Category: Assamese News

২৯ এপ্ৰিলত গুৱাহাটীলৈ আহিব অমিত শ্বাহ, বিজুলী কলিতা মেধিৰ হৈ অমিত শ্বাহে চলাব প্ৰচাৰ

২৯ এপ্ৰিলত গুৱাহাটীলৈ আহিব অমিত শ্বাহ, বিজুলী কলিতা মেধিৰ হৈ অমিত শ্বাহে চলাব প্ৰচাৰ

২৯ এপ্ৰিলত গুৱাহাটীলৈ অমিত শ্বাহ। গুৱাহাটীত বিজুলী কলিতা মেধিৰ হৈ অমিত শ্বাহে চলাব প্ৰচাৰ। গুৱাহাটীত বিশাল ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব অমিত শ্বাহে। ৰোড শ্ব’ক লৈ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত বৈঠক। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত বাজপেয়ী ভৱনত বৈঠক। উপস্থিত থাকে গুৱাহাটীৰ পাৰিষদসকলৰ লগতে ভৱেশ কলিতা, পৱিত্ৰ মাৰ্ঘেৰিটা, অতুল বৰা।

শ্ৰুতি হাছানৰ সৈতে প্ৰেমৰ সম্পৰ্ক শেষ অসমৰ শান্তনুৰ! বিচ্ছেদৰ খবৰক লৈ উত্তাল বলীউদ

শ্ৰুতি হাছানৰ সৈতে প্ৰেমৰ সম্পৰ্ক শেষ অসমৰ শান্তনুৰ! বিচ্ছেদৰ খবৰক লৈ উত্তাল বলীউদ

গুজবেই সত্য হ’ল শেষত! দীৰ্ঘদিনৰ সম্পৰ্কত ফাট মেলিল কমল হাছানৰ কন্যা শ্ৰুতি হাছানৰ। শিল্পী শান্তনু হাজৰিকাৰ সৈতে বিচ্ছেদ। অতীততে ইজনে সিজনক ইনষ্টাগ্ৰামত আনফলো কৰিছিল শ্ৰুতি আৰু শান্তনুৱে। আৰু তেতিয়াৰে পৰা তেওঁলোকৰ বিচ্ছেদৰ গুজব চলিছিল বলীউদত। তেওঁলোকৰ ঘনিষ্ঠ মহলৰ এজনে সংবাদ মাধ্যমক জনায়, দুয়োজনৰ মতৰ মিল নাছিল। সেয়ে শান্তিপূৰ্ণভাৱে পৃথক হোৱাৰ

ভেল্লা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ৰঙালী বিহু উদযাপনৰ প্ৰস্তুতি…

ভেল্লা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ৰঙালী বিহু উদযাপনৰ প্ৰস্তুতি…

গুৱাহাটী, ২৬ এপ্ৰিল: বৰপেটা সমষ্টিৰ অন্তৰ্গত ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যায়ৰ খেলপথাৰতএইবেলিও ভেল্লা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অহা ২৭ এপ্ৰিল তাৰিখে ৰঙালী বিহু উদযাপনৰ আয়োজন কৰা হৈছে ।বিহু উদযাপন সমিতিয়ে জানিবলৈ দিয়া মতে, সেইদিনা পুৱা পতাকা উত্তোলন , শ্বহীদ তৰ্পণ , চিত্ৰাংকন প্ৰতিযোগিতা, কেইবাটও বিহু দলৰ বিহু নৃত্যৰ লগতে বাৰেৰহনীয়া সাংকৃতিক

শৰীৰত কলেষ্টেৰলে বাহ বান্ধিছে নেকি? কেনেকৈ জানিব পাৰিব? আজিয়ে চিনি লওক এই লক্ষণবোৰ!

শৰীৰত কলেষ্টেৰলে বাহ বান্ধিছে নেকি? কেনেকৈ জানিব পাৰিব? আজিয়ে চিনি লওক এই লক্ষণবোৰ!

জীৱনশৈলী আৰু খাদ্যাভাসৰ বাবে বেছিভাগ মানুহেই হৃদৰোগত আক্ৰান্ত হয়। কম বয়সতে হাৰ্ট এটেক, ষ্ট্ৰোক, উচ্চ ৰক্তচাপৰ দৰে মাৰাত্মক ৰোগত আক্ৰান্ত হয় মানুহ। হৃদৰোগৰ প্ৰধান কাৰণ হ’ল শৰীৰৰ বেয়া কলেষ্টেৰল বৃদ্ধি পোৱা। শৰীৰত দুই ধৰণৰ কলেষ্টেৰল থাকে, এবিধ ভাল কলেষ্টেৰল আৰু আনবিধ বেয়া কলেষ্টেৰল। বৈজ্ঞানিক তথ্য অনুসৰি, শৰীৰত বেয়া কলেষ্টেৰলৰ বাঢ়িবলৈ

ৰেলৰ শীত-তাপ নিয়ন্ত্ৰিত ডবাত ACৰ তাপমাত্ৰা কিমান ডিগ্ৰীত নিৰ্ধাৰণ কৰি ৰখা হয়? বেছিভাগ লোকেই নাজানে এই তথ্য

ৰেলৰ শীত-তাপ নিয়ন্ত্ৰিত ডবাত ACৰ তাপমাত্ৰা কিমান ডিগ্ৰীত নিৰ্ধাৰণ কৰি ৰখা হয়? বেছিভাগ লোকেই নাজানে এই তথ্য

ৰে’ল যাত্ৰীসকলে আৰামদায়ক আৰু নিৰাপদে যাত্ৰা কৰিবলৈ AC অৰ্থাৎ শীত-তাপ নিয়ন্ত্ৰিত ৰে’লৰ ডবা বুকিং কৰে। কোৱা বাহুল্য যে জেনেৰেল আৰু শ্লীপাৰ কোচতকৈ AC কেবিনত আৰাম বেছি। আনকি সুবিধাও বেছি। কোঠাটোত AC অৰ্থাৎ শীত-তাপ নিয়ন্ত্ৰণৰ ব্যৱস্থা থকাৰ বাবে দীঘলীয়া যাত্ৰাতো যাত্ৰী ভাগৰুৱা নহয়। ৰেলখনৰ AC কম্পাৰ্টমেণ্টত বহু নিয়ম থাকে। অৱশ্যে নিয়মীয়াকৈ