প্ৰতিদিনে দাঁত মাজাৰ লগতে জিভা পৰিষ্কাৰ কৰা দৰকাৰ। চিকিৎসকৰ পৰামর্শ লৈ দিনত দুবাৰ সঠিক নিয়মত জিভা পৰিষ্কাৰ কৰা উচিত। নহ’লে বিভিন্ন ধৰণৰ সমস্যা শৰীৰত দেখা দিব পাৰে। দৈনিক জিভা পৰিষ্কাৰ নকৰিলে তাৰ ওপৰত বগা ৰঙৰ আৱৰণ জমা হ’ব পাৰে। সেয়া দেখিবলৈ যেনেদৰে অস্বস্তিকৰ, তেনেদৰে অস্বাস্থ্যকৰো। কাৰণ তাত জন্ম হ’ব পাৰে
Category: Assamese News
শীতকালত বহুতো স্বাস্থ্য জনিত সমস্যাৰ ভিতৰত সচৰাচৰ হোৱা সমস্যাটো হৈছে হাত-ভৰি ফুলা। যেতিয়া এই সমস্যাটো বাঢ়ি যায়, আঙুলিবোৰত তীব্র খজুৱতি হয়। এই খজুৱতিৰ পৰা জ্বলা-পোৰা বাঢ়িবলৈ আৰম্ভ কৰে। কেৱল সেয়াই নহয়, কিছুমান ক্ষেত্ৰত ৰক্তক্ষৰণৰ সম্ভাৱনা থাকে। সমস্যা গুৰুতৰ হ’লে চিকিৎসকৰ ওচৰলৈ যোৱাটো অতিকৈ প্ৰয়োজন। কেতিয়াবা ই এক সৰু সমস্যা হ’ব
সুখৰ দৰে দুখো হৈছে মানুহৰ এক স্বাভাৱিক অনুভূতি। কিন্তু দুখ আৰু হতাশাৰ মাজত আছে বহু পাৰ্থক্য। বহুতৰ মনত এই পাৰ্থক্যৰ বাবে বিভ্ৰান্তিৰ সৃষ্টি হয়। কিন্তু সুস্বাস্থ্যৰ অধিকাৰী হ’বলৈ সকলোৱে ইয়াৰ পাৰ্থক্য জনাতো দৰকাৰ। দুখ এক সাৰ্বজনীন আৱেগ । জীৱনৰ কেইবাটাও ঘটনাই মানুহক দুখী বা অসুখী কৰিব পাৰে। সেয়া লাগিলে প্ৰিয়জনৰ
>নৈপৰীয়া অসমীয়াৰ বাপতি সাহোন বিহুৰ অন্যতম হৈছে মাঘ বিহু । পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনাখন উদযাপন কৰা হয় মাঘ বিহু । পুহ মাহত শালি ধান, মাহ, তিল আদি শস্য চপাই ৰাইজে আৰু সেই ভৰাল উপচাই ৰখা শস্যৰেই লগে ভাগে এসাজ খোৱাৰ বাবেই মাঘ বিহুক কোৱা হয় ভোগালী বিহু বুলিও । অৱশ্যে
ব্যতিক্ৰমী অভিনয় তথা নৃত্য শৈলী, অতুলনীয় চেহেৰা, ‘অনস্ক্ৰীণ’ আকৰ্ষণকে ধৰি বহুমুখী প্ৰতিভাৰে দৰ্শকৰ মনত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা অভিনেতা হৃতিকৰ আজি জন্মদিন।বলীউডৰ ছুপাৰষ্টাৰ হৃত্বিক ৰোশনে আজি তেওঁৰ ৪৯ সংখ্যক জন্মদিন উদযাপন কৰিছে।হৃতিকৰ জন্ম ১৯৭৪ চনৰ ১০ জানুৱাৰীত। তেওঁৰ প্ৰথম ছবি ‘কহো না প্যাৰ হে’ৰ মুক্তিৰ পৰাই তেওঁক