দিনটোৰ আৰম্ভণি ভাল হয় তেন্তে গোটেই দিনটো ভালদৰেই যায়। প্ৰতিটো কামতে সফলতা থাকে৷ জ্যোতিষশাস্ত্ৰ মতে পুৱা শুই উঠি দেখা কিছুমান বস্তুক অতি শুভ বুলি গণ্য কৰা হয়। জানি লওঁক পুৱা কোনবোৰ বস্তু দেখিলে শুভ হয়৷ ৰাতিপুৱা চকু মেলিলেই যদি চৰাইৰ চিঞৰ-বাখৰ শুনা পায়, তেন্তে সেয়া অতি ভাল লক্ষণ। তেতিয়া গোটেই
Category: Assamese News
বলীউডৰ কুৰি বছৰীয়া সুন্দৰী অভিনেত্ৰী তুনিশ্বা শৰ্মাৰ ৰহস্যজনক আত্মহত্যাৰ মৃত্যুৰ ঘটনাত ‘লাভ জেহাদ’ৰ সংযোগ থকা বুলি মহাৰাষ্ট্ৰৰ বিজেপি বিধায়ক ৰাম কদমে অভিযোগ উত্থাপন কৰাত অভিনেত্ৰীৰ মৃত্যুৰ ঘটনাই নতুন মাত্ৰা লাভ কৰিছে৷ মহাৰাষ্ট্ৰৰ বিজেপি বিধায়ক ৰাম কদমে তুনিশ্বাৰ মৃত্যুৰ নেপথ্যৰ কাৰণ লাভ জেহাদ বুলি মন্তব্য কৰি তেওঁৰ বক্তব্যৰ সমৰ্থনত যুক্তিও থিয়
অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুক লৈ আজিও প্ৰশ্ন উত্থাপন হয়৷ প্ৰকৃততে অভিনেতাগৰাকীয়ে আত্মহত্যা কৰিছিল নে তেওঁক হত্যা কৰা হৈছিল সেয়া আজিও ৰহস্য৷ শেহতীয়াকৈ সুশান্ত সিং ৰাজপুতৰ মৃত্যুক লৈ এক বৃহৎ দাবী কৰিছে ৰূপকুমাৰ শ্বাহ নামৰ এজন ব্যক্তিয়ে৷ তেওঁ দাবী কৰিছে যে আত্মহত্যা নহয়, হত্যা কৰা হৈছিল সুশান্ত সিং ৰাজপুতক৷ ২০২০ চনৰ ১৪ জুনত চৰম
প্ৰাণৱন্ত সকলোৱে নিজৰ জীৱনত সুস্থৰূপে কিছুসময় হলেও বেছিকৈ থকাৰ হাবিয়াস কৰে।কিন্ত জ্ঞাত বা অজ্ঞাত কিছু কৰ্মৰ ফলতে মানুহৰ এনে হাবিয়াস বহুক্ষেত্ৰত সম্পূৰ্ণ হৈ নপৰে।১৮খন পুৰাণৰ ভিতৰত থকা গৰুড় পুৰানে এনে কিছু কৰ্মত বাধ্যবাধকতা প্ৰদান কৰিছে যিবোৰে মানৱ জীৱনৰ আয়ুস ক্ৰমান্বয়ে কম কৰি তোলে।এনে কৰ্মবোৰ হল- ১)প্ৰভাতত শোৱাপাটী এৰা-সূৰ্য্য উদয়ৰ আগতে
দীৰ্ঘদিন ধৰি যাতায়াত অসুবিধাত ভুগি আছিল মহানগৰৰ ধাৰাপুৰৰ লগতে দাঁতি কাষৰীয়া অঞ্চলৰ লোকে। মহানগৰীৰ বিভিন্ন স্থানৰ পৰা ধাৰাপুৰলৈ চিটিবাছ সেৱাৰ বাবে বহু আবেদন-নিবেদন জনাইছিল। অৱশেষত কামৰূপ মহানগৰ আয়ুক্ত, জিলা পৰিবহণ বিষয়া কাৰ্যালয়, মেট্ৰো ট্ৰেন্সপৰ্ট এছোচিয়েচন গুৱাহাটী (MTAG) ৰ যৌথ উদ্যোগত আজিৰে পৰা মুকলি হয় মহানগৰীৰ ধাৰাপুৰ বাছ আস্থান। ফলত বাছত