আমাৰ দেশত ভিটামিন-চিৰ সকলোতকৈ ভাল উৎস হিচাবে ধৰা হয় নেমুক। আৰু বিশ্বব্যাপী চলি থকা ক’ৰোনা ভাইৰাছ মহামাৰিৰ সময়ত স্বাস্থ্য বিশেষজ্ঞসকলেও বাৰম্বাৰ কৈ আহিছে বেছি মাত্ৰাত ভিটামিন চি গ্রহণ কৰিবলৈ। কিন্তু নেমুৰ ৰস বাহিৰ কৰাৰ পিছত তাৰ বাকলি পেলাই দিব নেকি? আপোনাৰ স্বাস্থ্য আৰু ত্বকৰ বাবে নেমুৰ বাকলি কিমান দৰকাৰী তাক
Category: Assamese News
মানৱ দেহৰ সুস্থতা প্রায় সম্পূৰ্ণ নির্ভৰ কৰে খাদ্য-পাতিৰ ওপৰত। আৰু চুলিৰতো ইয়াৰ সৈতে প্ৰত্যক্ষ সম্পর্ক। অৱশ্যে চুলি পকাটো স্বাভাবিক বিষয়। তাৰ উপৰিও দেখা গৈছে বয়স নোহোৱাকৈও চুলি পকে বহুতৰে। আৰু অসময়ত চুলি পকাটো কমাব পৰা যায়। ইয়াৰ বাবে প্রয়োজন দৈনন্দিন জীৱন-যাপনত শৃঙ্খলাবদ্ধতা। চুলি পকাৰ সমস্যা বহুখিনি দূৰত ৰখা সম্ভৱ বুলি
সকলো মানুহৰ শৰীৰতেই তিল থাকে। কিন্তু আপোনাৰ সমগ্ৰ শৰীৰত অসংখ্য তিল আছে নেকি? এই বিষয়ত বহুতেই হয়তো ভাবিছে, এয়া কোনো ৰোগৰ লক্ষণ নেকি! আপুনি কি জানে? যে মানুহৰ শৰীৰত যিমান বেছি তিল থাকে, তেওঁলোকৰ চেহেৰাত বয়সৰ চাপ সিমান কম পৰে! অবাক হৈছে? হোৱাৰ কথাই। কিন্তু এনেকুৱাই দাবী কৰিছে লণ্ডনৰ কিংছ
কোষ্ঠকাঠিন্য বা পাইলছৰ সমস্যা হ’লে মলত্যাগ কৰিবলৈ সময় লাগে আৰু মল টান আৰু সৰু আকাৰৰ হয়। পেটত চাপ বা বল দি মলত্যাগ কৰিবলগা হয় আৰু কৰাৰ পিছতো অস্বস্তিকৰ অনুভূতি হয়। ইয়াৰ উপৰি বহু সময়ত দেখা যায় তলপেট আৰু পিঠিত বিষ হয় আৰু পেটবিষ, পেট কামোৰ আৰু বমিৰ উদ্রেক হয়। কিন্তু
বেক পেইন বা মেৰুদণ্ড আৰু পিঠিৰ বিষৰ অন্তৰালত ডাঙৰ কোনো ৰোগ বা সমস্যা জড়িত নাথাকিবও পাৰে। বহু সময়ত সামান্য কাৰণতেই হ’ব পাৰে মেৰুদণ্ডত বিষ। আপুনি যিমান স্বাস্থ্যবান কিম্বা সচেতন মানুহেই নহওক কিয়, এই সমস্যাত ভুগিব পাৰে আপুনিও। সেয়ে সময় থাকোতেই এই বিষয়বোৰত সাৱধানতা জৰুৰী। জানি লওক বেক পেইনৰ সম্ভাব্য কাৰণসমূহ।