ভগৱান শ্ৰীকৃষ্ণৰ বহুমূলীয়া বাক্যবোৰ যদি আপুনি আপোনাৰ জীৱনত প্ৰয়োগ কৰে, তেন্তে আপোনাৰ চিন্তাধাৰা সলনি হ’ব আৰু আপুনি আপোনাৰ জীৱনটো ভাল কৰিব পাৰে। গতিকে সেই বহুমূলীয়া শব্দৰ বিষয়ে জানো আহক- ১.আপুনি কেৱল আপোনাৰ কাৰ্য্য নিয়ন্ত্ৰণ কৰিব পাৰে, আপুনি আপোনাৰ কাৰ্য্যৰ ফলাফল দাবী কৰিব নোৱাৰে। হেৰুৱাৰ ভয়, বিফলতাৰ ভয়, আৱেগক কৰ্মৰ লগত
Category: Assamese News
নেমু আমি সকলোৱে কম বেছি খাও, কিন্তু আমি নাজানো যে আমাৰ স্বাস্থ্য ৰক্ষাৰ বাবে নেমুৰ ভূমিকা কিমান গুৰুত্বপূৰ্ণ। আহক জানো নেমু বা নামুৰ ৰসৰ ৫ টা উপকাৰিতা। ১/ মূৰৰ বিষ। গৰম পানীত নেমুৰ ৰস বা চাহৰ লগত মিহলাই খালে মূৰৰ বিষৰ পৰাও উপশম পোৱা যায়। ২/ ওজন। ওজন হ্ৰাস কৰাত সহায় কৰে।
নিউজ ব্যুৰ’,নগাঁও,৪ডিচেম্বৰ:–নগাঁও জিলাৰ বেবেজীয়াৰ ৪নং নামঘৰৰ সমীপৰ নিবাসী তথা বিশিষ্টা সমাজকৰ্মী-ধৰ্মপৰায়ণ সৰবৰহী মহিলা মীৰা শৰ্মাৰ শনিবাৰে নিশা ৯:৪৫বজাত পৰলোকপ্ৰাপ্তি হয় । মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৬৯ বছৰ । উল্লেখ্য যে মীৰা শৰ্মা সোমবাৰে পুৱা হঠাতে অসুস্থ হৈ পৰাত নগাঁৱৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । পাছত চিকিৎসকৰ
ৰাতিপুৱাৰ সূৰ্যৰ পোহৰ আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। ৰ’দৰ পোহৰে আমাৰ শৰীৰক উষ্ণতা প্ৰদান কৰাই লগতে ভিটামিন ডি প্ৰদান কৰে। ঋতু যিয়েই নহওক কিয়, কোনো ঋতুতে ৰ’দৰ গুৰুত্ব কমি নাযায়। বিশেষকৈ শীতকালত ৰ’দৰ গুৰুত্ব বহুগুণে বৃদ্ধি পায় কিন্তু বেলিৰ পোহৰ কেৱল স্বাস্থ্যৰ বাবেই উপকাৰী নহয়; ছালৰ বাবেও ই আশীৰ্বাদতকৈ কম
কলেষ্টৰেলৰ মাত্ৰা বৃদ্ধি পালে আমাৰ শৰীৰত কিমান ক্ষতি হ’ব পাৰে ,সেইকথা বহুতেই হয়তো নাজানে । এই অতিৰিক্ত কলেষ্টৰেলে হাৰ্টৰ ক্ষতি কৰি আপোনাৰ বাবে প্ৰাণঘাতীও হ’ব পাৰে । কিন্তু কিছু সহজ উপায় অৱলম্বন কৰি আমি অতিৰিক্ত কলেষ্টৰেলৰ পৰা বাচিব পাৰো । এইক্ষেত্ৰত কলেষ্টৰলৰ মাত্ৰা সঠিক ৰাখিবলৈ আমি খাদ্য অভ্যাসৰ ওপৰত ধ্যান