ন পৰিস্থিতিক মানি লৈ চুপ হৈ থকাক এক মহৎ গুণ বুলি কোৱা হয়। ভাৰতীয় শাস্ত্ৰ সমূহতো মৌনব্ৰতৰ যথেষ্ট গুৰুত্ব আছে ; লগতে জীৱনৰ কিছুমান সময়ত এই মৌনতা পালনৰ বাবে শাস্ত্ৰ সমূহত উপদেশ দিয়া আছে , কিয়নো একমাত্ৰ মৌনতাৰ ফলতে বহুত ডাঙৰ সমস্যা সহজতে সমাধান হয়। কিন্তু প্ৰশ্ন ইয়াতেই উৎপন্ন হয়