টোপনি নোহোৱা ৰোগ বৰ্তমান সময়ৰ এক সাধাৰণ সমস্যা। বিশেষকৈ যিসকলে সম্পূৰ্ণ দিন বিভিন্ন কামৰ হেঁচাত থাকে আৰু বিষন্ন হৈ থাকে তেওঁলোকৰ বাবে ই মাৰাত্মক ৰূপ ধাৰণ কৰে। আনহাতে, যিসকলে শ্বিফটিং ডিউটি কৰে তেওঁলোকৰো এই সমস্যা আছে। খাদ্যাভ্যাসৰ কাৰণে আৰু প্রয়োজনীয় পুষ্টি নাপালেও ইনছোমিয়া বা টোপনি নোহোৱা ৰোগ হ’ব পাৰে। ইয়াত
Category: Assamese News
সদ্যোজাতৰ ৰোগ প্রতিৰোধ ক্ষমতা গঢ়ি তোলাৰ বাবে ব্রেষ্টমিল্কৰ বিকল্প নাই। তাৰ উপৰি মাতৃ আৰু সন্তানৰ আত্মিক সংযোগ গঢ়ি উঠে এই প্রক্রিয়াৰ মাজেদিয়ে। শিশুৰ ‘প্রাইম কেয়াৰগিভাৰ’ যে মাতৃয়েই, সেই বোধ শিশুৰ ভিতৰত সৃষ্টি হয় ব্রেষ্টফিডিঙৰ মাধ্যমেৰে। বিগত সপ্তাহটো অর্থাৎ ১-৭ আগষ্ট উদযাপিত হয় ‘ৱর্ল্ড ব্রেষ্টফিডিং উইক’ হিচাপে। এই বছৰ এই সপ্তাহৰ
কেতিয়াবা ভর্তা হিচাবে, কেতিয়াবা ভাজি বা কেতিয়াবা তৰকাৰি কৰি, সকলোৰে লগতেই বেঙেনাৰ জুতি মিলি যায়। গৰম ভাত আৰু বেঙেনা ভাজি সকলোৰেই প্রিয় খাদ্য। অৱশ্যে যিসকলৰ এলার্জি আছে তেওঁলোকে বেঙেনাৰ পৰা দূৰত থকাই ভাল। পাচলি জগতৰ ৰজা হিচাবে পৰিচিত বেঙেনাই পাবলগীয়া কদৰ নাপালেও গুণত কিন্তু ইয়াক অৱহেলা কৰা সম্ভৱ নহয়। আচলতে
প্ৰেমিকৰ লগত হাত মিলাই ভগ্নীক ব্লেকমেইল কৰাৰ অভিযোগ যুৱতীৰ। যুৱতীগৰাকী আৰু প্ৰেমিকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।দিল্লীত সংঘটিত হৈছে এই ঘটনা। ধৃত যুৱকজনৰ নাম দেৱৰাজ | অভিযোগ অনুসৰি প্ৰেমিকাৰ ভগ্নীৰ গোপন ভিডিও ফাদিল কৰাৰ ভাবুকি দিছিল। তেওঁ ব্লেকমেইলৰ জৰিয়তে টকা ঘটিবলৈ চেষ্টা কৰিছিল। এই কামত তেওঁৰ প্ৰেয়সীয়েও তেওঁৰ লগত সংগ দিছিল।আৰক্ষীৰ মতে,
মেষ: শৰীৰ ভালে নাযাব৷ মানসিক চিন্তা বৃদ্ধি৷ অন্যান্য সমস্যাই মন ভাৰাক্রান্ত কৰিব পাৰে৷ প্রেমত মধুৰ ভ্রমণৰ সুযোগ৷বৃষ : শুভ অথবা মাংগলিক কার্যত খৰচ বৃদ্ধি৷ নতুন কোনো সংবাদ প্রাপ্তি৷ পূর্বৰ সমস্যাৰ অন্ত৷ বিবাহৰ যোগ৷মিথুন : মানসিক শুভ৷ খোৱা–লোৱাত তৃপ্তি৷ পাৰিবাৰিক সুখ বৃদ্ধি৷ জ্যেষ্ঠজনৰ সহযোগ প্রাপ্তি৷কর্কট : আর্থিক স্থিতিৰ সন্তোষজনক প্রগতি৷ প্রেমত