Category: Assamese News

নখ কামোৰা সমস্যা! নখ কামোৰাৰ অভ্যাস থকা শিশুসকলৰ পিতৃ–মাতৃৰ বাবে এটা সুখবৰ!

নখ কামোৰা সমস্যা! নখ কামোৰাৰ অভ্যাস থকা শিশুসকলৰ পিতৃ–মাতৃৰ বাবে এটা সুখবৰ!

নখ কামোৰা বাOnchophagy এটা অভ্যাস৷ এই অভ্যাস প্রায় সকলো ল’ৰা–ছোৱালীৰ থাকে বিশেষকৈ শিশু আৰু কিশোৰসকলৰ ক্ষেত্রত এই বদ অভ্যাস অধিক পৰিলক্ষিত হয়৷ সেয়ে নখ কামোৰা অভ্যাসক কোৱা হয়Daily Child’s Problem৷ নতুন দিল্লীৰ কলাৱতীচৰণ শিশু চিকিৎসালয়ত ৯০০০ শিশুৰ ওপৰত চলোৱা এটা অধ্যয়নৰ পৰা এই কথা প্রমাণিত হৈছে যে প্রায় ৪০ শতাংশ

ধুনীয়া, কিন্তু বিনা মেকআপত কেনেকুৱা !

ধুনীয়া, কিন্তু বিনা মেকআপত কেনেকুৱা !

ভাৱি থকা নিচিনা নহয় ধুনীয়া! চাও আহক মেকআপ নকৰাকৈ বলিউদৰ ১০গৰাকী ধুনীয়া অভিনেত্ৰী দেখিবলৈ কেনেকুৱা ঐশ্বৰ্যা ৰায়ঃ   অনুস্কা কাপুৰঃ     সোণম কাপুৰঃ   ৰাণী মুখাৰ্জীঃ   কংগনাঃ   আলিয়া ভট্টঃ     কৰীনা কাপুৰঃ   প্ৰিয়ংকা চোপ্ৰাঃ   কাজলঃ   কেটৰীণাঃ    

সুধাকণ্ঠৰ দহটা চিৰসেউজ গীত

সুধাকণ্ঠৰ দহটা চিৰসেউজ গীত

শিখামণি কলিতা আজি অসমীয়া জাতিৰ বুকুৰ আমঠু ড০ ভূপেন হাজৰিকাৰ মৃত্যুবাৰ্ষিকী। ২০১১ চনৰ ৫ ছেপ্টেম্বৰত হেমন্ত-শীতৰ আলি দোমোজাত ৰাজ্যবাসীক শোকৰ সাগৰত পেলাই ইহসংহাৰৰ পৰা বিদায় মাগিছিল জনতাৰ শিল্পীগৰাকীয়ে। কিন্তু কথা, কণ্ঠ আৰু সুৰেৰে দেশে-বিদেশে জনগণক মোহাবিষ্ট কৰা সুধাকণ্ঠগৰাকী আজিও জীয়াই আছে অনুৰাগীৰ বুকুৰ মাজত। মৃত্যুবাৰ্ষিকীৰ এই পৱিত্ৰ দিনটোত আহক তেওঁৰ

চনু চুদ কিয় ভগৱান ! হাত নথকা অসমৰ ৰাজু আলীক লগাই দিলে হাত

চনু চুদ কিয় ভগৱান ! হাত নথকা অসমৰ ৰাজু আলীক লগাই দিলে হাত

চনু চুদে একাংশৰ বাবে কিয় ভগৱান! এই কথাৰ প্ৰমাণ শেহতীয়াকৈ পুনৰ দিলে দয়াৱান অভিনেতা গৰাকীয়ে। অসমৰ এগৰাকী অসহায় লোকক সহায় কৰি চনু চুদে পুনৰ প্ৰমাণ কৰিলে তেওঁৰ সদায় আৰ্তজনৰ কাষত। অসমৰে ৰাজু আলী নামৰ এগৰাকী শাৰিৰিকভাৱে অক্ষম লোকক সহায় কৰিলে বলিউদৰ এই অভিনেতাগৰাকীয়ে। অসমৰ ৰাজু আলীৰ নাই দুয়োখন হাত। যাৰ

আহাৰ বিধি আৰু সু–স্বাস্থ্য!

আহাৰ বিধি আৰু সু–স্বাস্থ্য!

আহাৰ, নিদ্রা, ভয় আৰু মৈথুন– এইকেইটা হৈছে জীৱৰ স্বাভাৱিক প্রবৃত্তি৷ আয়ুর্বেদৰ প্রামাণিক গ্রন্থ ‘অষ্টাংগ হূদয়ম’ত আহাৰ, নিদ্রা আৰু ব্রহ্মচর্যক শৰীৰৰূপী আৱাস নির্মাণৰ তিনিটা উপস্তম্ভ বুলি কোৱা হৈছে৷ এই তিনিটা উপস্তম্ভৰ যথার্থ ব্যৱহাৰে আমাৰ জীৱন সঠিক দিশত ধাৱমান কৰে, অন্যথা ইয়াৰ হীনদেঢ়ি ঘটিলে আমাৰ জীৱন বোজাস্বৰূপ হৈ যায়৷ জীৱন ধাৰণৰ স্বাভাৱিক