অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুক লৈ আজিও প্ৰশ্ন উত্থাপন হয়৷ প্ৰকৃততে অভিনেতাগৰাকীয়ে আত্মহত্যা কৰিছিল নে তেওঁক হত্যা কৰা হৈছিল সেয়া আজিও ৰহস্য৷ শেহতীয়াকৈ সুশান্ত সিং ৰাজপুতৰ মৃত্যুক লৈ এক বৃহৎ দাবী কৰিছে ৰূপকুমাৰ শ্বাহ নামৰ এজন ব্যক্তিয়ে৷ তেওঁ দাবী কৰিছে যে আত্মহত্যা নহয়, হত্যা কৰা হৈছিল সুশান্ত সিং ৰাজপুতক৷ ২০২০ চনৰ ১৪ জুনত চৰম
Category: Assamese News
প্ৰাণৱন্ত সকলোৱে নিজৰ জীৱনত সুস্থৰূপে কিছুসময় হলেও বেছিকৈ থকাৰ হাবিয়াস কৰে।কিন্ত জ্ঞাত বা অজ্ঞাত কিছু কৰ্মৰ ফলতে মানুহৰ এনে হাবিয়াস বহুক্ষেত্ৰত সম্পূৰ্ণ হৈ নপৰে।১৮খন পুৰাণৰ ভিতৰত থকা গৰুড় পুৰানে এনে কিছু কৰ্মত বাধ্যবাধকতা প্ৰদান কৰিছে যিবোৰে মানৱ জীৱনৰ আয়ুস ক্ৰমান্বয়ে কম কৰি তোলে।এনে কৰ্মবোৰ হল- ১)প্ৰভাতত শোৱাপাটী এৰা-সূৰ্য্য উদয়ৰ আগতে
দীৰ্ঘদিন ধৰি যাতায়াত অসুবিধাত ভুগি আছিল মহানগৰৰ ধাৰাপুৰৰ লগতে দাঁতি কাষৰীয়া অঞ্চলৰ লোকে। মহানগৰীৰ বিভিন্ন স্থানৰ পৰা ধাৰাপুৰলৈ চিটিবাছ সেৱাৰ বাবে বহু আবেদন-নিবেদন জনাইছিল। অৱশেষত কামৰূপ মহানগৰ আয়ুক্ত, জিলা পৰিবহণ বিষয়া কাৰ্যালয়, মেট্ৰো ট্ৰেন্সপৰ্ট এছোচিয়েচন গুৱাহাটী (MTAG) ৰ যৌথ উদ্যোগত আজিৰে পৰা মুকলি হয় মহানগৰীৰ ধাৰাপুৰ বাছ আস্থান। ফলত বাছত
মহাভাৰতৰ ৰচক বেদ ব্যাসৰ দ্বাৰা ৰচিত হিন্দু ধৰ্মৰ ১৮ খন মহাপুৰাণৰ ভিতৰত গৰুড় পুৰাণ অন্যতম। ইয়াক বৈষ্ণৱ পুৰাণ বুলিও কোৱা হয়। ইয়াত ১৯ হাজাৰ শ্লোক আছে, য’ত ভগৱান বিষ্ণুৰ ২৪টা অৱতাৰৰ বৰ্ণনা কৰা হৈছে। গৰুড় পুৰাণত জীৱনটো উন্নত আৰু সঠিক পদ্ধতিৰে জীয়াই থকাৰ লগতে জ্ঞান আহৰণৰ গভীৰ ৰহস্যৰ বিষয়েও কোৱা
দেহ ব্যৱসায়, মানৱ সৰবৰাহৰ বিৰুদ্ধে এতিয়াও মহানগৰীৰ বিভিন্ন স্থানত অভিযান চলাই আছে ক্ৰাইম ব্ৰান্স আৰু পাণবজাৰ মহিলা আৰক্ষীয়ে। নিশাৰ ভাগলৈ আৰু অধিক লোক আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা ৷ দেহ ব্যৱসায়, মানৱ সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে এতিয়ালৈকে আটক কৰিছে ৬গৰাকীক৷ স্পাকেইখনৰ ভুক্তভোগীসহ ২২ গৰাকীকৈ যুৱতীক সোধা-পোছা অব্যাহত ৰাখিছে পাণবজাৰ মহিলা আৰক্ষী থানাত