মেষ: শৰীৰ ভালে নাযাব৷ মানসিক চিন্তা বৃদ্ধি৷ অন্যান্য সমস্যাই মন ভাৰাক্রান্ত কৰিব পাৰে৷ প্রেমত মধুৰ ভ্রমণৰ সুযোগ৷বৃষ : শুভ অথবা মাংগলিক কার্যত খৰচ বৃদ্ধি৷ নতুন কোনো সংবাদ প্রাপ্তি৷ পূর্বৰ সমস্যাৰ অন্ত৷ বিবাহৰ যোগ৷মিথুন : মানসিক শুভ৷ খোৱা–লোৱাত তৃপ্তি৷ পাৰিবাৰিক সুখ বৃদ্ধি৷ জ্যেষ্ঠজনৰ সহযোগ প্রাপ্তি৷কর্কট : আর্থিক স্থিতিৰ সন্তোষজনক প্রগতি৷ প্রেমত
Category: Assamese News
শুনিয়ো হৃদয় হেৰ ব্ৰহ্মাণ্ড ভিতৰে যত বস্তু আছে তোক নোজোৰয় ৷ তাক তেজি কৃষ্ণ নাম অক্ষয় অমৃত পিয়া সন্তোষক লভিয়ো হৃদয় ৷৷ অৰ্থাৎ , সকলো ভোগ্য বস্তু লাভৰ আকাংক্ষা ত্যাগ কৰি কৃষ্ণ নাম অমৃত পান কৰা, ৷ কৃষ্ণ নামৰ বাহিৰে জগতৰ সকলো বস্তু অনিত্য,বিনাশী ৷ধন
যদিহে প্ৰত্যেক দিন নিজৰ কৰ্ম ব্যস্ততাৰ বাবে গীতা পাঠ কৰাৰ সময় নাথাকে তেনেহলে দিনটোৰ আৰম্ভণিতে গীতাত কোৱা দুটা কথা অৱশ্যেই মনত পেলাওক। যদিহে এই দুটা কথা স্মৰণ কৰি মানুহে নিজৰ দিনটো আৰম্ভণি কৰে তেন্তে ভগৱান ৰ কৃপাত মানুহৰ সকলো দুখ, কষ্ট আৰু অমংগল নাশ হৈ পৰিব, দিনটোৰ সকলো কৰ্মত উৎসাহে
সনাতন হিন্দু ধৰ্মত কাল বা সময়ক চাৰিটা ভাগত বিভক্ত কৰা হৈছে ; সত্যযুগ, ট্ৰেটাযুগ, দ্বাপৰযুগ আৰু কলিযুগ। বৰ্তমান আমি যি কালচক্ৰত বসবাস কৰি আছো ইয়াকে কলিযুগ বুলি কোৱা হৈছে। আৰু এই কলিযুগৰ কিছু বৈশিষ্ট্য হৈছে এই যুগত সদায় মানুহ মানসিক দুখ, কষ্ট, যন্ত্ৰণাত জর্জৰ হৈ থাকিব লগতে মানুহে নিজৰ প্ৰকৃত
প্ৰকৃতিৰ নিয়মানুসৰি মানুহৰ বয়স বাঢ়ে৷ লাহে লাহে বয়সৰ চাপ পৰে শৰীৰত৷ কিন্তু মানুহে সকলো সময়তেই তৰুণ হৈ থাকিবলৈ বিচাৰে৷ জীৱনটোক তৰুণ কৰি ৰখাটো জানো সম্ভৱ? যৌৱনক মানৱ জীৱনৰ সোণালী সময় বুলি কোৱা হয়৷ এই সোণালী সময়ক উপভোগ কৰিবলৈ হ’লে মানি চলিব লাগিব কিছু পৰামৰ্শ৷ অলপ চেষ্টা কৰিলেই শৰীৰক ৰাখিব পাৰিব