Category: Assamese News

“মদহে খাইছে, তেওঁলোকে কাৰোবাক মাৰিতো অহা নাই”- কাৰ ওপৰত খং উঠিল ডিম্পু বৰুৱাৰ!!

“মদহে খাইছে, তেওঁলোকে কাৰোবাক মাৰিতো অহা নাই”- কাৰ ওপৰত খং উঠিল ডিম্পু বৰুৱাৰ!!

সমাগত ভোগালী বিহু। ইয়াৰ সমান্তৰালকৈ সমগ্ৰ ৰাজ্যত সুৰাৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষীও। আপুনি টিভি খুলিলেই হয়টো দেখা পাইছে প্ৰতিদিনাই সংবাদ শিৰোনাম দখল কৰি অহা মদ সেৱন কৰা লোকৰ ন ন ভিডিঅ’। এনে সময়তে ৰাজ্যৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাই সংবাদ মাধ্যমক একপ্ৰকাৰ সমালোচনা কৰি নীতি শিক্ষা দিয়া দেখা গৈছে। শেহতীয়াকৈ

তিৱা স্বায়ত্ত পৰিষদৰ ২য় বৰ্ষপূত্তি পালন জিবন চন্দ্ৰ কোৱৰ পাৰিষদৰ।

তিৱা স্বায়ত্ত পৰিষদৰ ২য় বৰ্ষপূত্তি পালন জিবন চন্দ্ৰ কোৱৰ পাৰিষদৰ।

তিৱা স্বায়ত্ত পৰিষদ,অসমৰ জিবন চন্দ্ৰ কোৱৰৰ পাৰিষদ খনৰ ২য় বৰ্ষপূত্তি অনুষ্ঠান আজি পালন কৰে তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কায্যালয়ত।দিনযোৰা কায্যসূচীৰে আৰম্ভ হোৱা অনুষ্ঠানত প্ৰথমে পূৱা পতাকা উত্তোলন কৰে মুখ্য কাৰ্যবাহী সদস্য জিবন চন্দ্ৰ কোৱৰে।লগতে পাৰিষদ খনৰ সকলো সদস্যই স্মৃতি তৰ্পণ কৰাৰ উপৰিও মৰিগাওঁ অসামৰিক চিকিত্সালয়ত ৰোগীৰ সকলৰ মাজত ফল মুল

মাৰণাস্ত্ৰসহ ৰঙিয়া আৰক্ষীৰ জালত দুধৰ্ষ ডকাইতৰ দল ।

মাৰণাস্ত্ৰসহ ৰঙিয়া আৰক্ষীৰ জালত দুধৰ্ষ ডকাইতৰ দল ।

পৰিকল্পনা আছিল CSP এজেন্টৰ পৰা ধন কাঢ়ি নিয়াৰ । ৰঙিয়াত পিষ্টল সহ তিনি দুৰ্ধৰ্ষ ডকাইত আৰক্ষীৰ জালত । গোপন সূত্ৰৰ ভিত্তিত আৰক্ষী আৰু CRPF বাহিনীয়ে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চোঁচাইটি চকত চলাইছিল তালাচী অভিযান । অভিযানত এখন পালচাৰ বাইকত অহা দুটা ডকাইতক ৮ টা সজীৱ গুলী, ৭.৬৫ এম এম পিষ্টল

গেলেকীৰ দেওপানী ইটাখোলা খনা গাঁৱত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড।

গেলেকীৰ দেওপানী ইটাখোলা খনা গাঁৱত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড।

নাজিৰা মহকুমাৰ গেলেকী আৰক্ষী থানাৰ অন্তৰ্গত দেওপানী ইটাখোলাত নিজ জোৱায়েকে অতি নিষ্ঠুৰ ভাৱে হত্যা কৰি বাৰি চুকৰ এটা গাঁতত পুতি থোৱা অৱস্থাত খান্দি উদ্ধাৰ কৰে এজন ৬০ বছৰীয়া বৃদ্ধক । মৃতদেহটো চিকাৰী ঘাটোৱাৰ বুলি জানিব পৰা গৈছে। চিকাৰী ঘাটোৱাৰক জোৱায়েক ,নিজ কন্যা আৰু নিজ পত্নীয়ে মিলি ১ জানুৱাৰী তাৰিখে এডাল

ৰাষ্ট্ৰীয় মডেলিং জগতত পুনৰ জিলিকিল টীয়কৰ ৰিতৃষ্ণা গগৈ l

ৰাষ্ট্ৰীয় মডেলিং জগতত পুনৰ জিলিকিল টীয়কৰ ৰিতৃষ্ণা গগৈ l

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত মডেলিং জগতত পুনৰ সুনাম কঢ়িয়াই সমগ্ৰ অসম তথা টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিছে টীয়ক নগৰৰ নিবাসী সুৰেশ গগৈ আৰু প্ৰতিমা গগৈৰ বৰ কন্যা ৰিতৃষ্ণা গগৈয়ে।সদ্য কলকতাত অনুষ্ঠিত Super model of india International শীৰ্ষক ৰাষ্ট্ৰীয় পৰ্যায়ৰ মডেলিং প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰি প্ৰথম স্থান দখল কৰি Miss super model -2022 খিতাপ