অত্যধিক চুলি সৰিছে নেকি আপোনাৰ? নিজেই কিদৰে ল’ব যতন?

অত্যধিক চুলি সৰিছে নেকি আপোনাৰ? নিজেই কিদৰে ল’ব যতন?

চুলি সৰা সমস্যা এতিয়া ঘৰে ঘৰে। পাৰ্লাৰলৈ গৈ পুৱা–গধূলি বহি থাকিও লাভ নোহোৱা হৈছে। হাজাৰ হাজাৰ টকা খৰচ কৰি এণ্টি হেয়াৰফল থেৰাপি, স্পা কৰিও চুলিৰ অৱস্থা ঘূৰি অহা নাই। কিন্তু আপোনাৰ জীৱনশৈলীত সামান্য পৰিৱৰ্তনে এই যথেষ্ট সকাহ দিব এই সমস্যাত।

Shahnawaz Hamza