এইবাৰ বিধানসভা চৌহদৰ পৰা চুৰি হ’ল গাড়ী। গাড়ীখন চৰকাৰী বাহন আছিল। লোক নিৰ্মাণ বিভাগৰ অভিযন্তাৰ আছিল বাহনখন। AS 01EB 6695 নম্বৰৰ এখন বলেৰ’ বাহন লৈ যায় চোৰে। আৰক্ষী–নিৰাপত্তাৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতে অসম বিধানসভা চৌহদৰ পৰা বলেৰ’ বাহন চুৰি হোৱা ঘটনাই আৰক্ষীৰ নিৰাপত্তাক লৈ প্ৰশ্নৰ উদ্ৰেক ঘটাইছে। দিছপুৰ আৰক্ষীৰ নাকৰ
Category: Assamese News
ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে নতুন বছৰৰ বাবে আনিছে আন এক নতুন চমক । নতুন বছৰটোৰ আৰম্ভনিতে মহানগৰবাসীক নতুন চমকেৰে উপহাৰ দিবলৈ সাজু হৈছে চৰকাৰখনে । মহানগৰীৰ ৰাজপথত চলিব ১০০ খনকৈ CNG বাছ । ইতিমধ্যে গুৱাহাটী পালেহি এই ১০০ খন CNG বাছ । স্মাৰ্ট চিটিৰ টকাৰে ASTC য়ে ক্ৰয়
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি খাৰঘুলিস্থিত জল পৰিশোধন প্লাণ্টৰ চৌহদত আয়োজিত এক অনুষ্ঠানত জাইকাৰ সাহায্যপ্ৰাপ্ত গুৱাহাটী পানী যোগান প্রকল্পৰ জৰিয়তে আংশিক পানী যোগান সেৱা ৰাইজৰ বাবে উৎসৰ্গা কৰে। গুৱাহাটী মহানগৰীৰ জনসাধাৰণক বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ লক্ষ্যৰে ২০০৯ চনত আৰম্ভ হোৱা এই প্ৰকল্পটো ২০২৪ চনত সম্পূৰ্ণভাৱে কাৰ্যক্ষম হৈ উঠিব। এই
সমাগত ৩১ ডিচেম্বৰৰ বাবে সাজু হৈছে ৰাজ্যৰ পৰিবহণ বিভাগ৷পুৰণি বছৰটোক বিদায় দিয়াৰ লগতে নতুন বছৰক আদৰণি জনোৱাৰ সময়ত যাতে পথ দুৰ্ঘটনা সংঘটিত নহয় তাৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰিছে কামৰূপ মহানগৰ জিলাৰ পৰিবহণ বিভাগে৷ বিগত বৰ্ষৰ ৩১ ডিচেম্বৰৰ তুলনাত এই বৰ্ষৰ ৩১ ডিচেম্বৰত পথ দুৰ্ঘটনাৰ সংখ্যা যাতে অতিকমেও ২০ শতাংশ
ছোৱালীবোৰে বেছিকৈ Google ত কি চাৰ্চ কৰে ? ফাদিল ৰহস্য…