ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম, ৰাম কৃষ্ণ ৰাম কৃষ্ণ অগতিৰ গতি ৷ অচিন্ত অনন্ত সুখৰ সাগৰ, কৃষ্ণৰ পদ ভকতি ৷৷ জীৱই নিজ কৰ্মফল ভোগ কৰিবলৈ স্বৰ্গ,নৰক,পৃথিৱীত নানা দেহ ধাৰণ কৰি গতি কৰি থাকে ৷ হৰি ভক্তি নকৰাৰ কাৰণে সংসাৰত যন্ত্ৰনা ভোগ কৰি পৰম গতি লাভ কৰিব নোৱাৰে ৷ অগ্ৰগতিৰ একমাত্ৰ
Category: Assamese News
বৰ্তমানৰ যুগত, যুৱক-যুৱতীসকলৰ ক্ষেত্ৰত পকা চুলিৰ সমস্যা প্ৰায়ে দেখা দিবলৈ আৰম্ভ কৰিছে। সাধাৰণতে চুলি ৩৫ বছৰৰ পিছত লাহে লাহে পকিবলৈ আৰম্ভ কৰে, কিন্তু আজিকালিৰ যুগত ২৫ বছৰীয়া যুৱক-যুৱতীসকলৰো চুলি পকিবলৈ ধৰিছে। ই বিৰক্তি দিয়াৰ লগতে আত্মবিশ্বাসৰ ওপৰত বাৰুকৈয়ে প্ৰভাৱ পেলায়। কম বয়সত চুলি পকাটো আনুবংশিক কাৰণত হ’ব পাৰে, কিন্তু সাধাৰণতে
জাপানে উনবিংশ শতিকাৰ আইন সলনি কৰিবলৈ সাজু হৈছে আৰু কেবিনেটে শুক্ৰবাৰে এখন বিধেয়কত অনুমোদন জনাইছিল যাৰ অধীনত শিশুৰ জন্মৰ সময়ত মাতৃক অভিভাৱকৰ দায়িত্ব প্ৰদান কৰা হ’ব। চলিত অধিৱেশনত গৃহীত হ’বলগা আৰু সংসদত উত্থাপন হ’বলগা সংশোধিত আইনখনে বিবাহ বিচ্ছেদৰ ১০০ দিনৰ ভিতৰত গৰ্ভৱতী মহিলাৰ দ্বিতীয় বিবাহৰ ওপৰত থকা নিষেধাজ্ঞাও প্ৰত্যাখ্যান কৰিব।
জ্যেষ্ঠসকলে প্ৰায়ে ঘাঁহৰ ওপৰত খালি ভৰিৰে খোজ কাঢ়িবলৈ পৰামৰ্শ দিয়ো, কিন্তু কোনোবাই কেতিয়াবা ভাবিছেনে যে তেওঁলোকে কিয় কিয় এনে কৰিবলৈ কয়! বৰ্তমানৰ যুগত, মানুহে জোতা-চেণ্ডেল নিপিন্ধাকৈ বাহিৰলৈ যাব নোৱাৰে সেয়েহে খালি ভৰিৰে খোজ কঢ়াৰ প্ৰৱণতা প্ৰায় শেষ হৈছে। বহুতো স্বাস্থ্য বিশেষজ্ঞই পৰামৰ্শ দিয়ে যে, প্ৰতিদিনে পুৱা সাৰ পোৱাৰ পিছত কমেও
সাধাৰণতে মুৰৰ বিষ সচৰাচৰ নহয়। কিন্তু যদি কাৰোবাৰ সঘনাই মুৰৰ বিষ হয় তেন্তে ইয়াক উপেক্ষা কৰিব নালাগে, কিয়নো ইয়াৰ আঁৰত কিছুমান কাৰণ থাকিব পাৰে। মুৰৰ বিষ হোৱাৰ ফলত মানুহৰ কাম-কাজ বন্ধ হৈ যাব পাৰে। সেয়েহে, যদি কোনোবাই মুৰৰ বিষৰ সমস্যাৰ সৈতে যুঁজি আছে, তেন্তে তেওঁ প্ৰথমতে ইয়াৰ আঁৰৰ কাৰণটো জনা