এক বিৰল ৰোগত আক্ৰান্ত হৈছে দক্ষিণৰ মোহময়ী অভিনেত্ৰী সামান্থা। শনিবাৰে সামাজিক মাধ্যমত তেওঁ এই কথা নিজেই প্ৰকাশ কৰাৰ পিছতে অভিনেত্ৰীগৰাকীৰ আশু আৰোগ্য কামনা কৰি প্ৰাৰ্থনা জনাইছে তেওঁৰ অলেখ অনুৰাগীয়ে। সামাজিক মাধ্যমত সামান্থাই প্ৰকাশ কৰা মতে, তেওঁ আক্ৰান্ত হোৱা ৰোগটোৰ নাম হৈছে মায়োচাইটিছ। এই বিৰল ৰোগৰ ফলত তেওঁৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ
Category: Assamese News
‘কা’ আন্দোলনৰ শ্বহীদ ছেম ষ্টেফৰ্ডৰ মৃত্যু গোচৰৰ মূল অভিযুক্ত ADGP জি পি সিঙক দোষমুক্ত ঘোষণা কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতৰ। ছেম ষ্টেফৰ্ডৰ মৃত্যু শ্বক আৰু মগজুৰ ৰক্তক্ষৰণৰ ফলতহে হৈছিল বুলি মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত উল্লেখ থকাৰ বিপৰীতে অতিৰিক্ত আৰক্ষী অধীক্ষক জি পি সিঙৰ বিৰুদ্ধে কোনোধৰণৰ তথ্য–প্ৰমাণ নাপালে আদালতে। লগতে
মাতৃত্বই যদি নাৰীক পৰিপূর্ণতা দিয়ে আৰু সফল মাতৃত্বই যদি নাৰীলৈ আনি দিয়ে মহানতা, তেন্তে গর্ভাৱস্থাটো হ’ল এই পৰিপূর্ণতা আৰু মহানতাৰ সুউচ্চ স্তম্ভ সাজিবৰ বাবে কৰিবলগা ভেটি নির্মাণৰ দৰে কার্য৷ সুউচ্চ স্তম্ভ নির্মাণৰ বাবে যেনেদৰে সুদৃঢ় ভেটি নির্মাণ কৰি লোৱাটো আটাইতকৈ দৰকাৰী, তেনেদৰে সফল মাতৃত্বৰ প্রস্তুতি পর্ব হিচাপে গর্ভাৱস্থাটোও হোৱা উচিত
আমাৰ ভোক লাগিলে আমি অনুভৱ কৰোঁ আৰু তেতিয়া আমি আহাৰ খাই পেট ভৰাও৷ এনেদৰেই আমাৰ ভোক বা ক্ষুধা নিবাৰণ কৰোঁ৷ এই ভোক আহাৰৰ গুণাগুণৰ ওপৰত নির্ভৰ নকৰে৷ পেট ভৰাই আহাৰ খালেই আমি সন্তুষ্ট হও৷ কিন্তু আমাৰ আৰু এবিধ ভোক বা ক্ষুধা আছে যাক আমি অনুভৱ নকৰোঁ৷ এইটো অনানুভূত ভোক বা
কঁকালৰ বিষ–ৰোগী আৰু চিকিৎসক দুয়োজনৰে কাৰণে অসুবিধাজনক সমস্যা৷ ঔষধ খাই কিছুদিনৰ বাবে ‘ভাল’ হ’লেও ৰোগটোৱে পুনৰ আমনি কৰে৷ ফলত ৰোগীয়ে চিকিৎসকৰ ওপৰত আস্থা হেৰুৱায়৷ সেয়ে এনে ৰোগীয়ে সঘনাই ডাক্তৰ সলায়৷ ৰোগীয়ে ধাৰণা কৰি লয় যে ৰাজহাড় ডালত এবাৰ যেতিয়া ৰোগে ধৰিলে ই ভাল নহয়৷ কিন্তু ই ভুল ধাৰণা৷ কিয়নো কঁকালৰ