Category: Assamese News

মানাহত ২০২২-২৩ পৰ্যটন বৰ্ষত ৩০,৭২৫ গৰাকী পৰ্যটকৰ বিপৰীতে ৰাজহ সংগ্ৰহ ৭৯,৮০,০০০ টকা

মানাহত ২০২২-২৩ পৰ্যটন বৰ্ষত ৩০,৭২৫ গৰাকী পৰ্যটকৰ বিপৰীতে ৰাজহ সংগ্ৰহ ৭৯,৮০,০০০ টকা

নিউজ ব্যুৰ’,নগাঁও,৭জানুৱাৰী:–বিশ্ব ঐতিহ্যক্ষেত্ৰ ৰূপে পৰিচিত মানাহ ৰাষ্ট্ৰীয় উদ্যানত দেশী- বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে । ইয়াৰ ফলত সমান্তৰালভাৱে পৰ্যটকৰ পৰা উদ্যান কৰ্তৃপক্ষই লাভ কৰা ৰাজহৰ পৰিমাণো বৃদ্ধি পাইছে বিগত বৰ্ষৰ তুলনাত । মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক ড° বৈভৱ চি মাথুৰে জনোৱা তথ্য অনুসৰি ২০২২-২৩ পৰ্যটন বৰ্ষৰ এপ্ৰিলৰ পৰা ডিচেম্বৰলৈ

নতুন বছৰৰ আৰম্ভণিতে এটা ইতিবাচক খবৰে উৎফুল্লিত কৰি তুলিছে নাজিৰাবাসীক।

নতুন বছৰৰ আৰম্ভণিতে এটা ইতিবাচক খবৰে উৎফুল্লিত কৰি তুলিছে নাজিৰাবাসীক।

নতুন বছৰৰ আৰম্ভণিতে এটা ইতিবাচক খবৰে উৎফুল্লিত কৰি তুলিছে নাজিৰাবাসীক। নাজিৰাৰ আমোলাপট্টিৰ সীমান্ত দাস আৰু বৰ্ণালী দাসৰ কন্যা পয়োনিধি দাসে অনুৰ্দ্ধ ১৫ মহিলা ক্ৰিকেটৰ অসম দলত উপ – অধিনায়ক তথা উইকেটকীপাৰ হিচাপে নিৰ্বাচিত হৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে নাজিৰালৈ ৷ নাজিৰা ক্ৰিকেট একাডেমিত সৰুৰে পৰা অনুশীলন কৰি পাছত গুৱাহাটীত

BTRত নতুনকৈ সশস্ত্ৰ সংগঠনৰ পৰিকল্পনা কৰি গ্ৰেপ্তাৰ প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীসহ আন কেইবাজনো লোক

BTRত নতুনকৈ সশস্ত্ৰ সংগঠনৰ পৰিকল্পনা কৰি গ্ৰেপ্তাৰ প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীসহ আন কেইবাজনো লোক

বিটিআৰত নতুনকৈ সশস্ত্ৰ সংগঠন খোলাৰ পৰিকল্পনা তথ্য লাভ কৰি কোকৰাঝাৰ আৰক্ষীয়ে কালি নিশা বিপিএফৰ নেতা, প্ৰাক্তন বিধায়ক তথা বিটিআৰৰ প্ৰাক্তন কাৰ্যবাহী সদস্য হিতেশ বসুমতাৰী , জনজাতি সুৰক্ষা মঞ্চৰ কাৰ্যকৰী সভাপতি দাওৰাও দেখ্ৰেব নাৰ্জাৰী আৰু বড়োলেণ্ড ঠিকাদাৰ সন্থাৰ সাধাৰণ সম্পাদক বিক্ৰম দৈমাৰীক গ্ৰেপ্তাৰ কৰা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ইয়াৰোপৰি আৰক্ষীয়ে

নগাঁৱৰ প্ৰদীপ আৰ্ট এণ্ড ক্ৰাফ্টে ৰাষ্ট্ৰীয় পৰ্যায়ৰ চিত্ৰাংকণ প্ৰতিযোগিতাত ৩৩ পদক অৰ্জন

নগাঁৱৰ প্ৰদীপ আৰ্ট এণ্ড ক্ৰাফ্টে ৰাষ্ট্ৰীয় পৰ্যায়ৰ চিত্ৰাংকণ প্ৰতিযোগিতাত ৩৩ পদক অৰ্জন

নিউজ ব্যুৰ’,নগাঁও,৭জানুৱাৰী:–নগাঁৱৰ প্ৰদীপ আৰ্ট এণ্ড ক্ৰাফ্টে সুনাম কঢ়িয়াই আনিছে ৰাজ্যলৈ ৷ ৰাষ্ট্ৰীয় পৰ্যায়ত “বাংগালুৰু ললিথ কলা চেন্টাৰ ফৰ ভিজুৱেল আৰ্ট”য়ে আয়োজন কৰা বিভিন্ন শাখাৰ চিত্ৰাংকন প্ৰতিযোগিতাত ৩৩ টাকৈ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰে ১৪জনে প্ৰথম স্থানসহ সোণৰ পদক,১২জনে দ্বিতীয় স্থানসহ ৰূপৰ পদক আৰু ৭জনে তৃতীয় স্থানসহ ব্ৰঞ্জৰ পদক

পুনৰ বিতৰ্কত ভিক্টৰ দাস; এইবাৰ পত্নী আৰু পত্নীৰ পৰিয়ালৰ সদস্যক মাৰপিট ভিক্টৰৰ

পুনৰ বিতৰ্কত ভিক্টৰ দাস; এইবাৰ পত্নী আৰু পত্নীৰ পৰিয়ালৰ সদস্যক মাৰপিট ভিক্টৰৰ

পুনৰ চৰ্চাত ভিক্টৰ দাস। হয়, ৰাজ্য চৰকাৰৰ এক লাখ নিযুক্তিৰ অংশ হিচাপে অলপতে অনুষ্ঠিত কৰা তৃতীয় আৰু চতুৰ্থ পদৰ বাছনি পৰীক্ষাত অনিয়ম হোৱা বুলি কৈ গ্ৰেপ্তাৰ হোৱা ভিক্টৰ দাস এতিয়া পুনৰবাৰ বিতৰ্কত সোমাই পৰিছে। এইবাৰ পত্নীৰ মাকৰ ঘৰত সোমাই পত্নী আৰু পত্নীৰ পৰিয়ালৰ সদস্যক মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে ভিক্টৰ