বহু সময়ত দেখা যায় যে কুকুৰে তুলসী গছ দেখিলেই সেই গছৰ ওপৰত পেচাব কৰি দিয়ে, কিন্তু সেই ৰহস্যময় কথা জানেনে কিয় কুকুৰে তুলসী গছত পেচাব কৰি দিয়ে ? পৌৰাণিক কি কাহিনীৰ বাবে , কাৰ অভিশাপৰ বাবে তুলসী গছে এতিয়াও এই শাস্তি ভোগ কৰি আছে ? এক পৌৰাণিক কাহিনী অনুসৰি পিতৃসত্বা
Category: Assamese News
কেচু খান্দোতে ওলাইছে সাপ। নাৰী দেহৰ ৰমৰমীয়া ব্যৱসায় চলোৱা জানমণি দাস আৰু তেওঁৰ সহযোগীক গ্ৰেপ্তাৰ কৰা হৈছে। ইপিনে মহানগৰীৰ স্পা সমূহলৈ উজনি অসমৰ ধুনীয়া যুৱতীক যোগান ধৰা পল্লৱী কলিতাকো গ্ৰেপ্তাৰ কৰাৰ পাছত পোহৰলৈ আহিছে বিস্ফোৰক তথ্য। যোৰহাটৰ বৰুৱা চাৰিআলিত বাৰবাৰা নামৰ এখন ইউনিচেস্ক পাৰ্লাৰ খুলি এই ব্যৱসায় চলোৱা পল্লৱী কলিতাৰ
টীয়কৰ প্ৰতিবেদক ২৯ ডিচেম্বৰ /২২ পথাৰ আমাৰ বজাৰ আমাৰ লক্ষ্যৰে অসমৰ একাংশ যুৱকে চাকৰিৰ পাছত নদৌৰি খেতিখোলা তথা পশুপালন, মীনপালন আদিকে জীৱন জিৱীকাৰ মূল বৃত্তি হিচাপে লোৱা পৰিলক্ষিত হৈছে।এই ক্ষেত্ৰত চৰকাৰক বা বিভাগসূহেও এইসকল কৰ্মোদ্যমী যুৱকক সহায়ৰ বাবে ন ন আঁচনিৰ প্ৰস্তত কৰিছে। কিন্তু এতিয়া বিপাঙত পৰিছে বিশেষকৈ উজনিৰ ক্ষুদ্ৰ
টীয়কৰ প্ৰতিবেদক ২৯ ডিচেম্বৰ /২২ টীয়ক পৌৰসভাৰ অন্তৰ্গত সাঁত নং ৱাৰ্ডৰ টেটুকাহাৰ পথটি পৌৰসভাৰ পঞ্চদশ বিত্তীয় আয়োগৰ ২০২০-২১-২২ বৰ্ষৰ অনুমোদিত টকা প্ৰায় এঘাৰ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া পথটিৰ কালি আধাৰশিলা কৰা হয়। টীয়ক পৌৰসভাৰ পৌৰপতি লাকী বৰবৰা গগৈয়ে ফিটা কাটি শুভাৰম্ভ কৰা উক্ত অনুস্থানত উপ পৌৰপতি মাধৱী হাজৰিকা,পৌৰসভাৰ
টীয়কৰ প্ৰতিবেদক ৩০ ডিচেম্বৰ/২২ বাঘৰ পাছত এইবাৰ গড়ৰ আতংকই টীয়কবাসীক শংকিত কৰি তুলিছে। আজি পুৱা টীয়কৰ ঢেকীয়াখোৱাৰ তিনিকুৰীয়া পথাৰত দুটা প্ৰাপ্ত বয়ষ্ক গড়ৰ মুক্ত বিচৰণে সকলোকে আতংকিত কৰি তুলিছে।গড় দুটা কাজিৰঙা অভৰাণ্যৰ পৰা অহা বুলি ধাৰণা কৰা হৈছে। যোৰহাট বনবিভাগৰ লোক উপস্থিত হৈ গড় কেইটা পুনৰ কাজিৰঙা লৈ উভতাই পথাৱ