মহাভাৰতৰ ৰচক বেদ ব্যাসৰ দ্বাৰা ৰচিত হিন্দু ধৰ্মৰ ১৮ খন মহাপুৰাণৰ ভিতৰত গৰুড় পুৰাণ অন্যতম। ইয়াক বৈষ্ণৱ পুৰাণ বুলিও কোৱা হয়। ইয়াত ১৯ হাজাৰ শ্লোক আছে, য’ত ভগৱান বিষ্ণুৰ ২৪টা অৱতাৰৰ বৰ্ণনা কৰা হৈছে। গৰুড় পুৰাণত জীৱনটো উন্নত আৰু সঠিক পদ্ধতিৰে জীয়াই থকাৰ লগতে জ্ঞান আহৰণৰ গভীৰ ৰহস্যৰ বিষয়েও কোৱা
Category: Assamese News
দেহ ব্যৱসায়, মানৱ সৰবৰাহৰ বিৰুদ্ধে এতিয়াও মহানগৰীৰ বিভিন্ন স্থানত অভিযান চলাই আছে ক্ৰাইম ব্ৰান্স আৰু পাণবজাৰ মহিলা আৰক্ষীয়ে। নিশাৰ ভাগলৈ আৰু অধিক লোক আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা ৷ দেহ ব্যৱসায়, মানৱ সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে এতিয়ালৈকে আটক কৰিছে ৬গৰাকীক৷ স্পাকেইখনৰ ভুক্তভোগীসহ ২২ গৰাকীকৈ যুৱতীক সোধা-পোছা অব্যাহত ৰাখিছে পাণবজাৰ মহিলা আৰক্ষী থানাত
যদি আপুনি WhatsApp ব্যৱহাৰকাৰী তেন্তে এই খবৰটো আপোনাৰ বাবে উপযোগী। প্ৰতি বছৰৰ দৰে আগন্তুক বছৰতো হোৱাটছএপে বহু স্মাৰ্টফোন আৰু আইফোনত কাম কৰা বন্ধ কৰি দিব। যিবোৰ ফোনত হোৱাটছএপে কাম কৰা বন্ধ কৰিব, সেইবোৰৰ অপাৰেটিং চিষ্টেম এতিয়া পুৰণি হৈ পৰিছে। প্ৰতিবেদন অনুসৰি, ৩১ ডিচেম্বৰত ইনষ্টেণ্ট মেছেজিং প্লেটফৰ্ম হোৱাটছএপে এপল, চেমচাং, চ’নী
কভিড-১৯ ৰ বিষয়ে আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই কিন্তু সাৱধানতা অৱলম্বন কৰা প্ৰয়োজন।তাৰ প্ৰতি লক্ষ্য ৰাখি কৰ্ণাটক চৰকাৰে সোমবাৰে ৰাজ্যখনৰ বিদ্যালয়, মহাবিদ্যালয়, মল আৰু চলচ্চিত্ৰ থিয়েটাৰৰ দৰে ৰাজহুৱা স্থানত তাৎক্ষণিক প্ৰভাৱৰ সৈতে মাস্ক পিন্ধাটো বাধ্যতামূলক কৰিছে। চীন আৰু আন কিছুমান দেশত কভিড-১৯ ৰ ঘটনা বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত কৰ্ণাটকৰ ৰাজ্য চৰকাৰে
মধ্য প্ৰদেশৰ ৰেৱা জিলাত এটা আচৰিত ঘটনা সংঘটিত হৈছে। য’ত এজনী ছোৱালীয়ে নিজৰ প্ৰেমিকৰ সৈতে বিয়াত বহিবলৈ অস্বীকাৰ কৰাত প্ৰেমিকে ক্ষোভতে ভয়ংকৰ শাস্তি প্ৰদান কৰে। ইয়াৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত যথেষ্ট ভাইৰেল হৈ পৰিছে। এই ক্ষেত্ৰত, আৰক্ষীয়ে অভিযুক্তজনক বিচাৰি তদন্ত চলাই আছে। আৰক্ষীয়ে দিয়া তথ্য অনুসৰি, প্ৰেমিকজনে তেওঁৰ প্ৰেমিকাক গাওঁখনৰ