Category: Assamese News

ৰাতি শুই থাকোতে ডিঙি শুকাই গৈছে নেকি? ৰোগৰ লক্ষণ নেকি?

ৰাতি শুই থাকোতে ডিঙি শুকাই গৈছে নেকি? ৰোগৰ লক্ষণ নেকি?

ৰাতি টোপনিৰ মাজত ডিঙি, মুখ শুকাই যায়। যেতিয়া আপোনাৰ পিয়াহ লাগে তেতিয়া আপুনি সাৰ পায় নেকি? কেতিয়াবা আপুনি সাৰ পায় আৰু পানী খায়। এনে নহবলৈ যথেষ্ট পানী খোৱা আৰম্ভ কৰক। কিন্তু আপুনি জানেনে এনে কিয় হয়? প্ৰতিদিনে এনেদৰে ডিঙি শুকোৱাটো কোনো ৰোগৰ লক্ষণ নেকি? কি কি কাৰণত ডিঙি শুকাব পাৰে?

ৰূপচর্চাত কমলা !

ৰূপচর্চাত কমলা !

জাৰৰ দিন পৰিলেই কমলাৰে বজাৰ ভৰি উঠে। চিকিৎসকেও কমলা নিয়মিতভাৱে খাবলৈ পৰামর্শ দিয়ে। ইয়াৰ গুণাগুণ বহুত। ৰোগ প্রতিৰোধৰ ক্ষমতা বঢ়ায় কমলাই। কেৱল স্বাস্থ্য বাবেই নহয়,ৰূপচর্চাতো কমলা ব্যৱহাৰ কৰিলে যথেষ্ট সুফল পাব পাৰি। ৰূপচর্চাত কেনেদৰে ব্যৱহাৰ কৰিব কমলা- ১) মুখত কমলাৰ ৰস এনেই সানিব পাৰে। কেইমিনিটমান পাছত ধুই দিব। ময়লাৰে বন্ধ

অন্তঃসত্ত্বা অৱস্থাত কিদৰে ল’ব সুৰক্ষা

অন্তঃসত্ত্বা অৱস্থাত কিদৰে ল’ব সুৰক্ষা

কৰোণাত আতংকিত সমগ্ৰ দেশ। দৈনিক সংক্রমণৰ হাৰ উদ্বেগজনকভাৱে বাঢ়িয়ে আছে। এনে পৰিস্থিতিত শিশু, বয়োসস্থ লোকৰ লগতে নতুনকৈ মাক হ’বলৈ ওলোৱা সকলে সুৰক্ষিত হোৱা অত্যন্ত প্রয়োজন। মাতৃ তথা গর্ভস্থ সন্তানৰ স্বাস্থ্যক লৈ সতর্ক হোৱাতো সময়ৰ আহ্বান। অন্তঃসত্ত্বা অৱস্থাত ক’ভিড আক্রান্ত হ’লে কিবা আশংকা থাকিব পাৰে নেকি? প্রমাণিত বৈজ্ঞানিক তথ্য নাথাকিলেও কিছুমান

এই ৪টা বিশেষ কথা, যি আপোনাৰ সম্পৰ্কটো শক্তিশালী কৰিব…

এই ৪টা বিশেষ কথা, যি আপোনাৰ সম্পৰ্কটো শক্তিশালী কৰিব…

কিছুমান বিশেষ কথাই আপোনাৰ সম্পৰ্ক শক্তিশালী কৰি ৰাখে। যিয়ে দেখুৱায় সম্পৰ্কটো সঠিক দিশত আগবাঢ়িছে নে নাই। ১. সংগীজনক বিশ্বাস কৰা – যিকোনো সম্পৰ্কৰ মঙ্গলময়তা হৈছে যে তেওঁলোকে ইজনে সিজনক বিশ্বাস কৰা। বিশ্বাসৰ সামান্য অভাৱৰ বাবে সম্পৰ্কটো বিভক্ত হ’বলৈ বেছি সময় নালাগে। ইজনে সিজনক বিশ্বাস কৰা সম্পৰ্ক দীৰ্ঘদিন ধৰি থাকে। ২.