শীত অহাৰ লগে লগেই আমাৰ ছালৰ বিভিন্ন সমস্যাৰ উদ্ভৱ হয় । বিশেষকৈ শীতত প্ৰায় সংখ্যক লোকৰ ছাল ফটা , গাল ৰঙা পৰাৰ দৰে সমস্যা হয় । সেইয়েহে শীতত আমি ছালৰ বিশেষ যত্ন লোৱাৰ প্ৰয়োজন সাধাৰণতে শীতত আমি বিভিন্ন ব্ৰেণ্ডৰ ক্ৰিম , লোচন আদি ব্যৱহাৰ কৰো । যিহেতু এই সময়ছোৱাত সমগ্ৰ পৰিবেশটোত
Category: Assamese News
শৰীৰৰ উপকাৰৰ কাৰণে আমি প্ৰায় লোকেই দৈনিক কল খাওঁ । বহু পুষ্টিগুণেৰে সমৃদ্ধ কল খাবলৈ চিকিৎসকে আমাক উপদেশ দিয়ে । বিশেষকৈ নিয়মিত ব্যায়াম কৰা লোকে দৈনিক খাদ্য তালিকাত কল সংযোগ কৰা দেখা যায় । মিনাৰেল, ভিটামিন, ফাইবাৰ,পটাচিয়াম সমৃদ্ধ কল অত্যন্ত স্বাস্থ্যকৰ হোৱাৰ লগতে ই হৃদযন্ত্ৰ সুস্থ কৰি ৰাখে । কল যে
বয়স বৃদ্ধিৰ লগে লগে চুলি পকা স্বাভাৱিক । কিন্তু সম্প্ৰতি কম বয়সতে অনেকৰ মূৰৰ চুলি পৰা দেখা যায় । কিন্তু কি কাৰণত কম বয়সতে চুলি পকে জানেনে ? ইয়াৰ মূলতে আছে তিনিটা বৃহৎ কাৰণ । জানি লওক সেই কাৰণবোৰনো কি । ১) আমিষ খাদ্যই শৰীৰৰ পুষ্টি জোগোৱাত সহায় কৰে ।
এজন মানুহে নিশা সাত-আঠ ঘন্টা টোপনি গ’লে শৰীৰ শিথিল হোৱাৰ লগতে পিছদিনা অধিক সতেজ আৰু উদ্যমী অনুভৱ কৰে । পৰ্যাপ্ত টোপনি নাহিলে শৰীৰ দুৰ্বল আৰু অলস হয় যদিও টোপনিৰ কোনো আদৰ্শ সময় নাই তথাপি এজন পূৰ্ণ বয়স্কৰ মানুহে সাত-আঠ ঘন্টা শোৱাৰ আৱশ্যকতা আছে । এজন মানুহ কিমান সময় শুৱ লাগে বা টোপনিৰ আদৰ্শ
বহুতে নিজৰ আপোনজনক এৰি যোৱাৰ বেদনা অনুভৱ কৰিছে, সেই মৃত্যুৰ পৰা সিহঁতৰ জীয়াই থকাৰ কাহিনী শুনি হৃদয়খন কঁপি উঠিল। সঁচাকৈয়ে এইবোৰ ঘটনা ঘটে নেকি, সকলোৰে মনত প্ৰশ্ন। মৃত্যুৰ পিছৰ জীৱনৰ প্ৰতি আমাৰ কৌতুহল প্ৰবল। আজিও কিছুমান ঘটনাৰ বিষয়ে বুজাই দিয়া হোৱা নাই। কিন্তু মৃত্যুৰ পিছৰ ঘণ্টাত মৃতদেহৰ লগত কেইবাটাও কথা