দেওবাৰে ফকিৰাগ্ৰামত অনুষ্ঠিত হোৱা এনডিএৰ বিশাল বিজয় সংকল্প সমাৱেশত হিলদল ভাঙি ওলাই আহে সাধাৰণ জনতা। মূলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এবাৰ কাষৰ পৰা চাবলৈ ফকিৰাগ্ৰাম আজি লোকে লোকাৰণ্য হৈ পৰে। মহিলাসকলে শংখ বজাই মুখ্যমন্ত্ৰীক বিপুল আদৰণি জনায়। সভাৰ মাজত অহা বৰষুণত তিতি-বুৰি মুখ্যমন্ত্ৰীয়ে ইউপিপিএলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ
Category: Assamese News
ইছলাম ধৰ্মৰ পৱিত্ৰ তীৰ্থস্থান আৰৱ দেশৰ মক্কা শ্বৰীফলৈ হজ কৰা উদ্দেশ্যেৰে শিৱসাগৰ জিলাৰ বৃহত্তৰ নামতি অঞ্চলৰ পৰা কেইবাগৰাকীও পুৰুষ-মহিলাই এই পৱিত্ৰ হজ যাত্ৰাৰ বাবে নিজৰ নিজৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। দেওবাৰে উক্ত অঞ্চলটোৰ হজযাত্ৰীসকলক যাত্ৰ শুভ হোৱাৰ কামনা কৰি নামতি প্ৰেছ ক্লাৱৰ উদ্যোগত এক সম্বৰ্ধনা কাৰ্যসূচীৰ আয়োজন কৰে । নামতি
ভাঙিছে মানুহৰ দেৱাল, বেৰা, ধ্বংস কৰিছে খেতি – বাতি; বন বিভাগৰ নিৰ্বিকাৰ ভূমিকা পলাশবাৰী , ২৮ এপ্ৰিল : দক্ষিণ কামৰূপৰ ব্যৱসায়িক কেন্দ্ৰস্থল স্বৰূপ বিজয়নগৰৰ কাষৰীয়া জনবহুল বৃহত্তৰ ৰঙামাটিৰ বিভিন্ন অঞ্চলৰ কেবাখনো গাওঁত বিগত কেইবামাহ ধৰি এটা বনৰীয়া হাতীৰ জাকৰ মুক্ত বিচৰণে অঞ্চলটোৰ লোক সকলক শংকিত কৰি তুলিছে। বিশেষকৈ সন্ধিয়া আন্ধাৰ
নিউজ ব্যুৰ’,নগাঁও,২৮এপ্ৰিল:–অসম পশুপালন আৰু পশু চিকিৎসা সেৱা সন্থাৰ উদ্যোগত আৰু নগাঁও জিলা শাখাৰ সহযোগত পশু চিকিৎসা দিৱসটি কেন্দ্ৰীয়ভাৱে দিনযোৰা কাৰ্য্যসূচীৰে উদযাপন কৰা হয় । এই উপলক্ষে বঢ়মপুৰস্থিত চৰকাৰী পশুধন পামত পুৱা জিলা পশুপালন বিষয়া ডাঃ শান্তনু কুমাৰ খাউণ্ডে বৃক্ষৰোপণ কাৰ্য্যসূচীৰে শুভাৰম্ভ কৰা অনুষ্ঠানত পশুধন পামখনৰ প্ৰাংগণত এখনি চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত
নিউজ ব্যুৰ’,নগাঁও,২৮এপ্ৰিল:–নগাঁও জিলাৰ কলিয়াবৰৰ জখলাবন্ধাত শনিবাৰে নিশা এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয় । নিশা দুৰ্বৃত্তই এখন চলিত নৈশ বাছলৈ শিলগুটি নিক্ষেপ কৰাৰ ফলত ভংয়কৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে নৈশ বাছখন। দুৰ্বৃত্তৰ এই ঘটনাৰ বাবে আতংকিত হৈ পৰে নৈশ বাছখনৰ যাত্ৰীসকল। প্ৰাপ্ত বাতৰি মতে শনিবাৰে নিশা প্ৰায় ডেৰ বজাত এ এছ