Category: Assamese News

গৰ্ভৱতী হোৱা বাবেই গোপনে বিয়া হৈছিল নেকি দেৱলীনা ভট্টাচাৰ্জী? ফাদিল ৰহস্য

গৰ্ভৱতী হোৱা বাবেই গোপনে বিয়া হৈছিল নেকি দেৱলীনা ভট্টাচাৰ্জী? ফাদিল ৰহস্য

‘সাথ নিভানা সাথিয়া’ৰ গোপী বাহু ওৰফে দেৱোলীনা ভট্টাচাৰ্জীয়ে গোপনে বিয়া হোৱাৰ পিছৰে পৰা বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। মানুহে তেওঁক অহৰহ টাৰ্গেট কৰি আছে। কেৱল এয়াই নহয়, কিছুমানে ধৰ্মৰ পাঠও শিকাইছে। কোনোৱে তেওঁক বলীউডৰ অভিনেত্ৰী আলিয়া ভাটৰ সৈতে তুলনা কৰি কয় যে গৰ্ভৱতী হোৱাৰ বাবেই তেওঁও এনেদৰে খৰখেদাকৈ বিয়া পাতিছিল।

ডাক্তৰে লিখা প্ৰেছক্ৰিপচন পঢ়িবলৈ এতিয়াৰে পৰা আৰু নহয় সমস্যা ! গুগলে দিব সমাধান…কিন্তু কেনেকৈ?

ডাক্তৰে লিখা প্ৰেছক্ৰিপচন পঢ়িবলৈ এতিয়াৰে পৰা আৰু নহয় সমস্যা ! গুগলে দিব সমাধান…কিন্তু কেনেকৈ?

আপুনি যিমানেই শিক্ষিত নহওক কিয়, ডাক্তৰৰ হাতৰ আখৰ পঢ়াটো অসম্ভৱ। কেৱল মেডিকেল ষ্ট’ৰে বুজিব পাৰে বা ডাক্তৰে নিজেই বুজিব পাৰে ডাক্তৰৰ হাতৰ আখৰ। আপোনাৰ আৰু আমাৰ দৰে মানুহৰ বাবে ডাক্তৰৰ লিখনি পঢ়িবলৈ বৰ কষ্টকৰ। অৱশ্যে যেতিয়া গুগল বাবা থাকে তেতিয়া কি চিন্তা কৰিব লাগে। এতিয়ালৈকে গুগলে প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিছে

পুৱা খালি পেটত গৰম পানী খায় ? এই অভ্যাস আপোনাৰ বাবে উপকাৰী নে ?

পুৱা খালি পেটত গৰম পানী খায় ? এই অভ্যাস আপোনাৰ বাবে উপকাৰী নে ?

শোৱাৰ পৰা উঠি এগিলাচ গৰম পানী খাই দিনটো আৰম্ভ কৰে অনেকে । নিশা শোৱাৰ সময়ত সাত-আঠ ঘণ্টা পানী নোখোৱাৰ পাছত এই অভ্যাসে যে কেৱল তৃষ্ণা পূৰণ কৰে তেনে নহয় । ওজন কমোৱাত, খাদ্য হজম কৰাত, আনকি বৃক্কৰ কার্যকাৰিতা ৰক্ষা কৰাতো সহায় কৰে ।   বিশেষজ্ঞসকলৰ মতে, পুৱা খালি পেটত গৰম পানী খোৱাৰ

স্বাস্থ্যৰ পক্ষে বেয়া , নিশা কি পাঁচবিধ খাদ্য খাব নেলাগে

স্বাস্থ্যৰ পক্ষে বেয়া , নিশা কি পাঁচবিধ খাদ্য খাব নেলাগে

বৰ্তমান যেন প্ৰায় মানুহৰ এটাই সমস্যা ৰাতি টোপনি নহা । আচলতে এই সমস্যাৰ লগত আমাৰ খাদ্যভ্যাস জড়িত হৈ থাকে । দিনৰভাগত ভাল, এনে কিছুমান খাদ্য আছে , যিবোৰ নিশা খালে আমাৰ শৰীৰত উপকাৰ কৰাৰ সলনি অপকাৰহে কৰিব পাৰে । সাধাৰণতে নিশা আমি সদায় পাতলীয়া তথা কম তেল-মচলাযুক্ত আহাৰ খাব লাগে । নিশাৰ

কেদাৰনাথ মন্দিৰৰ কিছু নজনা কথা

কেদাৰনাথ মন্দিৰৰ কিছু নজনা কথা

কেদাৰনাথ উত্তৰাখণ্ডত অৱস্থিত। ভাৰতৰ শিৱ মন্দিৰ সমূহৰ ভিতৰত কেদাৰনাথ হৈছে এক অন্যতম মন্দিৰ। পুৰাণৰ কাহিনী অনুসৰি হিমালয়ৰ কেদাৰ শৃংগত বিষ্ণুৰ অৱতাৰী নৰ আৰু নাৰায়ণ ঋষিয়ে শিৱ তপস্যা কৰিছিল। তেওঁলোকৰ কঠোৰ তপস্যাবলে সন্তষ্ট হৈ শিৱই কেদাৰ শৃংগত জ্যোতি লিংগ ৰূপত সদায় বাস কৰিম বুলি বৰ প্ৰদান কৰে। মহাভাৰতত পঞ্চ পাণ্ডৱ জয়ী