হিন্দু ধৰ্মত গঙ্গা নদীক পবিত্ৰ বুলি মান্যতা দিয়া হয় । মহাভাৰত আৰু পুৰাণ সমূহত গঙ্গাৰ মহত্বৰ উল্লেখ পোৱা যায়। স্কন্দ পুৰাণত এই নদীক অধিক মহত্ব দিয়া হৈছে। এইটো বিশ্বাস আছে যে যিকোনো পুৰুষ বা মহিলাই এই গঙ্গা নৈত স্নান কৰিলে সমস্ত পাপ খণ্ডন হৈ যায়। কিন্তু ইয়াৰ প্ৰকৃত ৰহস্য কি
Category: Assamese News
হিন্দু ধৰ্মৰ প্ৰধান আৰাধ্য হৈছে দেৱ আদিদেৱ মহাদেৱ , সৃষ্টিৰ আদিৰ পৰা যাৰ অস্তিত্ব বিৰাজমান তেওঁ হৈছে ভগৱান শিৱ। হিন্দু পুৰাণত ভগৱান শিৱক ধ্বংসকৰ্তা বা destroyer বুলিও কোৱা হৈছিল। হিন্দু মহাপুৰাণ সমূহত মহাদেৱ শিৱৰ বিভিন্ন কাহিনীৰ বর্ণনা আছে আৰু বেদত আছে শিৱৰ ৰুদ্ৰৰূপৰ ব্যাখ্যা। সৃষ্টিৰ পালনকৰ্তা ভগৱান বিষ্ণুৰ যেনেকৈ দহোটা
বিভিন্ন সময়ত আমি আমাৰ মনটো নিয়ন্ত্ৰণ কৰিব লগা হয়। আচলতে যিকোনো কাৰণতে আমাৰ মন বেয়া লাগিব পাৰে । মন বেয়া লগাৰ নিৰ্দিষ্ট কোনো সময় নাই । শুই উঠাৰ পিছত , খোৱাৰ টেবুলত , অফিচত কাম কৰা সময়ত বা কাৰোবাৰ ফ’ন কলতো আমাৰ মন বেয়া লাগিব পাৰে । গোটেই দিনটো যাতে আপোনাৰ
আমলখিয়ে শৰীৰত একপ্ৰকাৰ চুপাৰফুড হিচাপে কাম কৰে । ডায়েবেটিছ , বদহজম তথা দুৰ্বল লিভাৰৰ বাবে আমলখি খুবেই উপকাৰী । মস্তিষ্ক শক্তিশালী কৰাৰ সমান্তৰালকৈ কেন্সাৰ প্ৰতিৰোধ কৰাতো আমলখিয়ে সহায় কৰে লিভাৰৰ টক্সিনৰ পৰা মুক্তি লাভ কৰাতো আমলখিৰ ভূমিকা অতুলনীয় । আটাইতকৈ উল্লেখনীয় কথা হৈছে যে ,এই উপকাৰী ফলেই শৰীৰৰ হাইপাৰলিপিডেমিয়া তথা মেটাবলিক
বৰ্তমান যেন প্ৰায় মানুহৰ এটাই সমস্যা ৰাতি টোপনি নহা । আচলতে এই সমস্যাৰ লগত আমাৰ খাদ্যভ্যাস জড়িত হৈ থাকে । দিনৰভাগত ভাল, এনে কিছুমান খাদ্য আছে , যিবোৰ নিশা খালে আমাৰ শৰীৰত উপকাৰ কৰাৰ সলনি অপকাৰহে কৰিব পাৰে । সাধাৰণতে নিশা আমি সদায় পাতলীয়া তথা কম তেল-মচলাযুক্ত আহাৰ খাব লাগে ।