এই মুহূৰ্তত গছপুলি ৰোপনৰ দাবী লৈ আন্দোলন কৰিব সমগ্ৰ দেশ। ক্ৰমবৰ্ধমান পানীৰ সংকটৰ বাবে বিভিন্ন প্ৰান্তৰ পৰা অধিক গছপুলি ৰোপণৰ দাবী উত্থাপন হৈছে । ইফালে পণ্ডিতসকলেও কয় যে এটা গছজোপাই বহুতৰে জীৱন সলনি কৰিব পাৰে । কেইবাটাও উদাহৰণে স্পষ্ট কৰি দিয়ে যে গছ-গছনি ঘৰতে ৰখাটো কিমান উপকাৰী । জ্যোতিষ বিজ্ঞানৰ
Category: Assamese News
ওজন কমাবলৈ বেছিভাগ মানুহেই ভাবে যে কেৱল ৱৰ্কআউটেহে ইয়াৰ প্ৰভাৱ দেখুৱায়। কিন্তু ই সম্পূৰ্ণ শুদ্ধ নহয়। ওজন কমাবলৈ ৰাতিপুৱা আৰু সন্ধিয়া খোজ কঢ়াৰ কথাও বিবেচনা কৰিব পাৰে। যদিও, কেৱল খোজ কাঢ়িলেই ওজন কমাবলৈ সময় লাগিব পাৰে, কিন্তু যদি সঠিক নিয়মৰ মাজেৰে খোজ কাঢ়ে তেন্তে ওজন কমাবলৈ ইমান কঠিন নহয়। বিশেষকৈ
শীতকাল আৰম্ভ হোৱাৰ লগে লগে বেছিভাগ মানুহৰে ছাল শুকাবলৈ আৰম্ভ কৰে। ছালৰ আৰ্দ্ৰতা ক’ৰবাত হেৰাই যায় আৰু ছালখন শুকান আৰু নিৰ্জীৱ দেখাবলৈ আৰম্ভ কৰে। ছালৰ লগতে আমাৰ ওঁঠো ফাটিবলৈ আৰম্ভ কৰে। কেতিয়াবা এই সমস্যা ইমানেই বাঢ়ি যায় যে ওঁঠৰ পৰাও তেজ ওলাবলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত আমি আমাৰ ছালখনক লৈ
দেশৰ আটাইতকৈ ডাঙৰ এজন উদ্যোগী, যাৰ ছত্ৰছায়াত লাখ লাখ মানুহে সপোন দেখে। সমাজৰ হকে যাৰ অবদানৰ কথা কৈ শেষ কৰিব নোৱাৰি। শেহতীয়াভাৱে অসমতো প্ৰায় ৭খনকৈ কৰ্কট ইনষ্টিটিউট প্ৰদান কৰা এই বিশেষ ব্যক্তিগৰাকীয়ে হৈছে ৰতন টাটা। তেওঁৰ নাম নজনা বা তেওঁৰ বিষয়ে নজনা মানুহ সমগ্ৰ পৃথিৱীতে বিৰল। কিন্তু আশ্চৰ্যজনক কথাটো এয়ে
হঠাতে কোনো কাৰণ নোহোৱাকৈ মূৰ ঘুৰাই ধলি পৰাৰ ৪ টা ডাঙৰ কাৰণ আছে৷ সেই কেইটা হ’লঃ ১. নিম্ন ৰক্তচাপ মূৰ ঘুৰাই ধলি পৰাৰ মুখ্য কাৰণ হৈছে নিম্ন ৰক্তচাপ। এইটো বিশেষকৈ সেই লোকসকলৰ বেছি হয়, যি সকলৰ বয়স ৬৫ বছৰতকৈ অধিক হয়। ২. ডিহাইড্ৰেশ্যন যেতিয়া মানুহৰ শৰীৰ ডিহাইড্ৰেটেড হয়, তেতিয়া পানীৰ পৰিমাণ হ্ৰাস