Category: Assamese News

সুপ্ৰভাত, বেদৰ তত্বজ্ঞানে দিনটো আৰম্ভ কৰো আহক

সুপ্ৰভাত, বেদৰ তত্বজ্ঞানে দিনটো আৰম্ভ কৰো আহক

শুনিয়ো হৃদয় হেৰ ব্ৰহ্মাণ্ড ভিতৰে যত       বস্তু আছে তোক নোজোৰয় ৷ তাক তেজি কৃষ্ণ নাম অক্ষয় অমৃত পিয়া      সন্তোষক লভিয়ো হৃদয়  ৷৷ অৰ্থাৎ , সকলো ভোগ্য বস্তু লাভৰ আকাংক্ষা ত্যাগ কৰি কৃষ্ণ নাম অমৃত পান কৰা, ৷ কৃষ্ণ নামৰ বাহিৰে জগতৰ সকলো বস্তু অনিত্য,বিনাশী ৷ধন

শ্ৰীমদ্ভাগৱত গীতাৰ দুটা কথা মানি চলক জীৱনৰ সকলো দুখ দূৰ হ’ব !

শ্ৰীমদ্ভাগৱত গীতাৰ দুটা কথা মানি চলক জীৱনৰ সকলো দুখ দূৰ হ’ব !

যদিহে প্ৰত্যেক দিন নিজৰ কৰ্ম ব্যস্ততাৰ বাবে গীতা পাঠ কৰাৰ সময় নাথাকে তেনেহলে দিনটোৰ আৰম্ভণিতে গীতাত কোৱা দুটা কথা অৱশ্যেই মনত পেলাওক। যদিহে এই দুটা কথা স্মৰণ কৰি মানুহে নিজৰ দিনটো আৰম্ভণি কৰে তেন্তে ভগৱান ৰ কৃপাত মানুহৰ সকলো দুখ, কষ্ট আৰু অমংগল নাশ হৈ পৰিব, দিনটোৰ সকলো কৰ্মত উৎসাহে

কলিযুগ সম্পৰ্কে ভগৱান শ্ৰীকৃষ্ণৰ ৫ টি তত্বগধুৰ বাণী।

কলিযুগ সম্পৰ্কে ভগৱান শ্ৰীকৃষ্ণৰ ৫ টি তত্বগধুৰ বাণী।

সনাতন হিন্দু ধৰ্মত কাল বা সময়ক চাৰিটা ভাগত বিভক্ত কৰা হৈছে ; সত্যযুগ, ট্ৰেটাযুগ, দ্বাপৰযুগ আৰু কলিযুগ। বৰ্তমান আমি যি কালচক্ৰত বসবাস কৰি আছো ইয়াকে কলিযুগ বুলি কোৱা হৈছে। আৰু এই কলিযুগৰ কিছু বৈশিষ্ট্য হৈছে এই যুগত সদায় মানুহ মানসিক দুখ, কষ্ট, যন্ত্ৰণাত জর্জৰ হৈ থাকিব লগতে মানুহে নিজৰ প্ৰকৃত

এনেবোৰ ফলে যৌৱন ধৰি ৰখাত সহায় কৰে

এনেবোৰ ফলে যৌৱন ধৰি ৰখাত সহায় কৰে

প্ৰকৃতিৰ নিয়মানুসৰি মানুহৰ বয়স বাঢ়ে৷ লাহে লাহে বয়সৰ চাপ পৰে শৰীৰত৷ কিন্তু মানুহে সকলো সময়তেই তৰুণ হৈ থাকিবলৈ বিচাৰে৷ জীৱনটোক তৰুণ কৰি ৰখাটো জানো সম্ভৱ? যৌৱনক মানৱ জীৱনৰ সোণালী সময় বুলি কোৱা হয়৷ এই সোণালী সময়ক উপভোগ কৰিবলৈ হ’লে মানি চলিব লাগিব কিছু পৰামৰ্শ৷ অলপ চেষ্টা কৰিলেই শৰীৰক ৰাখিব পাৰিব

হেডফোনৰ অত্যাধিক ব্যৱহাৰে বিপদ আনিব পাৰে

হেডফোনৰ অত্যাধিক ব্যৱহাৰে বিপদ আনিব পাৰে

 ম’বাইল ফোনত কথা পতা, গান শুনা অথবা ভিডিঅ’ চোৱাৰ সময়ত হেডফোন ব্যৱহাৰ কৰাটো প্ৰায় সকলোৰে অভ্যাস হৈ পৰিছে৷ ম’বাইল সৈতে হেডফোনৰ ব্যৱহাৰ নিৰাপদ৷ কিন্তু একাংশ লোক আছে যিসকলে অনবৰতে হেডফোনটো কাণত গুজি ৰাখে৷ এই অভ্যাস অতি মাৰাত্মক৷ এনে বদ অভ্যাসে মাতি আনিব পাৰে ভয়ংকৰ বিপদ৷ হেডফোনৰ অত্যধিক ব্যৱহাৰে কাণৰ ক্ষতি