এই প্ৰবন্ধটোৰ জৰিয়তে আপুনি আগন্তুক বছৰৰ বাবে ৰাশি-অনুসৰি ভৱিষ্যতবাণী প্ৰাপ্ত কৰিব পাৰিব যাতে আপুনি সেই অনুসৰি আপোনাৰ বছৰটোৰ আগন্তুক পৰিকল্পনা কৰিব পাৰে। যদি আপুনি 2023 চনত আপোনাৰ জীৱনৰ বিভিন্ন দিশবোৰে কি কি আগবঢ়াব সেই বিষয়ে জানিব বিচাৰে, তেনেহ’লে আগলৈ পঢ়ক! 2023 চনৰ এই বাৰ্ষিক ৰাশিফলত আপোনাৰ জীৱনৰ সকলোবোৰ দিশৰ গুৰুত্বপূৰ্ণ
Category: Assamese News
আজি যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে আজি টীয়কত এটি বিশুদ্ধ খোৱাপানীৰ ATM মেচিন উদ্বোধন কৰে। টীয়ক পৌৰসভাই প্ৰবেশ কৰ ১৪-১৫ বৰ্ষৰ ৰাহি পুজিৰে টীয়কৰ মিধাঘাট তিনিআলিৰ সমীপত জ্যোতি বিদ্যাপীঠৰ চৌহদত এই মেচিনটো স্থাপন কৰা হৈছে। অত্যাধুনিক পদ্ধতিৰে নিৰ্মাণ কৰা উক্ত মেচিনত খুচুৰা দুটকা আৰু পাঁচ টকা ভৰাই দুই
শিৱসাগৰ বকতা নেমুগুৰিৰ এজন উচ্চশিক্ষিত যুৱক। যুৱকজনৰ নাম পংকজ ৰাইদঙীয়া। এই যুৱকজনৰ হাতৰ পৰশত প্ৰাণ পাই উঠে বাঁহ কাঠ বা বেতৰ পেলনীয়া অংশই। বাঁহ কাঠৰ পেলনীয়া অংশৰ পৰাই যুৱকজনে তৈয়াৰ কৰি উলিয়ায় ভাস্কৰ্য অথবা মনোমোহা সামগ্ৰী। অসমীয়া জাতীয় জীৱনৰ লগত জড়িত যান্ত্ৰিকতাৰ যুগত লাহে লাহে হেৰাই যাবলৈ ধৰা কৃষি কাৰ্যত
টীয়ক পৌৰসভাৰ অন্তৰ্গত ১০ নং ৱাৰ্ডৰ শংকৰ আজান পথ আৰু জহাখাট বাৰঘৰ পথটি পৌৰসভাৰ পঞ্চদশ বিত্তীয় আয়োগৰ ২০২১-২২ বৰ্ষৰ অনুমোদিত টকাৰে নিৰ্মাণ হ’বলগীয়া পথ দুটিৰ আজি আধাৰশিলা স্থাপন কৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে। ১০নং ৱাৰ্ডৰ ৱাৰ্ড আয়ুক্ত ত্ৰৈলোক্য ভুঞাই আতধৰা উক্ত উদ্বোধনী অনুষ্ঠানত টীয়ক পৌৰসভাৰ পৌৰপতি লাকী
নতুন বছৰৰ প্ৰাকক্ষণত কেবিনেটৰ ডাঙৰ সিদ্ধান্ত! অসমৰ মানচিত্ৰৰ পৰা নোহোৱা হল বিশ্বনাথ, হোজাই, তামুলপুৰ,বজালী জিলা ! চাওক ভিডিও: