Category: Assamese News

নগাঁৱত বৰ্ষীয়ান ৰাজনীতিবিদ, শিক্ষাবিদ,বাওঁপন্থী নেতা বাণেশ্বৰ শইকীয়াৰ “ৰঙা ৰ’দৰ পম খেদি” গ্ৰন্থ উন্মোচন

নগাঁৱত বৰ্ষীয়ান ৰাজনীতিবিদ, শিক্ষাবিদ,বাওঁপন্থী নেতা বাণেশ্বৰ শইকীয়াৰ “ৰঙা ৰ’দৰ পম খেদি” গ্ৰন্থ উন্মোচন

নিউজ ব্যুৰ’,নগাঁও,৮জানুৱাৰী:–বৰ্ষীয়ান ৰাজনীতিবিদ,শিক্ষাবিদ,বাওঁপন্থী নেতা বাণেশ্বৰ শইকীয়াৰ “ৰঙা ৰ’দৰ পম খেদি” শীৰ্ষক গ্ৰন্থখনি ৰবিবাৰে উন্মোচন কৰা হয় ৷ এই উপলক্ষে নগাঁও জিলা সাহিত্য সভা ভৱনত আয়োজিত বিশিষ্ট শিক্ষাবিদ সভাৰাম মজুমদাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাত গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট সমাজকৰ্মী তথা ভাৰতীয় গণনাট্য সংঘৰ নগাঁও জিলা শাখাৰ সভাপতি দীপ্তি কুমাৰ বৰুৱাই । গ্ৰন্থখন

গল্পকাৰ জ্যোতিষ শিকদাৰলৈ ক্ৰান্তিকাল সাহিত্য সন্মান– ২০২২

গল্পকাৰ জ্যোতিষ শিকদাৰলৈ ক্ৰান্তিকাল সাহিত্য সন্মান– ২০২২

নিউজ ব্যুৰ’,নগাঁও,৯জানুৱাৰী:–২০১১ চনৰ পৰা শিৱকান্ত- ক্ৰান্তিকাল ট্ৰাষ্টৰ উদ্যোগত নগাঁৱৰ ক্ৰান্তিকাল প্ৰকাশনে প্ৰদান কৰি অহা ”ক্ৰান্তিকাল সাহিত্য সন্মান -২০২২” ৰাজ্যখনৰ বিশিষ্ট গল্পকাৰ জ্যোতিষ শিকদাৰলৈ আগবঢ়োৱা হৈছে । এই কথা শিৱকান্ত- ক্ৰান্তিকাল ট্ৰাষ্টৰ হৈ কৈলাশ ৰাজখোৱা আৰু অৰিন্দম বৰকটকীয়ে সোমবাৰে নগাঁৱত সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে । উল্লেখ্য যে ১৯৫৭ চনত গুৱাহাটীত

Viral Video: দুৰ্ঘটনাৰ পৰা ৰক্ষা পাবলৈ ‘শিখ ​​হেলমেট’ ডিজাইন কৰিলে মাতৃয়ে, চাওক ভিডিঅ’

Viral Video: দুৰ্ঘটনাৰ পৰা ৰক্ষা পাবলৈ ‘শিখ ​​হেলমেট’ ডিজাইন কৰিলে মাতৃয়ে, চাওক ভিডিঅ’

পথত বাইক চলাওঁতে আপোনাৰ সুৰক্ষা নিশ্চিত কৰিবলৈ হেলমেট পিন্ধাটো আটাইতকৈ গুৰুত্বপূৰ্ণ। বেছিভাগ দুৰ্ঘটনাতে মূৰত আঘাত পোৱাৰ বাবে মানুহৰ মৃত্যু হয়, এনে পৰিস্থিতিত পথত যাত্ৰাৰ সময়ত কেৱল হেলমেটেহে দুৰ্ঘটনাৰ পৰা সুৰক্ষা প্ৰদান কৰে। বৰ্তমান শিখ সমাজৰ লোকসকলে পাগুৰি পিন্ধাৰ বাবে হেলমেট ব্যৱহাৰ কৰিব পৰা নাই। যাৰবাবে কেতিয়াবা যাত্ৰা কৰোতে দুৰ্ঘটনাত পতিত

‘মোৰ মা-দেউতাক নকবা যে মোৰ কেন্সাৰ হৈছে…’ ডাক্তৰক অনুৰোধ ৬ বছৰীয়া শিশুৰ

‘মোৰ মা-দেউতাক নকবা যে মোৰ কেন্সাৰ হৈছে…’ ডাক্তৰক অনুৰোধ ৬ বছৰীয়া শিশুৰ

হায়দৰাবাদৰ এপ’ল’ হাস্পতালৰ স্নায়ু বিশেষজ্ঞ ডাঃ সুধীৰ কুমাৰে ছ’চিয়েল মিডিয়াত টুইটৰ জৰিয়তে এটা শিশুৰ কাহিনী শ্বেয়াৰ কৰিছে। এই কথা জনাৰ পিছত ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ চকুত চকুলো ওলাইছে। আচলতে তেওঁ লিখিছে যে মনু নামৰ ছবছৰীয়া শিশু এটাই তেওঁক মাক-দেউতাকক তেওঁৰ কেন্সাৰৰ কথা নক’বলৈ অনুৰোধ কৰিছিল। উল্লেখ্য যে এবাৰ অ’পিডিত ৰোগীক দেখাৰ

‘ভিক্টৰ দাস চৰিত্ৰহীন! বহু যুৱতীৰে অবৈধ সম্পৰ্ক ভিক্টৰ দাসৰ’- পত্নীৰ অভিযোগ

‘ভিক্টৰ দাস চৰিত্ৰহীন! বহু যুৱতীৰে অবৈধ সম্পৰ্ক ভিক্টৰ দাসৰ’- পত্নীৰ অভিযোগ

‘ভিক্টৰ দাস চৰিত্ৰহীন! বহু যুৱতীৰে অবৈধ সম্পৰ্ক ভিক্টৰ দাসৰ।’-এই কথা আমি কোৱা নাই, আনক নৈতিকতাৰ পাঠ দিয়া ভিক্টৰ দাসৰ মুখা খুলিছে তেওঁৰেই পত্নীয়ে। ২০১৬ ত আমাৰ বিয়া হৈছিল। তাৰ পাছৰে পৰা এতিয়ালৈকে বহু শাৰিৰীক আৰু মানসিক নিৰ্যাতন খালোঁ। তেওঁ মদ খাই আহি মোক বহু নিৰ্যাতন কৰে। আৰু যেতিয়াই মই কোনোবা