বৰ্তমান শীতকাল চলি আছে, যাৰ বাবে সকলোৱে শীতৰ প্ৰকোপৰ পৰা বাচিবলৈ বিভিন্ন উপায় অৱলম্বন কৰিছে। এই শীতকালত নিজকে গৰম ৰাখিবলৈ, মানুহে উলৰ চুৱেটাৰৰ লগতে বহুত গৰম কাপোৰ পিন্ধে যাতে শৰীৰৰ তাপ বাহিৰলৈ ওলাই নাযায়। ঊলৰ কাপোৰ হৈছে প্ৰকৃততে তাপ পৰিবাহী যি শৰীৰৰ পৰা ওলোৱা তাপ বন্ধ কৰে, লগতে শৰীৰটোক গৰম
Category: Assamese News
বহুলোকে ৰাতি পলমকৈ খাদ্য খায়। ইয়াৰ আঁৰত বহুতো কাৰণ থাকিব পাৰে। কাৰ্যালয় বা আন কামৰ বাবে বহুলোকৰ বাধ্যবাধকতা থাকে, আনহাতে বহুলোকৰ দেৰিকৈ খাদ্য খোৱাৰ অভ্যাস থাকে। কিন্তু যদি কাৰোবাৰ ৰাতি পলমকৈ খাদ্য খোৱাৰ বদঅভ্যাস নতুনকৈ গঢ় লৈ উঠিছে, তেন্তে এই অভ্যাস সোনকালে সলনি কৰাটো উচিত। কাৰণ এনে কৰাৰ ফলত এজন
শীতকালত বহুতৰে ভৰিৰ মোজাৰ পৰা উৎকট দুর্গন্ধ ওলায়।অফিচ-কাছাৰীত, আড্ডাত বা অনুষ্ঠানত মোজাৰ পৰা ওলোৱা দুর্গন্ধৰ ফলত লাজত পৰিবলগা হয় বা পৰিবেশটো অস্বস্তিকৰ হৈ উঠে।কিন্তু ইয়াৰ পৰা মুক্তিৰ উপায়ো আছে হাততে। ১। মোজা দীর্ঘ সময় ধৰি পিন্ধি নাথাকিবে। ভৰিত দুর্গন্ধ সৃষ্টিৰ সম্ভাৱনা থাকিলে কেইঘণ্টামানৰ মূৰে মূৰে মোজা সলনি কৰক বা মোজা
আমাৰ দেশত এতিয়াও যৌন সংক্ৰমিত ৰোগৰ বিষয়ে কবলৈ বহুতে লজ্জা অনুভৱ কৰে! যেতিয়া আপুনি যৌন সমস্যাৰ বিষয়ে মুকলিকৈ কথা কয়, আপোনাৰ মুখখন লাজতে ৰঙা হয়! অৱশ্যে, যৌন সংক্ৰমিত ৰোগবোৰ আন শাৰীৰিক ৰোগৰ দৰেই স্বাভাৱিক! ইয়াত লজ্জিত হোৱাৰ কোনো কাৰণ নাই! যৌনতা এটা অতি স্বাভাৱিক প্ৰবৃত্তি! অৱশ্যে, যৌন সম্ভোগৰ সময়ত সাৱধান
কিছুমান বিশেষ খাদ্যই যৌন জীৱন অধিক সক্ৰিয় কৰি ৰাখিব পাৰে। অৰ্থাৎ কিছুমান বিশেষ আহাৰ খালে যৌনশক্তি বৃদ্ধি পায় আৰু বাৰ্ধক্যতো যৌন ক্ষমতা অটুট থাকে। অহৰহ মানসিক চাপ, বৃত্তিগত প্ৰতিযোগিতা, সীমাহীন ব্যস্ততা আদিয়ে ব্যক্তি এজনৰ যৌনজীৱনতো প্ৰভাৱ পেলায়। যৌন শক্তি বৃদ্ধি কৰি দাম্পত্য জীৱন অধিক আনন্দদায়ক কৰি তুলিব পৰা কেইবিধমান খাদ্যৰ