Advertisement

Category: Assamese News

সন্তানহীনতাৰ সহজ আয়ুর্বেদিক চিকিৎসা!

সন্তানহীনতাৰ সহজ আয়ুর্বেদিক চিকিৎসা!

ডাঃ নিতুল বৈশ্য আজি কিছু বছৰ আগলৈ ছোৱালী সন্তান জন্মৰ ধাৰণাটোক এচাম অশিক্ষিত–ন্ধবিশ্বাসী আৰু তথাকথিত শিক্ষিত সমাজ ব্যৱস্থাই সহজভাৱে গ্রহণ কৰিব পৰা নাছিল৷ কন্যা সন্তানক পৰিয়ালৰ বোজা বুলি আৰু পুত্র

নখ কামোৰা সমস্যা! নখ কামোৰাৰ অভ্যাস থকা শিশুসকলৰ পিতৃ–মাতৃৰ বাবে এটা সুখবৰ!

নখ কামোৰা সমস্যা! নখ কামোৰাৰ অভ্যাস থকা শিশুসকলৰ পিতৃ–মাতৃৰ বাবে এটা সুখবৰ!

নখ কামোৰা বাOnchophagy এটা অভ্যাস৷ এই অভ্যাস প্রায় সকলো ল’ৰা–ছোৱালীৰ থাকে বিশেষকৈ শিশু আৰু কিশোৰসকলৰ ক্ষেত্রত এই বদ অভ্যাস অধিক পৰিলক্ষিত হয়৷ সেয়ে নখ কামোৰা অভ্যাসক কোৱা হয়Daily Child’s Problem৷

ধুনীয়া, কিন্তু বিনা মেকআপত কেনেকুৱা !

ধুনীয়া, কিন্তু বিনা মেকআপত কেনেকুৱা !

ভাৱি থকা নিচিনা নহয় ধুনীয়া! চাও আহক মেকআপ নকৰাকৈ বলিউদৰ ১০গৰাকী ধুনীয়া অভিনেত্ৰী দেখিবলৈ কেনেকুৱা ঐশ্বৰ্যা ৰায়ঃ   অনুস্কা কাপুৰঃ     সোণম কাপুৰঃ   ৰাণী মুখাৰ্জীঃ   কংগনাঃ  

সুধাকণ্ঠৰ দহটা চিৰসেউজ গীত

সুধাকণ্ঠৰ দহটা চিৰসেউজ গীত

শিখামণি কলিতা আজি অসমীয়া জাতিৰ বুকুৰ আমঠু ড০ ভূপেন হাজৰিকাৰ মৃত্যুবাৰ্ষিকী। ২০১১ চনৰ ৫ ছেপ্টেম্বৰত হেমন্ত-শীতৰ আলি দোমোজাত ৰাজ্যবাসীক শোকৰ সাগৰত পেলাই ইহসংহাৰৰ পৰা বিদায় মাগিছিল জনতাৰ শিল্পীগৰাকীয়ে। কিন্তু কথা,

চনু চুদ কিয় ভগৱান ! হাত নথকা অসমৰ ৰাজু আলীক লগাই দিলে হাত

চনু চুদ কিয় ভগৱান ! হাত নথকা অসমৰ ৰাজু আলীক লগাই দিলে হাত

চনু চুদে একাংশৰ বাবে কিয় ভগৱান! এই কথাৰ প্ৰমাণ শেহতীয়াকৈ পুনৰ দিলে দয়াৱান অভিনেতা গৰাকীয়ে। অসমৰ এগৰাকী অসহায় লোকক সহায় কৰি চনু চুদে পুনৰ প্ৰমাণ কৰিলে তেওঁৰ সদায় আৰ্তজনৰ কাষত।