Category: Assamese News

ভ্ৰমণৰ সময়ত বমি হয় নেকি?… জানি লওক আপোনাৰ লগত কিয় এনে হয়!

ভ্ৰমণৰ সময়ত বমি হয় নেকি?… জানি লওক আপোনাৰ লগত কিয় এনে হয়!

বহু লোকৰ যাত্ৰাৰ সময়ত বমিৰ সমস্যা হয়। ইয়াৰ ফলত বমি কৰা ব্যক্তিজনৰ লগতে আন যাত্ৰীসকলৰ অসুবিধাৰ সৃষ্টি হয়। বহু সময়ত কেৱল যাত্ৰাৰ সময়তে নহয়, তিনি-চাৰিদিনলৈ মূৰ ঘূৰোৱা, অস্থিৰতা, বমি বা বমিৰ দৰে সমস্যাও দেখা দিয়ে। আপুনি হয়তো ভ্ৰমণৰ সময়ত বহুতে এই সমস্যাৰ সৈতে যুঁজি থকাও দেখিছে, কিন্তু আপুনি কেতিয়াবা ভাবিছেনে

ৰাতি কিয় কল খাব নালাগে ? ইয়াৰ আঁৰৰ বৈজ্ঞানিক কাৰণ কি…

ৰাতি কিয় কল খাব নালাগে ? ইয়াৰ আঁৰৰ বৈজ্ঞানিক কাৰণ কি…

স্বাস্থ্যৰ বাবে কলৰ যথেষ্ট উপকাৰী। ইয়াত সকলো ধৰণৰ পুষ্টিকৰ উপাদান যেনে পটাছিয়াম, ভিটামিন বি ৬, ভিটামিন চি, মেগনেছিয়াম, কপাৰ, ফাইবাৰ আদি পোৱা যায়। কল খালে বহু সমস্যাত অতি উপকাৰী, কিন্তু প্ৰায়ে আপুনি নিশ্চয় বয়োজ্যেষ্ঠসকলে কোৱা শুনিছে যে ৰাতি কল খোৱাটো ঠিক নহয়, কিন্তু আপুনি কেতিয়াবা জানিবলৈ চেষ্টা কৰিছেনে যে ৰাতি

ধ্বিক মানৱতা! দুৰ্ঘটনাত আহত ঋষভ পণ্টক সহায় কৰাৰ পৰিৱৰ্তে ধন লৈ পলায়ন একাংশৰ…

ধ্বিক মানৱতা! দুৰ্ঘটনাত আহত ঋষভ পণ্টক সহায় কৰাৰ পৰিৱৰ্তে ধন লৈ পলায়ন একাংশৰ…

ভাৰতীয় ক্ৰিকেট দলৰ উইকেটকীপাৰ বেটছমেন ঋষভ পণ্টৰ শুকুৰবাৰে পুৱা ৰুৰকীত এক দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ঋষভ। দুৰ্ঘটনাটোৰ পিছত পণ্টে গাড়ীৰ গ্লাছ ভাঙি ওলাই আহি বিষত ভুগি আছিল, তাৰ পিছত তাত উপস্থিত থকা একাংশ লোকে তেওঁৰ বেগৰ পৰা টকা লৈ পলায়ন কৰে। অৱশ্যে তাত থকা দুজন মানুহে

সাৱধান! যদি আপুনিও ৰাতি চুৱেটাৰ পিন্ধি শুৱে, তেন্তে হ’ব পাৰে…

সাৱধান! যদি আপুনিও ৰাতি চুৱেটাৰ পিন্ধি শুৱে, তেন্তে হ’ব পাৰে…

শীতকালত সকলোৱে ঠাণ্ডাৰ পৰা হাত সাৰিবলৈ চুৱেটাৰ পিন্ধে। এই বতৰত মানুহে শেতা ঠাণ্ডাৰ পৰা ৰক্ষা পাবলৈ গৰম কাপোৰ পিন্ধে। ৰাতিপুৱাৰ পৰা গধূলিলৈকে গৰম কাপোৰ পিন্ধিলে আপুনি ঠাণ্ডাৰ পৰা ৰক্ষা পাব যদিও ৰাতি চুৱেটাৰ পিন্ধিয়ে শুই থাকিলে ই আপোনাৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। হয়, উলৰ কাপোৰ ডাঠ, যিবোৰ পিন্ধিলে আমাৰ শৰীৰৰ

গুৱাহাটীৰ স্পাত কেনেকৈ আৰু কোনে চলাইছিল অবৈধ দেহ ব্যৱসায় !

গুৱাহাটীৰ স্পাত কেনেকৈ আৰু কোনে চলাইছিল অবৈধ দেহ ব্যৱসায় !

গুৱাহাটী মহানগৰীৰ একাংশ বিউটি পাৰ্লাৰৰ স্পাত অবৈধ নাৰী দেহ ব্যৱসায় চলোৱা বিষয়ে সংবাদ মাধ্যমত ধাৰাবাহিক বাতৰি প্ৰচাৰ হোৱাৰ পিছতে থৰকাছুটি হেৰাইছে মহানগৰ আৰক্ষীৰ ৷ গোপন সূত্ৰৰ পমখেদি আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে আটক কৰিছে অবৈধ নাৰী দেহ ব্যৱসায়ৰ অন্যতম মাষ্টাৰ মাইণ্ড জোনমণি দাস সহ তেওঁৰ কে’বা গৰাকী সতীৰ্থ ৷ আনহাতে জোনমণিৰ স্বীকাৰোক্তিৰ ভিত্তিত বৃহস্পতিবাৰে ক্ৰাইম ব্ৰাঞ্চে যোৰহাটত অভিযান চলাই আটক