নিউজ ব্যুৰ’,নগাঁও,৪মে’:–নগাঁও জিলাৰ বটদ্ৰবা,কলিয়াবৰ আৰু চামগুৰিৰ সমীপৰ তিনি স্থানত সংঘটিত পৃথক পথ দুৰ্ঘটনাত এগৰাকী কণমানি ছাত্ৰীকে ধৰি তিনিজন নিহত হয় । ইয়াকে লৈ জিলাখন শনিবাৰ দিনটো “ব্লেক ছেটাৰদে”ৰূপে পৰিণত হয়
Category: Assamese News
চিৰাঙৰ মোজাবাৰীত নিশা বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ সভা। সভাত অংশগ্ৰহন বিপিএফৰ কোকৰাঝাৰ লোকসভাৰ প্ৰাৰ্থী খাম্পা বৰগয়াৰীৰ। প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মই বৰ্তমান তুৰ্কীলৈ পলায়ন কৰিছে বুলি মন্তব্য খাম্পা বৰগয়াৰী। ইউপিপিএল দলৰ মুখ
গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত জালুকবাৰীৰ চিলাত কংগ্ৰেছৰ নিৰ্বাচনী সভা অনুষ্ঠিত হয়। লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছৰ নেতৃত্বই। সভাত উপস্থিত থাকে কংগ্ৰেছ নেতা হাফিজ ৰছিদ আহমেদ
লোকসভা নিৰ্বাচনৰ বাবে আৰক্ষী- অৰ্ধ সামৰিক বাহিনীয়ে গিজগিজাই থকা মহানগৰীত শনিবাৰে দিন-দুপৰতে সংঘটিত হয় সোণৰ চেইন চুৰিৰ ঘটনা ৷ শনিবাৰে পুৱা খ্রীষ্টানবস্তিৰ অমৰাৱতী পথত এগৰাকী বৃদ্ধাৰ ডিঙিৰ পৰা চিলনী চোৰে
ৰাজ্যৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচন কুজকাৱাজ তীব্ৰতৰ হোৱাৰ মাজতে শুক্ৰবাৰে এআইইউডিএফৰ বিধায়ক তথা সাংগঠনিক সম্পাদক আমিনুল ইছলাম সহ কে’বাজনো বিধায়কে কংগ্ৰেছত যোগদান কৰিব বুলি কেতবোৰ অভিযোগ উদ্থাপন কৰিছিল দলটোৰ