অপৰাধ জগতৰ ঘাটি হিচাপে পৰিনত হৈছে ৰঙিয়া । ৰঙিয়া আৰক্ষীয়ে অপৰাধীৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই বহু কেইজন দুৰ্বৃত্তক জেল হাজোতলৈ প্ৰেৰণ কৰিছে । যোৱা নিশা পুণৰ কামৰূপ আৰক্ষীয়ে দুজনকৈ দুধৰ্ষ অপৰাধীক আটক কৰিবলৈ সক্ষম হয় । আটকাধিন দুৰ্বৃত্ত দুজনৰ পৰা পইন্ট ৰ্থ্ৰী টু আৰু পইন্ট টু টু দুটাকৈ পিষ্টল সহ
Category: Assamese News
ছোৱালীয়ে বিভিন্ন সময়ত বিভিন্ন ধৰণেউৰণা ঠিক কৰে । বেছিভাগ সময়তে ছোৱালীয়ে যিকোনো ভিৰ কৰা ৰাস্তাত বা ভিৰ কৰা ঠাইত উৰণা ঠিক কৰা দেখা যায় । কিহৰ বাবে উৰণাখন ঠিক কৰে ? তেওঁলোকৰ মূৰত কি চিন্তা ভাৱনা ? সেই সময়ত তেওঁলোকে কিহৰ বাবে বেছি চিন্তিত ? সেই কথা বহুতে নাজানে ।
প্ৰায় সকলোৱেই এটা মৰমৰ সম্পৰ্কত থাকিব বিচাৰে । কিন্তু প্ৰেম হৈছে দোকানত বিক্ৰী কৰিব পৰা খেলনা নহয় । এই ক্ষেত্ৰত প্ৰেম পাবলৈ হ’লে প্ৰতিজন ব্যক্তিয়ে নিজৰ দৰে উপযুক্ত ব্যক্তি বিচাৰিব লাগিব । এতিয়া আপুনি হয়তো এগৰাকী নাৰীক ভাল পাব । এতিয়া আপুনি আপোনাৰ জীৱনশৈলী আৰু অভ্যাসবোৰ মনত ৰাখি সেই মহিলাগৰাকীক
চাণক্যই কৈছে যে পত্নীয়ে স্বামীৰ পৰা কিছুমান কথা লুকুৱাই ৰাখে। ঘৈণীয়েকে এইবোৰ কথা স্বামীকো গম পাবলৈ নিদিয়ে। পত্নীয়ে কেতিয়াও তেওঁৰ স্বামী মানসিক চাপত থকাটো নিবিচাৰে , পত্নীয়ে স্বামীৰ দুখ দেখা নাপায়, গতিকে পত্নীয়ে কিছুমান কথা স্বামীৰ পৰা লুকুৱাই ৰাখে। স্বামী-স্ত্ৰীৰ মাজৰ সম্পৰ্ক মৰম, বিশ্বাস আৰু সন্মানৰ ওপৰত ভিত্তি কৰি গঢ়
সুখৰ সম্পৰ্ক এটাৰ বাবে ইজনে সিজনৰ ওপৰত বিশ্বাস অতি প্ৰয়োজনীয় । এবাৰ বিশ্বাস ভংগ হ’লেই যিমানেই চেষ্টা নকৰক কিয়, সেই বিশ্বাস পুনৰ গঢ়ি তোলাটো সহজ নহয় । আনহাতে, যদি আপোনাৰ সম্পৰ্কত কোনো আস্থা নাথাকে তেন্তে এদিন আপোনাৰ সম্পৰ্ক ভাঙি যাব পাৰে । সৰু সৰু মিছাটোৱেই আপোনাৰ সম্পৰ্ক ভংগ কৰাৰ কাৰণ