Category: Assamese News

ব্যৱসায়ত উন্নতিৰ বাবে আজিয়ে জানি লওক

ব্যৱসায়ত উন্নতিৰ বাবে আজিয়ে জানি লওক

যিকোনো এখন দোকান বা ব্যৱসায়িক প্ৰতিস্থানৰ  মালিক বা  স্বত্ত্বাধীকাৰ সকলক দেখা যায় যে  ৰাতিপুৱা – গধুলি (  বিশেষকৈ হিন্দু  ধৰ্মৰ )এচুকত নিজ আৰাধ্য  দেৱৰ  লগতে  শ্ৰী গণেশ আৰু লক্ষ্মীদেৱীৰ ফটো খনত ধূপ চাকি   জ্বলাই  প্ৰাৰ্থনা  কৰে। বহুতে   “শুভ-লাভ” আদি লিখে । আনহাতে হিচাৱবহী সমুহতো প্ৰথম পৃষ্ঠাত শ্ৰী শ্ৰী গণেশায়নমঃ  আদি

কলি যোগত এনে এটি প্ৰলয় হব যি কাহানিও হোৱা নাই

কলি যোগত এনে এটি প্ৰলয় হব যি কাহানিও হোৱা নাই

সৰুতে  ককাহঁতে আমাক কৈছিল:– সৃষ্টিখন বোলে এদিন   ‘ওলতি  যাব- মানুহবোৰ , গৰু হব ‘, বাঘ সিংহ  হব, চৰাই চিৰিকটি,  পোক পৰুৱা হব , অইন জীৱবোৰ মানুহ হব ইত্যাদি । মানে সকলো ওলট পালট ।   “হাঃ হাঃ হাঃ বৰ ভাল হব!” –সেইবোৰ শুনি আমাৰ কুমলীয়া কল্পনাপ্ৰবন মনত ভাৱি বৰ আনন্দ

হনুমান এতিয়াও জীৱিত আৰু জাগ্ৰত; আজিয়ে জানি থওক হনুমানৰ এই ১০ ৰহস্যময় কথা…

হনুমান এতিয়াও জীৱিত আৰু জাগ্ৰত; আজিয়ে জানি থওক হনুমানৰ এই ১০ ৰহস্যময় কথা…

পৱন দেৱৰ পুত্ৰ হনুমানে অমৰত্ব প্ৰাপ্ত কৰিছিল, গতিকে তেওঁ অমৰ। মহাবলশালী, পৰাক্ৰমী, পৰম চতুৰ হনুমানক আজিও সকলোৱে জীৱিত দেৱতাৰ ৰূপত ভক্তি কৰে। ভগৱান শ্ৰীৰামৰ কৃপা লাভ কৰিবলৈ হনুমানক প্ৰসন্ন কৰিব লাগে, হনুমানৰ কৃপা অবিহনে কোনোৱে শ্ৰীৰামচন্দ্ৰ ওচৰলৈ যাব নোৱাৰে। হনুমান আমাৰ ৰক্ষক আৰু তেওঁ এই কলিযুগৰ সকলোতকৈ জাগ্ৰত। আপুনিও জনা

জীৱনটো মঙ্গলময় কৰা সন্দৰ্ভত ভগৱান শ্ৰীকৃষ্ণৰ সংকেত বাণী

জীৱনটো মঙ্গলময় কৰা সন্দৰ্ভত ভগৱান শ্ৰীকৃষ্ণৰ সংকেত বাণী

প্ৰজাপতি ব্ৰহ্মাৰ মানসপুত্ৰ নাৰদে ভগৱৎ জ্ঞানৰ সন্ধানত দেশ-দেশান্তৰ ভ্ৰমি ফুৰিছিল।সংসাৰ পথত এদিন নিৰ্দেশনা দিয়াৰ উদ্দেশ্যৰে শ্ৰীকৃষ্ণক সুধিলে যে মানুহে জীৱনৰ ভাল আৰু বেয়া সময়ৰ উমান কিদৰে পাব।নাৰদৰ প্ৰশ্নৰ উত্তৰত শ্ৰীকৃষ্ণই হাঁহি হাঁহি কলে যে সময় হৈছে সময় হৈছে জীৱন গঢ়াৰ সৰ্বোত্তম উপাদান।সকলো ভাল আৰু বেয়া সময়ৰ পূৰ্বাভাস কিছু সংকেতৰ দ্বাৰাই

মহিলাই শ্মশানলৈ যোৱাৰ সন্দৰ্ভত হিন্দু ধৰ্মৰ গৰুড় পুৰাণৰ নিষেধাজ্ঞা

মহিলাই শ্মশানলৈ যোৱাৰ সন্দৰ্ভত হিন্দু ধৰ্মৰ গৰুড় পুৰাণৰ নিষেধাজ্ঞা

মৃতদেহ সৎকাৰ সন্দৰ্ভত সকলো ধৰ্মৰ লোকসকলে নিজৰ কিছু ব্যক্তিগত নিয়ম নীতিৰ পালন কৰা দেখা পাওঁ। এনে নিয়মবোৰ বৰ্তমান নিৰ্মাণ কৰাৰ পৰিবৰ্তে পূৰ্বৰ পৰা প্ৰচলন হোৱা দেখা পাওঁ।মৃতদেহ সৎকাৰ সন্দৰ্ভত এটি বিশেষ দিশ হৈছে মৃতকৰ পৰিয়ালৰ মহিলাসকলৰ শ্মশানলৈ যোৱা সন্দৰ্ভত হিন্দু ধর্মৰ গৰুড় পুৰানে এক বাধ্যবাধকতাৰ সৃষ্টি কৰে। মৃতদেহ সৎকাৰৰ পূৰ্বৰ