25.5 C
Assam
Wednesday, February 8, 2023

Featured News

গুৱাহাটী মহানগৰীত ভয়ংকৰ প্ৰদূষণ; মহানগৰবাসীৰ বৃদ্ধি পাইছে শ্বাহ – প্ৰশ্বাস জনিত বেমাৰ!

দক্ষিণ-পূৰ্ব এছিয়াৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটী মহানগৰীত ভয়ংকৰ প্ৰদূষণ ৷ দিনক দিনে...

মহানগৰীত পুনৰ সংঘটিত জঘন্য ধৰ্ষণকাণ্ড,ধৰ্ষণৰ বলি ১৩ বছৰীয়া কিশোৰী

বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কঠোৰ পদক্ষেপ লৈ থকাৰ...

মহা শিৱৰাত্ৰিত নলবাৰীত মুকলি হ’ব ৯১ ফুট উচ্চতাৰ মহাদেৱৰ মূৰ্তি!

মহাশিৱৰাত্ৰিৰ দিনটোতে নলবাৰীত ৰাইজৰ বাবে মুকলি হ’ব...

আজিৰ দিনটোৰ ৰাশিফল

Assamese Newsআজিৰ দিনটোৰ ৰাশিফল

মেষ: শৰীৰ ভালে নাযাব৷ মানসিক চিন্তা বৃদ্ধি৷ অন্যান্য সমস্যাই মন ভাৰাক্রান্ত কৰিব পাৰে৷ প্রেমত মধুৰ ভ্রমণৰ সুযোগ৷
বৃষ : শুভ অথবা মাংগলিক কার্যত খৰচ বৃদ্ধি৷ নতুন কোনো সংবাদ প্রাপ্তি৷ পূর্বৰ সমস্যাৰ অন্ত৷ বিবাহৰ যোগ৷
মিথুন : মানসিক শুভ৷ খোৱা–লোৱাত তৃপ্তি৷ পাৰিবাৰিক সুখ বৃদ্ধি৷ জ্যেষ্ঠজনৰ সহযোগ প্রাপ্তি৷
কর্কট : আর্থিক স্থিতিৰ সন্তোষজনক প্রগতি৷ প্রেমত শুভ৷ ধন প্রাপ্তিৰ যোগ৷ শাৰীৰিক অসুবিধাৰ সৃষ্টি হ’ব পাৰে৷
সিংহ : আধ্যাত্মিক ক্ষেত্রত প্রগতি৷ আর্থিক সংকটে দেখা দিব পাৰে৷ ঘৰুৱা বিবাদে অশান্তিৰ সৃষ্টি কৰাৰ সম্ভাৱনা৷
কন্যা: পুৱাৰ ভাগত কিছু অশান্তিকৰ৷ লাহে লাহে পৰিস্থিতিৰ উন্নতি৷ আমোদ–প্রমোদ বৃদ্ধি৷ শুভ কার্যত খৰচ বৃদ্ধি৷
তুলা : মানসিক চিন্তা৷ আর্থিক সমস্যা দূৰ নহ’ব৷ অন্যান্য ক্ষেত্রত শুভ৷ পাৰিবাৰিক অশান্তি৷
বৃশ্চিক: দিন শুভ৷ কার্যত সফলতা লাভ কৰিব৷ সু–সংবাদ লাভ৷ ভ্রমণৰ যোগ৷ প্রিয়জনৰ আগমন৷
ধনু : ভাতৃৰ সহযোগ প্রাপ্তি৷ সৎ উদ্দেশ্যৰ কার্যত সফলতা লাভ৷ প্রেমত অশান্তি৷ শাৰীৰিক শুভ৷
মকৰ : ব্যৱসায়ত সফলতা প্রাপ্তিৰ যোগ৷ আর্থিক লাভ৷ স্বাস্থ্য ভালে নাযাব৷ অন্যান্য ক্ষেত্রত শুভ দেখা যায়৷
কুম্ভ : কর্মক্ষেত্রত শুভ৷ ব্যৱসায়–বাণিজ্যত শুভ ফল পাব৷ দৈহিক দিশত ভালে নাযাব৷ প্রেমত মতানৈক্য৷
মীন : মানসিক উন্নতি৷ মান–সন্মান বৃদ্ধি৷ সামাজিক প্রতিষ্ঠা লাভ৷ আর্থিক স্থিতিৰ উন্নতি৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!