যিকোনো খাদ্যসামগ্রী যদিও উৎকৃষ্ট গুণেৰে ভৰপূৰ তথাপি কোনো কোনো ৰোগত সি অপথ্যও হ’ব পাৰে৷ কচু নিৰোগী সকলো লোকৰ বাবে খুবেই উপকাৰী৷ কিন্তু কিছুমান ৰোগত অপকাৰী৷ যেনে– * কিডনি ষ্টোন হ’লে কচু খোৱা অনুচিত৷ কিয়নো ইয়াত থকা প্রচুৰ পৰিমাণৰ কেলছিয়াম অক্সলেটে calcium oxalate) পাথৰ ডাঙৰ হোৱাত সহায় কৰে৷ বেছিভাগ কিডনী ষ্টোন
Category: Assamese News
গোৰোহা ফটা সমস্যাটো শীতৰ প্রভাৱ৷ অৱশ্যে এই সমস্যাটো বংশগত হোৱাও দেখা যায়৷ গোৰোহা ফটা সমস্যাটো সমাধান কৰিবলৈ নিয়মীয়াকৈ যতন ল’ব লাগে৷ কুহুমীয়া গৰম পানীত নিমখ দি ছেম্পু দি ধুব লাগে৷ ভৰি ধুওঁতে পিউমিচ ষ্টোনেৰে ঘঁহিব লাগে, পিছত তিনি মিনিটৰ ভিতৰত মইশ্বাৰাইজাৰ লগাব লাগে৷ হিলমেট আদি লগাব পাৰে৷ ইয়াৰ বাবে লিকুইড,
বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱট অসমত। আজি দক্ষিণ কামৰূপৰ চান্দডুবি বিলৰ সৌন্দৰ্য উপভোগ কৰে বলীউডৰ মোহময়ী অভিনেত্ৰীগৰাকী। ইয়াৰ পিছতে তেওঁ গমন কৰে কাজিৰঙালৈ। কাজিৰঙাত কালি দিনটো ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে অভিনেত্ৰীগৰাকীয়ে। উল্লেখ্য, আজিকালি কংগনা ৰাণাৱট অতি ব্যস্ত হৈ পৰিছে তেওঁৰ আগন্তুক ছবি ‘ইমাৰ্জেন্সি’ৰ বাবে। এই ছবিখন যথেষ্ট জনপ্ৰিয় হোৱাৰ সম্ভাৱনা আছে,
প্ৰথমে এটি গাধৰ কাহিনী শুনি লওঁ আহক। এসময়ত এজন দুখীয়া কৃষকৰ এটি গাধ আছিল আৰু এদিনাখন সেই গাধটি এটা গভীৰ কুঁৱাত পিছলি পৰিছিল; কুঁৱাৰ গভীৰতা বেছি থকা হেতুকে অবলা প্ৰাণীটোৱে উঠি আহিবলৈ সক্ষম হোৱা নাছিল। সেয়ে সি চিৎকাৰ কৰা আৰম্ভ কৰাত গাধৰ গৃহস্থ আৰু গাওঁৰ মানুহৰ লগতে ওচৰ চুবুৰীয়া লোকসকল