যি সকল নিবনুৱাই ঘৰত বহি আছে অৰ্থৰ অভাৱত নিজা ব্যৱসায় আৰম্ভ কৰিব পৰা নাই ,তেওঁলোকৰ বাবে সুখবৰ । অতি সহজতে লোন প্ৰদান কৰিব Andromeda বিত্তীয় প্রতিষ্ঠানে । আজি ৰঙিয়া চহৰত Andromeda নামৰ এটা বিত্তীয় প্ৰতিষ্ঠান মুকলি কৰা হয় । যিসকল লোকে বেংকত লোন বিচাৰি হাবাথুৰি খাই লোন নাপাই ,সেই সকল
Category: Assamese News
আদিবাসী জনগোষ্ঠীটোৰ পৰা হাবি-জংঘললৈ ওলাই গৈ জন্ম লোৱা বিভিন্ন অস্ত্ৰধাৰী উগ্ৰপন্থীয়ে ইতিমধ্যে মূল সুঁতিলৈ উভতি আহি যোৱা ১৫ চেপ্তেম্বৰ ২০২২ তাৰিখে নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ৫ টাকৈ উগ্ৰপন্থী সংগঠনৰ সৈতে আদিবাসী শান্তি চুক্তি স্বাক্ষৰিত হয় | এই সংগঠন সমূহৰ ভিতৰত
নিউজ ব্যুৰ’,নগাঁও,৫জানুৱাৰী:–অসম সাহিত্য সভাৰ অন্তৰ্ভূক্ত নগাঁও জিলা সাহিত্য সভাৰ সপ্তবিংশতিতম দ্বি বাৰ্ষিক পূৰ্ণাংগ অধিবেশনখনি অহা ৮ জানুৱাৰীত (ৰবিবাৰে)কপিলী-নিশাৰী-বৰপানী নৈৰে পৰিৱেষ্টিত,অপ্ৰমাদী কবি মাধৱ কন্দলীৰ লিখিত ৰামায়ণ চৰ্চাৰ পীঠস্থান তথা বিষ্ণুপুৰী,ৰত্নাৱলী, মাধৱপাৰা থানৰ ধৰ্মীয় সুবাসেৰে ধন্য ঐতিহ্যমণ্ডিত কামপুৰত আয়োজন কৰা হৈছে । কামপুৰ শাখা সাহিত্য সভাৰ আহ্বানত কামেশ্বৰ বৰঠাকুৰ মজলীয়া বিদ্যালয়ৰ প্ৰাঙ্গণত
নিউজ ব্যুৰ’,নগাঁও,৫জানুৱাৰী:–অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে বঞ্চনাৰ অভিযোগত বৃহস্পতিবাৰে কলিয়াবৰ মহকুমাৰ ৰাঙলুত আটছাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । চিকনি পাম্পিং ষ্টেচনৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি চাহ জনগোষ্ঠীয় ছাত্ৰ সংগঠনটোৱে প্ৰতিবাদ সাৱ্যস্ত কৰি প্ৰতিবাদকাৰীসকলে স্থানীয় শিক্ষিত নিবনুৱাক সংস্থাপনৰ দাবী,চিকনি পাম্পিং ষ্টেচনৰ বাবে অধিগ্ৰহণ কৰা মাটিৰগৰাকীক ক্ষতিপূৰণ প্ৰদানৰ দাবী,স্থানীয় গ্ৰামাঞ্চলৰ উন্নয়নৰ
নিউজ ব্যুৰ’,নগাঁও: ‘শিশুৰ বাবে পুষ্টিকৰ খাদ্য বা আহাৰ গুৰুত্বপূৰ্ণ ৷ সমান্তৰালভাৱে শিশুৰ বৌদ্ধিক আৰু মানসিক উত্তৰণৰ ক্ষেত্ৰত মানসিক পুষ্টি সাধনত সৰ্বাধিক গুৰুত্ব দিয়াটো অত্যন্ত আৱশ্যক ৷’ নগাঁৱৰ প্ৰখ্যাত চিত্ৰশিল্পী সুজিত দাসৰ বাসভৱনৰ আৰ্ট ভিলেজত আজি অনুষ্ঠিত শিশুপযোগী ক্ষুদ্ৰ আলোচনী ‘প্ৰিয়বন্ধু’ উন্মোচন কৰি উক্ত বক্তব্য আগবঢ়াই নূপুৰ মোমাইদেউ খ্যাত অসমৰ বিশিষ্ট