Category: Assamese News

বলীউড অভিনেত্ৰীৰ আত্মহত্যাত ‘লাভ জেহাদ’ৰ অভিযোগ

বলীউড অভিনেত্ৰীৰ আত্মহত্যাত ‘লাভ জেহাদ’ৰ অভিযোগ

 বলীউডৰ কুৰি বছৰীয়া সুন্দৰী অভিনেত্ৰী তুনিশ্বা শৰ্মাৰ ৰহস্যজনক আত্মহত্যাৰ মৃত্যুৰ ঘটনাত ‘লাভ জেহাদ’ৰ সংযোগ থকা বুলি মহাৰাষ্ট্ৰৰ বিজেপি বিধায়ক ৰাম কদমে অভিযোগ উত্থাপন কৰাত অভিনেত্ৰীৰ মৃত্যুৰ ঘটনাই নতুন  মাত্ৰা লাভ কৰিছে৷ মহাৰাষ্ট্ৰৰ বিজেপি বিধায়ক ৰাম কদমে তুনিশ্বাৰ মৃত্যুৰ নেপথ্যৰ কাৰণ লাভ জেহাদ বুলি মন্তব্য কৰি তেওঁৰ বক্তব্যৰ সমৰ্থনত যুক্তিও থিয়

প্ৰহাৰত ভাঙি গৈছিল সুশান্তৰ হাত-ভৰি আত্মহত্যা নহয়, হত্যা কৰা হৈছিল সুশান্ত সিং ৰাজপুতক!

প্ৰহাৰত ভাঙি গৈছিল সুশান্তৰ হাত-ভৰি আত্মহত্যা নহয়, হত্যা কৰা হৈছিল সুশান্ত সিং ৰাজপুতক!

অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুক লৈ আজিও প্ৰশ্ন উত্থাপন হয়৷ প্ৰকৃততে অভিনেতাগৰাকীয়ে আত্মহত্যা কৰিছিল নে তেওঁক হত্যা কৰা হৈছিল সেয়া আজিও ৰহস্য৷ শেহতীয়াকৈ সুশান্ত সিং ৰাজপুতৰ মৃত্যুক লৈ এক বৃহৎ দাবী কৰিছে ৰূপকুমাৰ শ্বাহ নামৰ এজন ব্যক্তিয়ে৷ তেওঁ দাবী কৰিছে যে আত্মহত্যা নহয়, হত্যা কৰা হৈছিল সুশান্ত সিং ৰাজপুতক৷ ২০২০ চনৰ ১৪ জুনত চৰম

দীৰ্ঘায়ু হবলৈ আজিয়ে ত্যাগ কৰক ৪টা বিশেষ ক্ৰটি-

দীৰ্ঘায়ু হবলৈ আজিয়ে ত্যাগ কৰক ৪টা বিশেষ ক্ৰটি-

প্ৰাণৱন্ত সকলোৱে নিজৰ জীৱনত সুস্থৰূপে কিছুসময় হলেও বেছিকৈ থকাৰ হাবিয়াস কৰে।কিন্ত জ্ঞাত বা অজ্ঞাত কিছু কৰ্মৰ ফলতে মানুহৰ এনে হাবিয়াস বহুক্ষেত্ৰত সম্পূৰ্ণ হৈ নপৰে।১৮খন পুৰাণৰ ভিতৰত থকা গৰুড় পুৰানে এনে কিছু কৰ্মত বাধ্যবাধকতা প্ৰদান কৰিছে যিবোৰে মানৱ জীৱনৰ আয়ুস ক্ৰমান্বয়ে কম কৰি তোলে।এনে কৰ্মবোৰ হল- ১)প্ৰভাতত শোৱাপাটী এৰা-সূৰ্য্য উদয়ৰ আগতে

মুকলি হ’ল মহানগৰীৰ ধাৰাপুৰ বাছ আস্থান!

মুকলি হ’ল মহানগৰীৰ ধাৰাপুৰ বাছ আস্থান!

দীৰ্ঘদিন ধৰি যাতায়াত অসুবিধাত ভুগি আছিল মহানগৰৰ ধাৰাপুৰৰ লগতে দাঁতি কাষৰীয়া অঞ্চলৰ লোকে। মহানগৰীৰ বিভিন্ন স্থানৰ পৰা ধাৰাপুৰলৈ চিটিবাছ সেৱাৰ বাবে বহু আবেদন-নিবেদন জনাইছিল। অৱশেষত কামৰূপ মহানগৰ আয়ুক্ত, জিলা পৰিবহণ বিষয়া কাৰ্যালয়, মেট্ৰো ট্ৰেন্সপৰ্ট এছোচিয়েচন গুৱাহাটী (MTAG) ৰ যৌথ উদ্যোগত আজিৰে পৰা মুকলি হয় মহানগৰীৰ ধাৰাপুৰ বাছ আস্থান। ফলত বাছত

এই তিনিটা অভ্যাসে পৰিয়ালৰ সুখ আৰু শান্তি কাঢ়ি নিব পাৰে, আজিয়ে হওক সাৱধান…

এই তিনিটা অভ্যাসে পৰিয়ালৰ সুখ আৰু শান্তি কাঢ়ি নিব পাৰে, আজিয়ে হওক সাৱধান…

মহাভাৰতৰ ৰচক বেদ ব্যাসৰ দ্বাৰা ৰচিত হিন্দু ধৰ্মৰ ১৮ খন মহাপুৰাণৰ ভিতৰত গৰুড় পুৰাণ অন্যতম। ইয়াক বৈষ্ণৱ পুৰাণ বুলিও কোৱা হয়। ইয়াত ১৯ হাজাৰ শ্লোক আছে, য’ত ভগৱান বিষ্ণুৰ ২৪টা অৱতাৰৰ বৰ্ণনা কৰা হৈছে। গৰুড় পুৰাণত জীৱনটো উন্নত আৰু সঠিক পদ্ধতিৰে জীয়াই থকাৰ লগতে জ্ঞান আহৰণৰ গভীৰ ৰহস্যৰ বিষয়েও কোৱা