স্পা আৰু বিউটি পাৰ্লৰৰ নামত এগৰাকী মহিলাই গুৱাহাটীত চলাই আছিল নাৰী দেহ ব্যৱসায়ৰ ৰম ৰমিয়া বেহা। কাম বিচাৰি অহা যুৱতীক নাৰী দেহৰ ব্যৱসায়ত জড়িত কৰি ধন ঘটা এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে গুৱাহাটী আৰক্ষী৷ মহিলাগৰাকীয়ে গুৱাহাটীত দেহ ব্যৱসায়ৰ জড়িত কৰিছিল বহু যুৱতীক৷ যোৰহাটত পল্লৱী কলিতা নামৰ মহিলাগৰাকীক যোৰহাট আৰক্ষীৰ
Category: Assamese News
প্ৰধানমন্ত্ৰী মোদীৰ মাতৃ হীৰাবেন মোদীৰ ১০০ বছৰ বয়সত দেহাৱসান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃ হীৰাবেন মোদী আৰু নাই। শুকুৰবাৰে পুৱা প্ৰধানমন্ত্ৰী মোদীৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ জৰিয়তে এই তথ্য প্ৰদান কৰা হয়। পোষ্টটোত লিখা আছিল, গৌৰৱময় শতিকাটো ঈশ্বৰৰ চৰণত বিশ্ৰাম লৈছে। মই সদায় অনুভৱ কৰি আহিছো মা সেই তত্ব, য’ত আছে এজন
গাড়ী দুৰ্ঘটনাত গুৰুত্বৰভাৱে আহত ঋষভ পণ্ট; ক’ত ক’ত আঘাত পালে ? টীম ইণ্ডিয়াৰ উইকেট কীপাৰ বেটছমেন ঋষভ পণ্টৰ বাহন দুৰ্ঘটনাগ্ৰস্ত। দিল্লীৰ পৰা ৰুৰকীলৈ গৈ আছিল পণ্ট। ঋষভৰ গাড়ীখন ৰেলিঙৰ সৈতে খুন্দা মৰাৰ পিছতে অগ্নিকাণ্ড সংঘটিত হয়। ভৰি আৰু কপালত অধিক আঘাত পাইছে পণ্টে। সংকটজনক অৱস্থাত তেওঁক দিল্লীলৈ প্ৰেৰণ কৰা হৈছে।
ভগৱান ৰামচন্দ্ৰ হৈছে ভগৱান বিষ্ণুৰ সপ্তম অৱতাৰ। ভগৱান ৰামচন্দ্ৰ হৈছে পুৰুষোত্তম, তেওঁ অৱতীৰ্ণ হৈছিল ট্ৰেতা যুগত, অযোধ্যাৰ যুৱৰাজ হিচাপে। অপশক্তিৰ বিনাশ আৰু ধৰ্মৰক্ষাৰ বাবে তেওঁৰ আবিৰ্ভাৱ হৈছিল ; অৰ্থাৎ ভগৱান বিষ্ণুই মানৱ ৰূপী দেহ ধাৰণ কৰিছিল সেই কথা সকলোৰে অৱগত। আৰু জাগতিক নিয়ম অনুসৰি এক নিৰ্দিষ্ট সময়ৰ অন্তত তেওঁ দেহ
মৃত্যুৰ কথা ভাবিলে সকলো লোক কিছু সময়ৰ বাবে হলেও আচম্বিত হৈ পৰে তথাপি মৃত্যু কিন্তু সত্য , মৃত্যু অনিবাৰ্য। কিন্তু মৃত্যুৰ পিছৰ সত্য কি সেয়া কোনোৱে নাজানে, আত্মা কেনেকৈ দেহ ত্যাগ কৰে, আত্মাই কেনেকৈ যমলোকে যায় সেইবোৰ প্ৰশ্নৰ উত্তৰ যদি কৰবাত আছে সেয়া হৈছে গৰুড় পুৰাণ। গৰুড় পুৰাণত এটি ঘটনাৰ