Category: Assamese News

গেছৰ সমস্যা‌ দূৰ কৰক এই ঘৰুৱা উপায়েৰে

গেছৰ সমস্যা‌ দূৰ কৰক এই ঘৰুৱা উপায়েৰে

 বৰ্তমান ক’ৰোণাৰ সংক্ৰমণৰ পিছত ইয়াৰ পৰা সকাহ পাবলৈ সকলোৱে এক স্বাস্থ্যৱান জীৱন অতিবাহিত কৰিবলৈ বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি আছে। তথাপিও কিছুমান সমস্যা আছে যি মানুহক অতি সহজে এৰি নাযায়। মানুহৰ দৈনন্দিন জীৱনত প্ৰায়েই কিছুমান স্বাস্থ্য সমস্যা থাকে যাৰ কোনো স্থায়ী সমাধান নাই। এই সমস্যা বোৰৰ ভিতৰত এটা সচৰাচৰ সমস্যা

হঠাৎ থিয় হৈ দিলে আপোনাৰো মূৰ ঘূৰাই নেকি ? ইয়াৰ আঁৰৰ কাৰণ কি ?

হঠাৎ থিয় হৈ দিলে আপোনাৰো মূৰ ঘূৰাই নেকি ? ইয়াৰ আঁৰৰ কাৰণ কি ?

যদি আপুনিও থিয় হৈ থকা অৱস্থাত মূৰ ঘূৰোৱা অনুভৱ কৰে বা কেতিয়াবা হঠাতে মূৰ্চ্ছা যায়। আৰু ইয়াৰ আঁৰৰ কাৰণ বুজিব বিছাৰে, তেন্তে এই বাতৰিটোত আমি আপোনাক ক’ম যে কিয় এনেকুৱা হয় আৰু ইয়াৰ দ্বাৰা শৰীৰত কি প্ৰভাৱ পৰিব পাৰে। আচলতে অৰ্থষ্টেটিক আৰু পষ্টুৰেল হাইপ’টেনচনৰ ফলত হঠাতে ভেৰ্টিগো হ’ব পাৰে যিটো

অতিমাত্ৰা উত্তেজনাই আপোনাক মৃত্যুৰ মুখলৈ ঠেলি দিব পাৰে…

অতিমাত্ৰা উত্তেজনাই আপোনাক মৃত্যুৰ মুখলৈ ঠেলি দিব পাৰে…

সৰু সৰু কথাতে অত্যাধিক উত্তেজিত নহ’ব। বিপদ হ’ব পাৰে। আপুনি অসুস্থ হ’ব পাৰে। মৃত্যুৰ আশংকাও আছে। শিশুকালৰ পৰাই ঘৰত শিকোৱা হয়, বেছি উত্তেজিত হ’ব নালাগে। কিন্তু কিয়? ২০১২ চনত আমেৰিকাৰ সেই সময়ৰ ৰাষ্ট্ৰপতি বাৰাক অবামা এখন ৰেষ্টুৰেণ্টত হঠাৎ প্ৰৱেশ কৰাৰ বাবে তাত উপস্থিত থকা এজন বৃদ্ধৰ উত্তেজনাতে মৃত্যু হৈছিল। ক্ৰিকেট

আপোনাৰ হাড়ৰ বিষ আছে নেকি ? যদি আছে তেন্তে কৰক এই তিনিটা কাম

আপোনাৰ হাড়ৰ বিষ আছে নেকি ? যদি আছে তেন্তে কৰক এই তিনিটা কাম

বৰ্তমান যুগত এনেকুৱা বহু মানুহ আছে যাৰ হাড়ৰ বিষ আছে। হাড়ৰ বিষৰ ফলত বহুতো শাৰীৰিক আৰু মানসিক ভাৰসাম্য হেৰাই যায় আৰু নিজকে অসুস্থ অনুভৱ কৰে। আজি আমি জানিবলৈ চেষ্টা কৰিম এনে কেইটামান কামৰ বিষয়ে যিকেইটা ব্যৱহাৰ কৰিলে হাড়ৰ বিষৰ পৰা পৰিত্ৰাণ পাব পাৰি। তেন্তে এইকেইটা কামৰ বিষয়ে জানো আহক। ১/ ভিটামিন

বছৰত ২৫০টা কণী পৰা কুকুৰা !

বছৰত ২৫০টা কণী পৰা কুকুৰা !

হাঁহ-কুকুৰা পালন এক লাভজনক ব্যৱসায়। গ্ৰামাঞ্চলত কুকুৰা পালন জনপ্ৰিয় হৈ পৰিছে। বৰ্তমান সময়ত কুকুৰা পোৱালি উৎপাদন কৰি ভাল উপাৰ্জন কৰিব পাৰি। কম মূলধনেৰে উন্নত জাতৰ কুকুৰা পালন কৰি অধিক লাভ পোৱা সম্ভৱ। প্লাইমাউথ ৰক চিকেন হৈছে অন্যতম লাভজনক জাতৰ কুকুৰা। ই আমেৰিকাৰ জাতৰ কুকুৰা। আমেৰিকাৰ জাত হ’লেও ভাৰতত ইয়াৰ পালন