কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে এক সুকীয়া পৰিচয় আছে বলীউডৰ কিং খান শ্বাহৰুখ খানৰ। বিশ্বজুৰি বলীউডৰ এইগৰাকী বাদশ্বাহৰ আছে এক ইৰ্ষণীয় জনপ্ৰিয়তা।শেহতীয়াকৈ এইগৰাকী ছুপাৰষ্টাৰৰ নাম বিশ্বৰ সবাতোকৈ ধনী অভিনেতাৰ তালিকাত সন্নিবিষ্ট হৈছে।হয়, জেৰী ছেইনফিল্ড, টাইলাৰ পেৰী আৰু ‘দ্য ৰক’ ডোৱেন জনছনৰ পিছত শ্বাহৰুখ খান হৈছে বিশ্বৰ চতুৰ্থ ধনী অভিনেতা। ‘ৱৰ্ল্ড
Category: Assamese News
গুৱাহাটী মহানগৰীত অঘটন। উৰণীয়া সেতু নিৰ্মাণত জড়িত শ্ৰমিকৰ দুৰ্ঘটনা। মালিগাওঁ উৰণীয়া সেতু নিৰ্মাণৰ অৱস্থাত আজি সংঘটিত হৈছে এই অঘটন। জানিব পৰা মতে কৰ্মৰত অৱস্থাতে উৰণীয়া সেতুৰ ওপৰত পিছলি পৰি এজন শ্ৰমিক। ফলত গুৰুতৰ ভাৱে আহত হৈছে শ্ৰমিকজন। আহত শ্ৰমিকজন বৰপেটাৰ অলিফ খান বুলি জানিব পৰা গৈছে। আহত অলিফ খানত মালিগাঁৱৰ
ৰাতিপুৱাৰ পৰা গধূলিলৈকে কাম কৰাৰ পিছত শৰীৰ আৰু মগজু দুয়োটা সম্পূৰ্ণ ভাগৰুৱা হৈ পৰে। এই ক্লান্তিৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু পিছদিনা হুলস্থুলৰ বাবে নিজকে পুনৰ সাজু কৰিবলৈ হ’লে পেশীবোৰ শিথিল কৰাৰ লগতে মনটোক শান্ত কৰা কাম এটাও কৰিব লাগে। সাধাৰণতে মনটোক শান্ত কৰিবলৈ ধ্যান কৰিবলৈ পৰামৰ্শ দিয়া হয়। কিন্তু পৰিয়ালৰ
আপোনাৰ সংগীক বিয়াৰ বাবে প্ৰস্তাৱ দিয়াটো অতি বিশেষ মুহূৰ্ত! প্ৰতিজন ব্যক্তিয়ে বিচাৰে যে তেওঁৰ প্ৰেম প্ৰকাশৰ ধৰণটো অতি মৰমলগা আৰু অনন্য হওক বা আনতকৈ বেলেগ হওক। এতিয়া ছ’চিয়েল মিডিয়াতো তেনে এক বিস্ময়কৰ আৰু ধেমেলীয়া প্ৰস্তাৱৰ ভিডিঅ’ও ভাইৰেল হৈছে। কিন্তু এইবাৰ যেতিয়া এজন ব্যক্তিয়ে মিড এয়াৰত প্ৰেমিকাক বিয়াৰ প্ৰস্তাৱ দিছিল, তেতিয়া
সকলো খাদ্যৰে অতিমাত্ৰাই ক্ষতিকাৰক৷ অনিয়ন্ত্ৰিতভাৱে কণী গ্ৰহণ কৰিলে হ’ব ডিচলিপিডেমিয়া, মেদবহুলতা, সন্তানহীনতা, ভৰিৰ বিষ আদি বিকাৰ৷কিছুমান শিশু বা প্ৰাপ্তবয়স্কৰো হাঁহৰ নাইবা কুকুৰাৰ কণীৰ এলাৰ্জি, বদহজমী আদি দেখা যায়- তেনে লোকে সেইবিধ পৰিহাৰ কৰি চলাই মংগলজনক। এতিয়া চালমোনেলা বেক্টেৰিয়াৰ অপকাৰিতাৰ বিষয়ে দুআষাৰ কৈছো৷ চালমোনেলা এন্টাৰাইটিডিচ বেক্টেৰিয়াৰ স্বাভাৱিক বসতিস্থল হ’ল সকলো চৰাইৰে